Month: July 2026

অব্যাহত বান-ভূমিস্খলনৰ সংহাৰ; অৰুণাচলত পুনৰ ধ্বস, ব্যাহত সীমান্তমুখী ৰাষ্ট্ৰীয় ঘাইপথ

অৰুণাচল প্ৰদেশত এতিয়াও ঘূৰি অহা নাই স্বস্তি। অব্যাহত বৰষুণৰ মাজতে এইবাৰ পুনৰ ভূমিস্খলনে জোকাৰি গ’ল পশ্চিম কামেং জিলা। ধ্বংসৰ ফলত ব্যাহত হৈছে সীমান্ত সংযোগী গুৰুত্বপূৰ্ণ বালিপাৰা-চাৰদুৱাৰ-তাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত, আনহাতে…

কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

মাদক সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ লাভ হৈছে এক উল্লেখযোগ্য সফলতা। এইবাৰ কাছাৰত আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। নিশাৰ অভিযানত জব্দ কৰা হ’ল বজাৰত লাখ লাখ টকাৰ মূল্যৰ…

মেৰামতিৰ কাম পৰিদৰ্শনৰ সময়তে দেৱাল খহি মৃত্যু চৰকাৰী চিকিৎসকৰ

কৰ্তব্য পালন কৰোঁতেই প্ৰাণ গ’ল এগৰাকী চৰকাৰী চিকিৎসকৰ। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি থকা সময়তে দেৱাল খহি পৰাত মৃত্যু হয় চিকিৎসকজনৰ। শনিবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হয় এই শোকাৱহ…

বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি

বহু প্ৰত্যাশিত ফুটবলৰ মহাৰণ ডুৰাণ্ড কাপক লৈ এতিয়া উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে উচ্ছ্বাস। অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়াৰ সৰ্বপ্ৰাচীন এই ফুটবল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি আয়োজক ৰাজ্যসমূহত ব্যস্ততা তুংগত থকাৰ…

বিক্ৰী হ’ব বিশ্বকাপ ফাইনেল খেলপথাৰৰ ঘাঁহ

২০২৬ ৰ ফিফা বিশ্বকাপৰ ফাইনেল মেচখন সমাপ্ত হোৱাৰ পিছতো ইয়াৰ জৰিয়তে ধন উপাৰ্জনৰ এক অনন্য আৰু ঐতিহাসিক পৰিকল্পনা হাতত লৈছে ফুটবলৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা ‘ফিফা’ই। ফাইনেল খেল অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামখনৰ…

গুৱাহাটীত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ; জব্দ ৭৮ গ্ৰাম হেৰ’ইন, উদ্ধাৰ চুৰি হোৱা মোবাইল-লেপটপ

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ আঁৰত সক্ৰিয় আছিল চুৰি হোৱা সামগ্ৰীৰো কাৰবাৰ। মহানগৰীত এই অভিযোগতে আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে একাধিক চুৰি…

২০৩০ৰ ফিফা বিশ্বকাপত ৬৪ দল অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা ফিফাৰ

ফিফাৰ সভাপতি জিয়ানি ইনফেন্টিনোই জনাইছে যে ২০৩০ চনৰ বিশ্বকাপ ফুটবলত দলৰ সংখ্যা আৰু ১৬ টা বৃদ্ধি কৰি মুঠ ৬৪ টা কৰাৰ প্ৰস্তাৱ ফিফাৰ বিষয়ববীয়াসকলে বিবেচনা কৰি চাব। চলিত ২০২৬ৰ বিশ্বকাপত…

ভাৰতত বাহন অভিযান্ত্ৰিকতা উন্নত কৰাৰ বাবে আইআইটি কানপুৰৰ সৈতে ৰেন’ৰ চুক্তি

ৰেন’ ইণ্ডিয়াই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ উদ্দেশ্য হৈছে প্ৰতিষ্ঠানখনৰ উন্নত নেচনেল ৱিণ্ড টানেল ফেচিলিটি(এনডব্লিউটিএফ)-ৰ সহায় লৈ দেশত বাহনৰ গৱেষণা আৰু উন্নয়নমূলক ক্ষমতা…

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা ‘ব্লেক মেইল’ৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন বিভাগৰ কাম-কাজ আৰু বন্য প্ৰাণী সুৰক্ষাৰ অচিলা লৈ একাংশ স্বাৰ্থান্বেষী লোকে সাধাৰণ…

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন। গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট চকৰ সমীপত সাধাৰণ দিনৰ দৰেই সোমবাৰে পুৱাৰ ভাগত যান-বাহনৰ চলাচল হৈ আছিল। ঠিক তেনে সময়তে পাহাৰৰ এটা অংশৰ পৰা ধাৰাষাৰভাৱে…