Assam বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি; নতুন লক্ষ্য ৩৫ শতাংশ নিৰ্ধাৰণ September 4, 2026 Paromita বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি পাইছে। ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত এই বৃহৎ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনত…
Assam ৰাইজৰ দলক এৰি এআইইউডিএফৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰঃ নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ September 4, 2026 Paromita নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে গোপন বুজাবুজি গঢ়াৰ লক্ষ্যৰেই কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বৃহস্পতিবাৰে…
Assam নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ September 4, 2026 Paromita প্ৰশাসনিক পদ ত্যাগ কৰি এতিয়া ৰাজনৈতিক ৰণাঙ্গণত নমাৰ যো-জা চলাইছে নগাঁৱৰ সদ্যপ্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত কিছুদিন ধৰি তেওঁৰ বিজেপিত যোগদানৰ চৰ্চাৰ মাজতে আয়ুক্তৰ পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ…
Business দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী September 4, 2026 Paromita দিল্লীৰ যন্তৰ-মন্তৰৰ ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি ছাত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে! শেহতীয়াকৈ এজন তথাকথিত ইনফ্লুৱেন্সাৰে কৰা অকপট স্বীকাৰোক্তিৰ পিছতে উন্মোচিত হৈছে ছাত্ৰ আন্দোলনৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ৰহস্য।…
Assam ভুৱা ফেচবুক একাউণ্ট আৰু এআই ছবিৰে ব্লেকমেইল! ধুবুৰীত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ September 4, 2026 Paromita কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তিৰ অপব্যৱহাৰেৰে এগৰাকী মহিলাক ব্লেকমেইল কৰি ধন দাবী কৰা এক ভয়ংকৰ চাইবাৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ভুৱা ফেচবুক একাউণ্ট খুলি মহিলাগৰাকীক প্ৰতাৰণা কৰা…
Sports আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস পালন September 4, 2026 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আঞ্চলিক ক্রীড়া সন্থাৰ উদ্যোগত অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজাৰা সভাঘৰ প্ৰাংগণত আজি ৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে…
Sports বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ নতুন পৰিকল্পনা September 4, 2026 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ শেহতীয়া উচ্চস্তৰীয় সমীক্ষা বৈঠকৰ অন্তত ব’ৰ্ডৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই উদীয়মান তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ ভৱিষ্যত পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। অভিলেখ সৃষ্টিকাৰী ক্ৰিকেটাৰ বৈভৱ…
Business ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ September 4, 2026 Dipshikha ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন…
Business মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ September 4, 2026 Dipshikha মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে’টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত…
Business ভগৱানৰ চমৎকাৰ! September 4, 2026 Dipshikha ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা…