Assam অযোধ্যাৰ ৰাম মন্দিৰৰ চান্দা চুৰি কাণ্ডঃ চম্পত ৰায় আৰু অনিল মিশ্ৰক ক্লীন চিট এছআইটিৰ August 18, 2026 Paromita অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগত গঠিত বিশেষ তদন্তকাৰী দলে নিৰ্দোষ ঘোষণা কৰিলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰক। সোমবাৰে…
Assam মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ August 17, 2026 Paromita স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক দেওবাৰে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাৰ…
Assam পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা August 17, 2026 Paromita প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বৌদ্ধিক নক্সাল’ বিষয়ক মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘বৌদ্ধিক নক্সাল’ বুলি অভিহিত কৰাৰ পিছতে নিজকে এগৰাকী গৌৰৱাম্বিত ‘বৌদ্ধিক…
Assam নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ August 17, 2026 Paromita ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিষয়টোত হস্তক্ষেপৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পত্ৰযোগে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকৰ…
Assam হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ August 17, 2026 Paromita হলিউড জগতত শোকৰ ছাঁ পেলাই মাত্ৰ ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ। অহা শুকুৰবাৰে ৩৭ বছৰত ভৰি দিয়াৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ…
Assam বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো August 17, 2026 Paromita পবিত্ৰ শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিবলৈ ওলাই অহা ভক্তৰ সমাগম পৰিণত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনাত। বিহাৰৰ লক্ষীচৰাই জিলাৰ প্ৰসিদ্ধ অশোকধাম মন্দিৰ চৌহদত পুৱাই সংঘটিত হ’ল এই অপ্ৰত্যাশিত পদপিষ্টৰ…
Assam বিশেষভাৱে সক্ষম ব্যক্তিক লৈ কৰা মন্তব্য গোচৰঃ কমেডিয়ান সময় ৰাইনাসহ চাৰিজনৰ বিৰুদ্ধে ৰুজু হোৱা সকলো এজাহাৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ August 14, 2026 Paromita ‘ইণ্ডিয়াছ গট লেটেণ্ট’ নামৰ শ্ব’টোত বিশেষভাৱে সক্ষম ব্যক্তিসকলক উদ্দেশ্যি কৰা অপমানসূচক আৰু অসংবেদনশীল মন্তব্যৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে আদালতে কমেডিয়ান সময় ৰাইনাৰ লগতে আন চাৰিগৰাকীৰ…
Assam স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান August 14, 2026 Paromita দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে ঘোষণা কৰা হয় বিভিন্ন সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতি পদকপ্ৰাপ্তসকলৰ নাম। সমগ্ৰ দেশৰ মুঠ ১০৫৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা আৰু…
Assam অসম-অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীত দুই ৰাজ্যৰ সাংসদৰ জৰুৰী বৈঠক August 14, 2026 Paromita আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা অনাকাংক্ষিত সংঘাতৰ ফলত বৃদ্ধি পাইছে অসম-অৰুণাচলৰ মাজৰ উত্তেজনা। দুয়োখন ৰাজ্যৰ সীমান্তত অসমীয়া লোকক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেইবাটাও…
Assam নগাঁও লোকসভা উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা নুই কৰি এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা August 14, 2026 Paromita আসন্ন উপ-নিৰ্বাচনৰ ৰণডংকা বাজি উঠাৰ সময়তে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে এআইইউডিএফে। বৃহস্পতিবাৰে দলটোৱে ৰেজাউল কৰিম সৰকাৰক আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ…