Month: July 2026

দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। এই সময়ছোৱাত দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল দুয়োফালৰ পৰা নিষিদ্ধ কৰা হৈছে।পুৰণি…

ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুকলি কৰি দিয়াৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ ।অখিল গগৈ আৰু ধিঙৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মুখতাৰে সোমবাৰে ক’লা পোচাক…

সেউজ এলপিজি বিতৰণক ত্বৰান্বিত কৰিবলৈ টিভিএচ মটৰ আৰু ইণ্ডিয়ান অইলৰ সহযোগিতা

টিভিএচ মটৰ কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড-এ সমগ্ৰ ভাৰতজুৰি বহনক্ষম উপায়েৰে অন্তিম পৰ্যায়ৰ এলপিজি চিলিণ্ডাৰ বিতৰণ প্ৰক্ৰিয়াক প্ৰসাৰিত কৰিবলৈ এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ অধীনত ইণ্ডিয়ান অইলৰ…

পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট

পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট । উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ । পুনৰ উজনি-নামনিমুৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাহাটত সাগৰসদৃশ পৰিৱেশৰ…

বৰষুণৰ পৰিস্থিতি পৰ্যালোচনাৰ পিছত চিএমে ক’লে – প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য প্ৰদান কৰা হ’ব

শনিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে বৰষুণৰ পৰিস্থিতিৰ ওপৰত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। অবিৰত বৰষুণৰ ফলত গাৰো পাহাৰ আৰু খাচি পাহাৰৰ কিছুমান অঞ্চলত ভূমিস্খলন আৰু স্থানীয় বানপানীৰ…

লোক ভৱন, গুৱাহাটীত সন্মানিত হ’ল ৰূপমণি

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শনিবাৰে গুৱাহাটীৰ লোক ভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত এভাৰেষ্ট জয় কৰা অসমৰ প্ৰথম মহিলা ৰূপমণি গড়ক সন্মানিত কৰে। লখিমপুৰ জিলাৰ লীলাবাৰী অঞ্চলৰ বাসিন্দা ৰূপমণিয়ে ২০২৬ চনৰ…

পাঞ্চশীল পাৰ্কৰ বিল্ডিং এতিয়া সম্পূৰ্ণৰূপে SRK-ৰ, কিনিলে ২য় আৰু ৩য় মহলা

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে পত্নী গৌৰী খানৰ সৈতে নিজৰ বিবাহিত জীৱন আৰম্ভ কৰা দিল্লীৰ ঘৰটো পুনৰ কিনি লৈছে। শেহতীয়া সম্পত্তিৰ চুক্তি অনুসৰি, দক্ষিণ দিল্লীৰ পাঞ্চশীল পাৰ্কৰ আৱাসিক বিল্ডিংটোৰ এতিয়া সম্পূৰ্ণ…

ডিব্ৰুগড়ত ম’হে ২ জনক আঘাত কৰাৰ পিছত নিৰাপত্তা অভিযান

শনিবাৰে অসমৰ ডিব্ৰুগড় জিলাৰ খোৱাংৰ নাহৰণি অঞ্চলত এটা বনৰীয়া ম’হে দুজন লোকক আঘাত কৰি আতংকৰ সৃষ্টি কৰে। যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান আৰম্ভ কৰে।…

কাণ্টো সাবলত মেইটেই সম্প্ৰদায়ৰ ৩টা ঘৰত জুই, উত্তেজনা

শনিবাৰে মনিপুৰৰ কাণ্টো সাবল অঞ্চলত দুৰ্বৃত্তই মেইটেই সম্প্ৰদায়ৰ লোকৰ অন্ততঃ তিনিটা পৰিত্যক্ত ঘৰত জুই লগাই দিয়াৰ পিছত উত্তেজনাৰ সৃষ্টি হয়। পিছত জুই নিয়ন্ত্ৰণলৈ অনা হয় আৰু কোনো লোকৰ প্ৰাণহানিৰ খবৰ…

ভিয়েটনামত স্পীডবোট দুৰ্ঘটনা; ১৫ জনৰ মৃত্যুৰ আশংকা, আছিল ৩২ ভাৰতীয় পৰ্যটক

ভিয়েটনামত সংঘটিত এক স্পীডবোট দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতীয়সহ ডজনৰো অধিক পৰ্যটকে। শনিবাৰে দেশখনৰ ফুকুৱক দ্বীপৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ভিএন এক্সপ্ৰেছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদন অনুসৰি, হন মে ৰুটৰ পৰা…