Assam উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাহুল গান্ধীৰ! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য গোচৰত চমন খাৰিজৰ আবেদন নাকচ September 8, 2026 Paromita প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ ফলত নামি অহা আইনী মেৰপাকৰ পৰা এইবাৰো ৰেহাই নাপালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে ২০১৯ চনত জাৰি কৰা এখন আদালতৰ…
Assam মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পৰিৱৰ্তনৰ ইংগিত; পাঠদানৰ সময়সীমা বৃদ্ধি শিক্ষা সংসদৰ September 8, 2026 Paromita শেহতীয়া প্ৰলয়ংকাৰী বান আৰু লোকপিয়লৰ কাম-কাজৰ ফলত গভীৰভাৱে ব্যাহত হৈছে ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীত…
Assam নৱৰাত্ৰিৰ গৰ্বা-ডাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ ভি এইচ পিৰ! কপালত থাকিব লাগিব তিলক September 8, 2026 Paromita আসন্ন নৱৰাত্ৰি উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো মুছলমানে। মহাৰাষ্ট্ৰত এই নিষেধাজ্ঞা আৰোপ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে বিশ্ব হিন্দু পৰিষদে। অহা মাহত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া গৰ্বা আৰু ডাণ্ডিয়া কাৰ্যসূচীত…
Assam আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ September 8, 2026 Paromita আনৰ গাফিলতিৰ পৰিণাম ভুগি অকালতে প্ৰাণ হেৰুৱালেও আন কাৰোবাৰ দৃষ্টি হৈ পৃথিৱীখন চোৱাৰ সুযোগ পাব ১৮ বছৰীয়া অৰ্পিতে। দিল্লীৰ সত্য নিকেতনৰ এটা ছাত্ৰাবাস খহি মৃত্যু হোৱা মেধাৱী ছাত্ৰজনৰ চকুৰ কৰ্ণিয়া…
Assam বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ September 8, 2026 Paromita পৰিয়ালৰ অজ্ঞাতে এগৰাকী মহিলাক বাংলাদেশলৈ বহিষ্কাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছতেই বাংলাদেশলৈ পুশ্ববেক কৰা বঙালীভাষী মুছলমান মহিলাগৰাকীৰ…
Business ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে September 8, 2026 Dipshikha সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি।…
Business আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা September 8, 2026 Dipshikha আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ…
Business বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে September 8, 2026 Dipshikha ২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু…
Business মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা September 8, 2026 Dipshikha দিল্লীকেই নিজৰ ঘৰ হিচাপে আকোঁৱালি লোৱা মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিল্পী চংথাম বিক্ৰম সিঙৰ বাবে ঘৰৰ বাহিৰত হোৱা হুলস্থূল বিৰুদ্ধাচাৰণ কৰা কাৰ্য্য়ই কাল হৈ পৰিল ৷ এখন কাজিয়াই প্ৰাণ কাঢ়িলে…
Assam উদ্ধাৰৰ পৰা গৱেষণালৈ: নামদাঙত অত্যাধুনিক বন্যপ্ৰাণী কেন্দ্ৰৰ পৰিকল্পনা অসমৰ September 7, 2026 Tarali বন্যপ্ৰাণী সংৰক্ষণ, গৱেষণা, উদ্ধাৰ আৰু পুনৰ সংস্থাপন কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ৰাজ্যত ইক’ টুৰিজিমক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাত প্ৰায় ৫৩৪ কোটি টকা ব্যয়েৰে এটা অত্যাধুনিক বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ…