Assam অসমত বান পৰিস্থিতিৰ অৱনতি; মৃতকৰ সংখ্যা ৫লৈ বৃদ্ধি, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত July 20, 2026 Paromita ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজতে ৰাজ্যত সৃষ্টি হৈছে অধিক সংকটজনক পৰিস্থিতি। এজন লোকৰ মৃত্যু হোৱাৰ পিছতে এইবাৰৰ বানত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। আনহাতে সাতখন জিলাত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৫৭…
Assam ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী July 20, 2026 Paromita ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সোমবাৰে পুৱা সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কাৰ্যালায়ৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান অনুৰাগ ধনকৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ…
Assam ছোনম ৱাংচুকৰ চিকিৎসাক লৈ উচ্চ ন্যায়ালয়ত আপীল; একক বিচাৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান পত্নী গীতাঞ্জলীৰ July 20, 2026 Paromita ছফদৰজং চিকিৎসালয়ত চলি থকা ছোনম ৱাংচুকৰ চিকিৎসাকেন্দ্ৰিক আইনী প্ৰক্ৰিয়াই লাভ কৰিছে নতুন মোৰ। একক বিচাৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চত আপীল দাখিল কৰিছে অনশনৰত সমাজকৰ্মী ছোনম ৱাংচুকৰ…
Assam পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী July 18, 2026 Paromita বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব…
Assam ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ July 18, 2026 Paromita মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪ লাখ ৬ হাজাৰ টকা…
Assam নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ July 18, 2026 Paromita দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ’ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।…
Assam প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ July 18, 2026 Paromita গণতান্ত্ৰিক মতভেদক দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি। – সোণম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াক লৈ এইদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। সামাজিক মাধ্যম…
Assam ‘ডাক্তৰ’ শব্দটো নামৰ আগৰ পৰা আঁতৰাই দিয়ক; ধৰ্ষণৰ বলি শিশুক চিকিৎসা নকৰা হাস্পতালক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ July 18, 2026 Paromita দৰিদ্ৰ পৰিয়ালৰ সন্তান বুলিয়েই চাৰি বছৰীয়া ধৰ্ষণৰ বলি শিশুটিক চিকিৎসাৰ পৰা বঞ্চিত কৰা হৈছিল। – গাজিয়াবাদৰ দুখন ব্যক্তিগত হাস্পতালক তীব্ৰ ভৰ্ৎসনা কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। একে সময়তে, চিকিৎসকৰ…
Assam ‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ July 17, 2026 Paromita বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান…
Assam মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি July 17, 2026 Paromita ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই…