Month: September 2026

গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত

বৰষুণ দিলেই ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিব লাগে গুৱাহাটীৰ পাহাৰত বসবাস কৰা আৰু পাহাৰৰ নামনিত বসবাস কৰা লোক ৷ কিয়নো নেৰেনেপেৰা বৰষুণ দিলেই ভূমিস্খলনৰ আকাংশই আতংকিত কৰি তোলে মহানগৰীৰ…

কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো সংৰক্ষণৰ বাবে পদক্ষেপ ল’ব চৰকাৰে

অহা 8 ছেপ্টেম্বৰত অসমবাসীয়ে পালন কৰিব সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শততম জন্মদিন ৷ ইতিমধ্যে বিগত বৰ্ষৰ পৰাই অসম চৰকাৰৰ উদ্যোগত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন হৈ আহিছে ৷…

বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ

বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ ৷ মধ্যপ্ৰদেশৰ সাগৰ জিলাত বিষাক্ত সুৰা সেৱন কৰি ১৬ জন লোকৰ মৃত্যু ঘটে ৷ বিপৰীতে প্ৰায় ৩৫ জন লোক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে ৷…

আইআৰডিএআই-ৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত নাগালেণ্ডত অনুষ্ঠিত হ’ল প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ বীমা সমিতিৰ বৈঠক

ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষৰ (আইআৰডিএআই) ৰাজ্যিক বীমা আঁচনি(এছআইপি)ৰ অধীনত নাগালেণ্ডৰ বাবে প্ৰধান বীমা প্ৰতিষ্ঠান টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ ৰাজ্যখনত অনুষ্ঠিত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ বীমা সমিতি(এছএলআইচি)ৰ বৈঠকত…

কৃষকৰ আয় বৃদ্ধিৰ বাবে মাখনাৰ বিপুল সম্ভাৱনা আছে: মন্ত্ৰী পীযুষ হাজৰিকা

অসমৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে দিমৰীয়াৰ বিধায়ক তপন দাসৰ সৈতে কামৰূপ (মহানগৰ) জিলাৰ টোপাতলীস্থিত মাখনা প্ৰচেছিং ইউনিট অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰে আৰু মাখনাৰ প্ৰচেছিং আৰু মূল্য সংযোজনৰ বিষয়ে…

শিশুৰ বাবে আলোচনা পৰিমাপযোগ্য প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰিত হ’ব লাগিব: ৰবি কোটা

অসমৰ মুখ্য সচিব ৰবি কোটাই শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিশোৰ ন্যায় সমিতিৰ উদ্যোগত ৰাজ্যিক শিশু সুৰক্ষা সমিতি (SCPS), অসম, মহিলা আৰু শিশু উন্নয়ন বিভাগ, অসম চৰকাৰ আৰু ইউনিচেফৰ সহযোগত আয়োজিত…

কোৱাৰ্টাৰৰ পৰা ফাইনেললৈ: ডিভিজা পালৰ নিখুঁত ৩-০ যাত্ৰাৰে WTT যুৱ কন্টেণ্ডাৰ খিতাপ দখল

অসমৰ যুৱ টেবুল টেনিছ তাৰকা ডিভিজা পালে ফিলিপাইনছৰ পুৱেৰ্টো প্ৰিন্সেছাত অনুষ্ঠিত WTT যুৱ কন্টেণ্ডাৰত অনূৰ্ধ্ব-১৩ ছোৱালীৰ ছিংগলছ খিতাপ জয় কৰি ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত…

কাজিৰঙাৰ ঐতিহ্যৰ মৰ্যাদাৰ ওপৰত আক্ৰমণৰ অভিযোগ, প্ৰণৱ ডলেৰ পক্ষত বোকাখাতৰ নাগৰিকৰ সমদল

ভূমি আৰু মানৱ অধিকাৰ কৰ্মী প্ৰণৱ ডলেৰ নিঃচৰ্ত মুক্তিৰ দাবীত বোকাখাতত এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ৰাজ্য…

এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্স লিমিটেডক প্ৰায় ১,৩২২ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত তীব্ৰ আইনী সংকটত সোমাই পৰিছে জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰ। শনিবাৰে উদ্যোগপতিগৰাকীৰ লগতে আন কেইবাজনৰো বিৰুদ্ধে এক গোচৰ ৰুজু…

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা ধাৰাবাহিক অভিযানৰ মাজতে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল লস্কৰ-ই-তৈবাৰ এজন দুধৰ্ষ সন্ত্ৰাসবাদী। নিৰাপত্তা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত এই সফলতা লাভ কৰে। সামাজিক মাধ্যম ‘এক্স’ৰ এক প’ষ্টৰ…