Month: September 2026

নতুন ফিছ নাৰসিংহা পাত মছলাৰে অসমৰ আঞ্চলিক খাদ্য বজাৰত প্ৰৱেশ ছানৰাইজ স্পাইচেছৰ

আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছ, পূব ভাৰতৰ অন্যতম আগশাৰীৰ মছলা ব্ৰেণ্ডে অসমত ছানৰাইজ ফিছ নৰসিংহ পাত মছলা মুকলি কৰিছে। অসমীয়া পৰিয়ালসমূহৰ অতি প্ৰিয় এই ব্যঞ্জনটোৱে নৰসিংহ পাতৰ পৰা পোৱা সুকীয়া সোৱাদ…

আই এছ এল আৰম্ভ হোৱাৰ পূৰ্বে এন ই ইউ এফ চিৰ গৰাকী জন আব্ৰাহামে কয়, লীগে নতুন ক্লাব-চালিত যুগত প্ৰৱেশ কৰিছে

নতুন ফুটবল ছিজনৰ কাউণ্টডাউন আৰম্ভ হৈছে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ১০ অক্টোবৰত আৰম্ভ হ’ব বুলি নিশ্চিত হৈছে। এই উৎসাহৰ মাজতে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ গৰাকী জন আব্ৰাহামে দেশৰ…

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিৰ্মীয়মান ছাদ খহি কৰুণ মৃত্যু ৰোগীৰ আত্মীয়ৰ

মাতৃৰ জীৱন ৰক্ষাৰ আশা লৈ চিকিৎসালয়লৈ আহি নিজেই অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী দুৰ্ভগীয়া যুৱকে। মহানগৰীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মীয়মান অংশৰ ছাদ ভাঙি মূৰত পৰাৰ ফলত এগৰাকী ৰোগীৰ…

গুৱাহাটীত পুনৰ শিহৰণকাৰী হত্যাকাণ্ড! পত্নীক হত্যা কৰি পাষণ্ড স্বামীয়ে ফ্ৰীজত ভৰাই ৰাখিলে ছিন্নমুণ্ড

আন এক লোমহৰ্ষক কাণ্ডই জোকাৰি গ’ল মহানগৰবাসীক। চিনেমাৰ কায়দাত পত্নীক হত্যা কৰি ছিন্নমুণ্ড ক’লা পলিথিনত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ভৰাই থ’লে পাষণ্ড স্বামীয়ে। মহানগৰীৰ বেলতলা অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ…

মণিপুৰত পুনৰ সশস্ত্ৰ গোটৰ মাজত ভয়ংকৰ গুলীয়াগুলী! আক্ৰমণকাৰীয়ে জ্বলাই দিলে প্ৰাথমিক বিদ্যালয়

আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ কাংপোকপী জিলাত শেহতীয়াকৈ সংঘটিত বন্দুক যুদ্ধত কঁপি উঠিছে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চল। দুই সশস্ত্ৰ গোটৰ মাজত প্ৰায় আধা ঘণ্টাজোৰা প্ৰচণ্ড গুলীয়াগুলীৰ পিছতে অঞ্চলটোৰ এখন প্ৰাথমিক…

দিল্লীত ছাত্ৰাৱাস খহি পৰি ছয়জন নিহত! ধ্বংসস্তূপৰ মাজত সন্ধানহীন বহু শিক্ষাৰ্থী

ভূমিকম্প সদৃশ বিকট শব্দৰে খহি পৰিল এটি পাঁচমহলীয়া আৱাসিক ছাত্ৰাৱাস। ৰাজধানী দিল্লীৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ সত্য নিকেতন অঞ্চলত দেওবাৰে সংঘটিত এই শোকাৱহ ঘটনাত ইতিমধ্যে ছয়জন লোকে প্ৰাণ হেৰুওৱাৰ কথা নিশ্চিত কৰিছে…

জন্মদিনৰ এদিন পূৰ্বেই অজান দেশলৈ গুচি গ’ল অনিশা: তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যু যুৱতীগৰাকীৰ

জন্মদিনৰ এদিন পূৰ্বেই চিৰদিনৰ বাবে মেলানি মাগিলে অনিশাই। অপূৰ্ণ হৈ ৰ’ল আৰক্ষীৰ খাকী পোছাকযোৰ পিন্ধাৰ হেঁপাহটোও। জন্মদিনৰ আনন্দৰ প্ৰস্তুতি চলি থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাই মৃত্যু নমাই আনে মেধাৱী…

অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতনৰ সমীপৰ অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ লগতে আৱদ্ধ হৈ থকা ব্যক্তিক বিচাৰি উলিয়াবলৈ ঘটনাস্থলীত অনুসন্ধান আৰু…

গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত

বৰষুণ দিলেই ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিব লাগে গুৱাহাটীৰ পাহাৰত বসবাস কৰা আৰু পাহাৰৰ নামনিত বসবাস কৰা লোক ৷ কিয়নো নেৰেনেপেৰা বৰষুণ দিলেই ভূমিস্খলনৰ আকাংশই আতংকিত কৰি তোলে মহানগৰীৰ…

কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো সংৰক্ষণৰ বাবে পদক্ষেপ ল’ব চৰকাৰে

অহা 8 ছেপ্টেম্বৰত অসমবাসীয়ে পালন কৰিব সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শততম জন্মদিন ৷ ইতিমধ্যে বিগত বৰ্ষৰ পৰাই অসম চৰকাৰৰ উদ্যোগত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন হৈ আহিছে ৷…