Month: September 2026

পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি একেলগে সলিল সমাধি ঘটিল পিতা আৰু পুত্ৰৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। মাছ ধৰিবলৈ গৈ গভীৰ পানীত পৰি যোৱা পুত্ৰক…

ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

এবাৰ নহয়, দুবাৰ নহয়, সকলো আধুনিক শক্তি প্ৰয়োগ কৰি বাৰে বাৰে চেষ্টা চলাইও প্ৰশাসনে লৰচৰ কৰিব নোৱাৰিলে এক প্ৰাচীন হনুমান বিগ্ৰহ। মধ্যপ্ৰদেশৰ ঐতিহাসিক ধৰ্মীয় চহৰ উজ্জয়িনীৰ পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে…

দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাই। নয়দাৰ এটা ভাড়াঘৰত দেওবাৰে ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া…

পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

পত্নীক নৃশংসভাৱে হত্যা কৰিও তিলমানো অনুশোচনা নাই হত্যাকাৰী ৰামানুজ গোস্বামীৰ। বেলতলাৰ বশিষ্ঠপুৰৰ নিজ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছাসক্ত হত্যাকাৰীজন এইচ আই ভি পজিটিভ বুলি পোহৰলৈ…

‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

এগৰাকী মেধাৱী ছাত্ৰীক আইনবিৰুদ্ধভাৱে কাৰাৰুদ্ধ কৰি আদালতৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’ল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপম। গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশগৰাকীৰ এনে পদক্ষেপে উত্তৰ প্ৰদেশক জৰ্জ…

ইউনাইটেড ৱে মুম্বাই, এইচএছবিচি ইণ্ডিয়াৰ অংশীদাৰিত্ব; মুকলি হ’ব ৬৫,৮০০ কোটি টকাৰ গ্ৰাম্য মহিলা ঋণৰ সুযোগ

ইউনাইটেড ৱে মুম্বাই (ইউডব্লিউএম), ৱমেনছ ৱৰ্ল্ড বেংকিং (ডব্লিউডব্লিউবি) আৰু এইচএছবিচি ইণ্ডিয়াই চিডবি আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহৰ সৈতে সহযোগিতা কৰিছে। এই সহযোগিতাৰ উদ্দেশ্য হৈছে মহাৰাষ্ট্ৰ, অসম আৰু বিহাৰৰ ৩,০০,০০০গৰাকী মহিলাক…

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন, সজাগতা আৰু শৈক্ষিক কাৰ্যসূচীৰ আয়োজন

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (আৰ জি ইউ) ফিজিঅ’থেৰাপী বিভাগে মঙলবাৰে সজাগতা আৰু শৈক্ষিক কাৰ্যসূচীৰে বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন কৰে। অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল “হৃদৰোগ আৰু ষ্ট্ৰোকৰ প্ৰতিৰোধ, ব্যৱস্থাপনা আৰু পুনৰ্বাসন”…

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মইৰাং স্থিত আই এন এ সংগ্ৰহালয় আৰু ইম্ফলৰ সৈনিক স্কুল পৰিদৰ্শন কৰে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি মণিপুৰৰ মইৰাং স্থিত আই এন এ সংগ্ৰহালয় পৰিদৰ্শন কৰে আৰু ভাৰতীয় জাতীয় সেনা (আই এন এ)ৰ বীৰত্ব আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ ভাৰতৰ মূল ভূখণ্ডত…

গুৱাহাটী পত্নী হত্যাকাণ্ড: অভিযুক্তৰ স্বীকাৰোক্তি, অনুশোচনা নাই বুলি মন্তব্য

গুৱাহাটীত পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনে অপৰাধ স্বীকাৰ কৰিছে আৰু তেওঁৰ কৃতকৰ্মৰ বাবে কোনো অনুশোচনা নাই বুলি আৰক্ষীক জনাইছে। অভিযুক্তজনক ৰামানুজ গোস্বামী বুলি চিনাক্ত কৰা হৈছে। তেওঁ আৰক্ষীক জনাইছে…

এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে জাপানলৈ ৰাওনা ভাৰতীয় মহিলা হকী দল

বিশ্বকাপত ঐতিহাসিক পঞ্চম স্থান দখল কৰাৰ ফলত ভাৰতীয় মহিলা হকী দলটোৱে সোণৰ পদক লাভ কৰাৰ লগতে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ লক্ষ্যৰে এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে…