Month: July 2026

সন্তানসম্ভৱা বোৱাৰীক হত্যা কৰি মৃতদেহ পুতিলে চোতালত, বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য

বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱত সংঘটিত হৈছে এক জঘন্য আৰু লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী সন্তানসম্ভৱা বোৱাৰীৰ মৃতদেহ। নিহত মহিলাগৰাকী…

গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লয় ফটাশিলৰ এজন যুৱকে। তিনিজন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সলিল সমাধি ঘটা যুৱকজনক ফটাশিলৰ নিখিল ঝা (২৫) বুলি চিনাক্ত…

হোম ষ্টে’ত তাণ্ডৱ চলাই পলায়ন; ছয় অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

অতিথিশালাত তাণ্ডৱ চলাই ক্ষতিসাধন কৰাৰ অভিযোগত এইবাৰ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। অভিযুক্তসকলৰ ভিতৰত তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিজন নাবালক। আদালতত হাজিৰ কৰাৰ পিছত জামিনত মুকলি পায় আটাইকেইজনে। ১১ জুলাইত…

লৰ্ডছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক জয়

ভাৰতীয় মহিলা ক্ৰিকেট দলে ক্ৰিকেটৰ মক্কা স্বৰূপ লৰ্ডছত অনুষ্ঠিত প্ৰথমখন ঐতিহাসিক মহিলা টেষ্ট খেলত ঘৰুৱা দল ইংলেণ্ডক ২৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি এক নতুন ইতিহাস ৰচনা কৰিছে। ইংলেণ্ডৰ মাটিত…

বিশ্বকাপৰ পৰা বিদায়ৰ পিছতো ওচলোত নৰৱে দলক উষ্ম আদৰণি

২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পিছতো নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলটোক দেশৰ ৰাজধানী ওচলোত এক ঐতিহাসিক আৰু ৰাজকীয় আদৰণি জনোৱা হৈছে। বিগত শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত পৰাস্ত হৈ…

এল এণ্ড টি ফাইনেন্সৰ অভিলেখ সংখ্যক প্ৰথম ত্ৰৈমাসিকত ব্যৱসায়; ঋণ পুঁজিৰ পৰিমাণ ১.২৯ লাখ কোটিৰ অতিক্ৰম

এল এণ্ড টি ফাইনেন্স লিমিটেড(এলটিএফ)-এ ২০২৬ চনৰ ৩০ জুনত সমাপ্ত হোৱা প্ৰথম ত্ৰৈমাসিকত অভিলেখ সংখ্যক ৯০২ কোটি টকাৰ একত্ৰিত কৰ-পৰৱৰ্তী লাভ (পিএটি) অৰ্জন কৰিছে। শক্তিশালী খুচুৰা ঋণ আৰু ধাৰাবাহিক ব্যৱসায়িক…

জেন জি আৰু ভাৰতৰ গ্ৰাম্য তথা অৰ্ধ-চহৰীয়া অঞ্চলৰ চাহিদাৰ বাবে ফ্লিপকাৰ্টৰ খাদ্য আৰু পুষ্টি শিতানত ৫০% বৃদ্ধি

ভাৰতৰ স্বদেশী ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে নিজৰ খাদ্য আৰু পুষ্টি শিতানত বছৰি ৫০ শতাংশ বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। মূলতঃ জেন জি গ্ৰাহক আৰু দ্বিতীয় তথা তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ ক্ৰেতাসকলৰ বাবেই এই…

সকলোৰে বাবে বীমাৰ লক্ষ্যক আগুৱাই নিবলৈ কমিক বুক শৃংখলাৰ জৰিয়তে বীমা উদ্যোগৰ সজাগতামূলক অভিযান

ভাৰতৰ বীমা নিয়ন্ত্ৰক কৰ্তৃপক্ষই জীৱন বীমাৰ ধাৰণাসমূহ সৰল কৰিবলৈ আৰু বিত্তীয় সাক্ষৰতা উন্নত কৰাৰ উদ্দেশ্যে গ্ৰাহক সজাগতামূলক এক কমিক বুক শৃংখলা মুকলি কৰিছে। সকলোৰে বাবে বীমাৰ লক্ষ্যত উপনীত হ’বলৈ বীমা…

জেকাৰ্ড প্ৰশিক্ষণেৰে উদালগুৰিৰ ৬২ গৰাকী তাঁতশিল্পীৰ দক্ষতা বৃদ্ধি

THREAD প্ৰকল্পৰ অধীনত চতুৰ্থ উৎপাদন উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচী (PDTP) সফলতাৰে সম্পন্ন হ’ল। এই ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ২০২৬ চনৰ ১৭ জুনৰ পৰা ৩ জুলাইলৈ অসমৰ উদালগুৰি জিলাৰ চিমলুগুৰি আৰু মেৰবংচুবা…

চুমুকেডিমাত সন্ত্ৰাসী আক্ৰমণ: অসম ৰাইফলছৰ ৩ জোৱান শ্বহীদ, কেইবাজনো আহত

উত্তৰ-পূৰ্বাঞ্চলত পুনৰ কঁপি উঠিল সন্ত্ৰাসবাদৰ বিস্ফোৰণ। এইবাৰ নাগালেণ্ডত অসম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি সংঘটিত আইইডি বিস্ফোৰণত শ্বহীদ হয় তিনিজন জোৱান। ঘটনাটোত কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হয়। সোমবাৰে চুমুকেডিমা জিলাৰ সোখুভি গাঁৱৰ…