Author: Paromita

এখন গাঁৱত ৫০ৰো অধিক পুৰুষক বিহ দি হত্যা নিজ পত্নীৰ! বিশ্ব কঁপোৱা ‘এঞ্জেল মেকাৰ্ছ’ কাণ্ডৰ আঁৰৰ কাৰণ কি?

এনে এখন গাঁও, য’ত নিজৰ পত্নীয়েই বিষ দি হত্যা কৰিছিল স্বামীক। এজন-দুজন নহয়, গাঁওখনৰ ৫০ জনৰো অধিক পুৰুষক একেই পদ্ধতিৰে হত্যা কৰিছিল তেওঁলোকৰ নিজ নিজ পত্নীয়ে। কুৰি শতিকাৰ আৰম্ভণিতে ইউৰোপৰ…

ছুৰীকাঘাতৰ পিছতো ককপিটৰ দুৱাৰ খুলি ১৮০ যাত্ৰীৰ প্ৰাণ ৰক্ষা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ; ভূয়সী প্ৰশংসা নেতান্যাহু আৰু ট্ৰাম্পৰ

অসহ্য যন্ত্ৰণাৰ মাজতো ১৮০ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা কৰি আজি বিশ্বজুৰি চৰ্চিত হৈ পৰিছে এগৰাকী ভাৰতীয় মূলৰ পাইলট। অতি শেহতীয়াকৈ ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখী ‘ফ্লাইডুবাই’ বিমানত সংঘটিত…

কনভয়ৰ বাবে এম্বুলেন্স ৰখাই দিয়া কাণ্ডত ৰোগী আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ; চাৰিজন আৰক্ষীক তাৎক্ষণিক নিলম্বন

জৰুৰী চিকিৎসাৰ প্ৰয়োজনত থকা এখন এম্বুলেন্স ভিআইপি কনভয়ৰ বাবে ৰখাই দিয়াৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিলচৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক অগ্ৰাধিকাৰ দিবলৈ গৈ এখন এম্বুলেন্স আবদ্ধ…

এছিয়ান গেমছৰ ফাইনেলত লাভলীনা বৰগোহাঁই; বিশ্ব চেম্পিয়নক হৰুৱাই নিশ্চিত কৰিলে ৰূপৰ পদক

পুনৰ এবাৰ বিশ্বৰ মঞ্চত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। জাপানৰ আইচিত চলি থকা বিংশতিতম এছিয়ান গেমছত আজি ভাৰতীয় বক্সাৰগৰাকীয়ে কাজাখস্তানৰ নাটালিয়া বগদানোভাক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ওজন শাখাৰ…

মণিপুৰত এনআইএৰ অভিযানত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ; আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয় আক্ৰমণৰ সৈতে জড়িতৰ সন্দেহ

উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে মণিপুৰত পুনৰ তিনিজন সন্দেহযুক্ত উগ্ৰপন্থীক আটক কৰে। ২০২৪ চনৰ দুটা পৃথক হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই…

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৯ জন সন্দেহযুক্ত বাংলাদেশী আটক

কাঁটাতাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ অব্যাহত আছে অবৈধ অনুপ্ৰৱেশ। এই সময়তে বঙাইগাঁৱত সন্দেহযুক্ত বিদেশীৰ এটা দল আটক হোৱাৰ ঘটনাই পুনৰ সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত…

চৰকাৰী বিদ্যালয় পৰিদৰ্শনত কোনো নিষেধাজ্ঞা নাইঃ সামাজিক মাধ্যমত স্থিতি স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বই অসমৰ বিভিন্ন জিলাৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰাক লৈ দুটা ভাগত বিভক্ত হৈছে নেটিজেন। একাংশই এই পৰিদৰ্শনৰ সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই দিল্লীৰ পৰা অসমলৈ আহি স্কুল…

মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৰোৱাৰ দাবী; ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদৰ হুংকাৰ ৰাহুল গান্ধীৰ

ভোট চুৰিৰ অভিযোগ আৰু এছআইআৰ প্ৰসংগক লৈ দেশজুৰি অব্যাহত আছে ৰাজনৈতিক উত্তাপ। এই সময়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।…

ইভিএম আৰু ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ; দেশজুৰি ৰাজপথৰ আন্দোলনৰ আহ্বান ৰাহুল গান্ধীৰ

নিৰ্বাচনত ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ৰাজপথৰ আন্দোলন গঢ়ি তোলাৰ বাবে মঙলবাৰে এক জোৰদাৰ আহ্বান জনালে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি)…

তৃণমূলৰ নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ চাৰি মাহৰ ভিতৰত নিষ্পত্তিৰ নিৰ্দেশ; বিধায়কৰ অপসাৰণক লৈ অধ্যক্ষক সময়সীমা নিৰ্ধাৰণত উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ দলীয় নাম আৰু প্ৰতীকক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অন্তৰ্দ্বন্দ্বৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দলটোৰ মূল নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ অহা…