Month: September 2026

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা ধাৰাবাহিক অভিযানৰ মাজতে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল লস্কৰ-ই-তৈবাৰ এজন দুধৰ্ষ সন্ত্ৰাসবাদী। নিৰাপত্তা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত এই সফলতা লাভ কৰে। সামাজিক মাধ্যম ‘এক্স’ৰ এক প’ষ্টৰ…

মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা! দেৱদূত হৈ ৰক্ষা দুটা বাটৰ কুকুৰৰ

এগৰাকী মানসিকভাৱে অসুস্থ যুৱতীৰ বাবে দেৱদূত হৈ পৰিল দুটা বাটৰ কুকুৰ! মানৱৰূপী পিশাচৰ লালসাৰ চিকাৰ হোৱাৰ পৰা যুৱতীগৰাকীৰ মান-সন্মান ৰক্ষা কৰে এই অবোধ জীৱ দুটাই। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ…

চামগুৰিত হেৰ’ইনসহ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰব্বুল ইছলাম

নিষিদ্ধ ড্ৰাগছ হেৰ’ইন মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। শনিবাৰে চামগুৰি অঞ্চলত এক অভিযান চলাই ৰব্বুল ইছলাম ওৰফে ৰাজু নামৰ নেতাজনক কৰায়ত্ত কৰে ৰূপহীহাট আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই…

থানাত দালালৰ দৌৰাত্ম্য ৰোধৰ বাবে আৰক্ষীৰ বিশাল অভিযান; ৰাজ্যজুৰি আটক ৩৩০ জন

আৰক্ষীৰ কাম কৰি দিয়াৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰা দালাল আৰু মধ্যভোগীৰ বিৰুদ্ধে নামি পৰিছে অসম আৰক্ষী। ৰাজ্যজুৰি চলোৱা এক মাৰাথন অভিযানত এতিয়ালৈকে ৩৩০ জন মধ্যভোগীক আটক কৰা হৈছে। উলুবাৰীস্থিত…

প্ৰেমিকক দামী স্প’ৰ্টছ বাইক উপহাৰ দিয়াৰ হেঁপাহ! পিতৃৰ বন্ধুৰ ঘৰত সোণ চুৰি কৰি গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

প্ৰেমিকক বিলাসী স্প’ৰ্টছ বাইক উপহাৰ দিবলৈ সোণ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী। পিতৃৰ অন্তৰংগ বন্ধুৰ ঘৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ আ-অলংকাৰ চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে…

চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি

মহানগৰীৰ পশ্চিম প্ৰান্তৰ নৰ্থ ইষ্ট এলাইট চ’কাৰ স্কুল আৰু শ্যামভূমি হাইস্কুলৰ উদ্যোগত ১ ছেপ্টেম্বৰৰ পৰা শ্যামভূমি হাইস্কুল খেলপথাৰত আয়োজিত চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। যোৱা ১…

ভাৰতৰ উদীয়মান প্ৰযুক্তি প্ৰতিভাৰ ওপৰত গুৰুত্ব আৰোপেৰে পুনৰ আৰম্ভ হৈছে টিচিএছ গ্ৰাম্য আইটি কুইজ

টাটা কনচেলটেন্সী চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, আইটি আৰু বিটি বিভাগৰ সহযোগত ২৭ সংখ্যক টিচিএছ গ্ৰাম্য আইটি কুইজ প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে ভাৰতৰ সৰু চহৰ আৰু…

CITES-ৰ নিয়ম মানি চলা, সংৰক্ষণ আৰু উদ্ধাৰৰ তদাৰকীৰ বাবে ভানতাৰাই স্বতন্ত্ৰ পৰিষদ গঠন কৰিলে

ভানতাৰাই শুকুৰবাৰে নৱগঠিত গভৰ্নিং কাউন্সিলৰ সম্পূৰ্ণ সদস্যৰ তালিকা ঘোষণা কৰে, যিয়ে সংস্থাটোৰ সংৰক্ষণ, প্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু নিয়ম মানি চলাৰ কাৰ্যকলাপ তদাৰকী কৰাৰ লগতে অহা পাঁচ বছৰ আৰু তাৰ পিছৰ…

অসমৰ পেৰা জুডোকাৰ উজ্জ্বল প্ৰদৰ্শন: হিমাক্ষী দেৱীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণৰ পদক আৰু ‘শ্ৰেষ্ঠ জুডোকা’ বঁটা লাভ

দৃষ্টিহীন আৰু বিশেষভাৱে সক্ষম শিশুসকলক ক্ৰীড়াৰ মূলসুঁতিলৈ অনাৰ উদ্দেশ্যে অসম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ’চিয়েচনে অসমত চতুৰ্থটো জুডো প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। নতুন কেন্দ্ৰটো নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছন ব্লাইণ্ড স্কুলত…

১৯৯৯ চনৰ পৰা গঁড়ৰ সংখ্যা ৬৮% বৃদ্ধি, বাসস্থান সংকুচিত: ESZ কৰ্তনৰ পূৰ্বে বহন ক্ষমতা অধ্যয়নৰ দাবী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা পৰিৱেশ সংবেদনশীল মণ্ডল (ESZ) মাত্ৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। সংৰক্ষণবাদীসকলে যুক্তি দিয়ে যে এনে পদক্ষেপে…