Author: Paromita

ক্ৰিকেটৰ জ্বৰত কঁপিব গুৱাহাটী; ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ মেচৰ টিকটৰ বাবে হাহাকাৰ

মহানগৰীৰ বতাহত এতিয়া উৰিছে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উন্মাদনা। অহা ৩০ মাৰ্চত বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ হাই-ভল্টেজ মেচখনক লৈ ক্ৰীড়ানুৰাগীৰ মাজত সৃষ্টি হৈছে…

একতা আৰু ভাতৃত্ববোধৰ এনাজৰীঃ এমাহজোৰা উপবাসৰ অন্ত কৰি দেশজুৰি উদযাপিত পবিত্ৰ ঈদ-উল-ফিটৰ

ৰমজানৰ পবিত্ৰ দিনকেইটা পাৰ কৰি এতিয়া দেশৰ আকাশ-বতাহত বিয়পিছে আনন্দৰ জোৱাৰ। শুকুৰবাৰে নিশা আকাশত চন্দ্ৰ দেখা পোৱাৰ পিছতে শনিবাৰে ভাৰতৰ লগতে চৌদি আৰৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পবিত্ৰ…

কূটনীতিৰ এক নীৰৱ আৰু শক্তিশালী মাধ্যম কনচুলাৰ সেৱাঃ শশী থাৰুৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

বৈশ্বিক ৰাজনীতিৰ জটিল সমীকৰণৰ মাজতো মানৱীয় সংযোগে এতিয়াও বিশ্বক একত্ৰিত কৰি ৰাখিছে। শুকুৰবাৰে সন্ধিয়া ৰাজধানী দিল্লীত আয়োজিত ‘কনচুলাৰ ডে’ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ শশী…

অসমৰ নিৰ্বাচনলৈ সাজু তৃণমূল কংগ্ৰেছ; মমতা আৰু অভিষেকসহ ১৮ গৰাকী তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ৰণত এইবাৰ সৰ্বশক্তিৰে অৱতীৰ্ণ হোৱাৰ লক্ষ্য লৈছে তৃণমূল কংগ্ৰেছে। দলৰ মুৰব্বী মমতা বেনাৰ্জী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নেতৃত্বত ১৮ গৰাকী…

আধিপত্য বিস্তাৰৰ লালসাই বিশ্বত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছেঃ মোহন ভাগৱত

স্বাৰ্থপৰতা আৰু আধিপত্য বিস্তাৰৰ ইচ্ছাই বৰ্তমান বিশ্বত অশান্তিৰ মূল কাৰণ। মধ্যপ্ৰাচ্যৰ যুদ্ধ উন্মাদনাক লৈ শুকুৰবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। নাগপুৰত বিশ্ব হিন্দু পৰিষদৰ বিদৰ্ভ…

বিশ্বৰ পাঁচগৰাকী নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ; পশ্চিম এছিয়াৰ উত্তেজনা প্ৰশমনত ভাৰতৰ গুৰুত্ব

পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধসদৃশ পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে বিশ্বৰ পাঁচগৰাকী প্ৰভাৱশালী নেতাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ওমান, মালয়েছিয়া, ফ্ৰান্স, জৰ্ডান আৰু কাটাৰৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে হোৱা এই…

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ শক্তি প্ৰদৰ্শন; সপ্তমবাৰৰ বাবে দাখিল কৰিলে মনোনয়ন পত্ৰ

হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশৰ মাজত শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামৰূপ (মহানগৰ) জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ নিজৰ চৰকাৰৰ…

৩২ শতাংশ ৰাজ্যসভাৰ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ, ১৪ শতাংশ কোটিপতি

দেশৰ উচ্চ সদন ৰাজ্যসভাৰ সাংসদসকলৰ মাজত আছে অপৰাধমূলক গোচৰ আৰু বিপুল সম্পত্তিৰ উপস্থিতি। এই তথ্য প্ৰকাশ কৰিছে এছোচিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)-এ। প্ৰতিবেদন অনুসৰি, মুঠ সাংসদৰ প্ৰায় ৩২ শতাংশই অপৰাধমূলক…

জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ বাবে ফাষ্ট ট্ৰেক ক’ৰ্ট গঠন; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পদক্ষেপক আদৰণি মুখ্যমন্ত্ৰীৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ এতিয়া ন্যায়িক প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ উঠিছে। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই হত্যাকাণ্ডৰ বিচাৰৰ বাবে এখন বিশেষ ফাষ্ট ট্ৰেক ছেচন ক’ৰ্ট…

বিজেপিৰ প্ৰাৰ্থী তালিকাত নতুন মুখৰ পয়োভৰ; ২৪ মাৰ্চৰ পৰা ৰাজ্যত প্ৰচাৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট। বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সমষ্টিৰ সীমা সালসলনি হোৱাৰ বাবে বহুকেইগৰাকী বিদায়ী বিধায়কে…