Author: Paromita

বৈদ্যুতিক বাহনৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড; ইন্দোৰত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু

চাৰ্জিঙত থকা এখন বৈদ্যুতিক বাহনৰ পৰাই সূত্ৰপাত হ’ল এক ভয়ংকৰ কৰুণ পৰিণতিৰ। বুধবাৰে পুৱা প্ৰায় ৩:৩০ বজাত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বৃজেশ্বৰী অঞ্চলত জুইৰ পৰা সৃষ্টি হোৱা এই মৰ্মান্তিক দুৰ্ঘটনাই কাঢ়ি লৈ…

মিজোৰামত অসম ৰাইফলছৰ বৃহৎ সফলতা; বুজন পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক

মিজোৰাম-ম্যানমাৰ সীমান্তৰে অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ মাজতে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় অসম ৰাইফলছ। আবকাৰী আৰু মাদক দ্ৰব্য নিবাৰণ বিভাগৰ সৈতে চলোৱা এক যুটীয়া অভিযানত…

আধৰুৱা ৰৈ ৰ’ল উচ্চ শিক্ষাৰ স্বপ্ন! কানাডাত দুই ছাত্ৰ গোটৰ সংঘৰ্ষত মৃত্যু ভাৰতীয় যুৱকৰ

বিদেশৰ মাটিত দুই যুৱকৰ গোটৰ মাজত সৃষ্টি হোৱা এক হিংসাত্মক সংঘৰ্ষত প্ৰাণ গ’ল এজন ভাৰতীয় ছাত্ৰৰ। যোৱা ১৪ মাৰ্চত কানাডাৰ ব্ৰিটিছ কলম্বিয়াত ২৬ বছৰীয়া গুৰকিৰাট মনোচা নামৰ শিখ ছাত্ৰজনৰ ওপৰত…

কংগ্ৰেছত আন এক মোক্ষম আঘাত; গেৰুৱা শিবিৰত চামিল সাংসদ প্ৰদ্যুৎ বৰদলৈ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত খহিছে কংগ্ৰেছৰ দুৰ্গ। মঙলবাৰে হঠাতে দলৰ পৰা পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে বুধবাৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নতুন দিল্লীস্থিত মুখ্যমন্ত্ৰী…

ভৱানীপুৰত মমতা-শুভেন্দুৰ মুখামুখি যুঁজ; ২৯১ প্ৰাৰ্থীৰ তালিকাৰে ৰণকৌশল ঘোষণা তৃণমূলৰ

পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনত সৃষ্টি হৈছে এক উত্তেজনাময় ৰাজনৈতিক পৰিৱেশৰ। মঙলবাৰে আগন্তুক নিৰ্বাচনৰ বাবে ২৯১ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি এক শক্তিশালী নিৰ্বাচনী ভেটি তৈয়াৰ কৰে তৃণমূল কংগ্ৰেছে।…

ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূ়ড়ান্ত কৰাৰ লক্ষ্য; আজি দিল্লীত অনুষ্ঠিত সংসদীয় বোৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে দেশৰ ৰাজধানীত মঙলবাৰে অনুষ্ঠিত হৈছে এক বিশেষ বৈঠক। ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় বোৰ্ডৰ এই উচ্চস্তৰীয় বৈঠকত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম…

ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা; তামুলপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰমোদ বড়ো

ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰতৰ হৈ পৰিছে বিটিআৰৰ ৰাজনৈতিক কুচকাৱাজ। আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা…

ব্যৱসায়িক চিলিণ্ডাৰৰ নাটনিৰে মহানগৰীত হাহাকাৰ! বন্ধ হৈ পৰিব গুৱাহাটীৰ হোটেল-ৰেস্তোৰাঁ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱত এতিয়া ৰাজ্যৰ শক্তিখণ্ডত তীব্ৰ সংকটৰ সৃষ্টি হৈছে। বিশেষকৈ বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ব্যাহত হোৱাৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ৭,০০০ সৰু-ডাঙৰ হোটেল-ৰেস্তোৰাঁৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। সোমবাৰে…

ছুটি দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে! খঙৰ ভমকতে ছিকিউৰিটি গাৰ্ডে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

ছুটী বিচৰাত দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে। খঙৰ ভমকতে গুলীয়াই হত্যা কৰিলে ছিকিউৰিটি গাৰ্ডে। উত্তৰ প্ৰদেশৰ লোনী বৰ্ডাৰ থানা এলেকাৰ বলৰাম নগৰস্থিত পঞ্জাৱ এণ্ড সিন্ধ বেংকত সোমবাৰে সংঘটিত হৈছে এই…

ঘৰতে বহিয়েই কৰিব পাৰিব এল পি জিৰ ই-কেৱাইচি; গ্ৰাহকসকললৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা

দেশজুৰি সৃষ্টি হোৱা ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সকলো ঘৰুৱা গ্ৰাহকৰ বাবে বাধ্যতামূলক কৰিছে আধাৰভিত্তিক ই-কেৱাইচি। শনিবাৰে মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, গ্ৰাহকসকলে…