Month: July 2026

অৱসৰকালীন সুৰক্ষা সুদৃঢ় কৰিবলৈ জেনেৰেলী চেন্ট্ৰেল লাইফে মুকলি কৰিলে সোনহেৰা পেঞ্চন আঁচনি

জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড (জিচিএলআইচিএল)-এ গ্ৰাহকসকলক এক দীৰ্ঘম্যাদী অৱসৰকালীন পুঁজি গঠন কৰাত সহায় কৰা আৰু অতিৰিক্ত স্বাস্থ্যজনিত সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে সোনহেৰা পেঞ্চন আঁচনি মুকলি কৰিছে। এইখন এখন…

অসম চৰকাৰ মুঠ দায়বদ্ধতা ১.৬ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে

বিগত দশকত অসমৰ বাকী ঋণ সৰে ৪.৫ গুণতকৈও বেছি বৃদ্ধি পাই ২০২৫ চনৰ ৩১ মাৰ্চলৈ ১.৬২ লাখ কোটি টকাত উপনীত হৈছে বুলি মঙলবাৰে ৰাজ্যিক বিধানসভাত অৱগত কৰা হয়। বিৰোধী বিধায়কসকলৰ…

ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি বিয়া; তাৰ পিছতে ৪০ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

সামাজিক মাধ্যমত পৰিচয়, তাৰ পিছত বিয়া। কিন্তু সংসাৰ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে ওলাই পৰিল এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ কাহিনী। নিজকে আইএএছ বিষয়া বুলি পৰিচয় দি এজন যুৱকক বিয়া কৰোৱা এগৰাকী মহিলাক…

খোজকৈ যাত্ৰী সমাজ সংস্কাৰক অজয় অ’লিয়ে শিশু শ্ৰম আৰু ভিক্ষাবৃত্তিৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীত উপস্থিত

উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ সমাজ সংস্কাৰক অজয় অ’লি বিগত এক দশকতকৈও অধিক সময় ধৰি খালী ভৰিৰে খোজ কাঢ়ি শিশুৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পাই আহিছে। ৩৩ বছৰীয়া এই কৰ্মীজন শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়।…

‘ফৰ হাৰ’ পাৰফিউম ছিৰিজেৰে মহিলাৰ সুগন্ধি খণ্ডলৈ সম্প্ৰসাৰিত হ’ল পার্ক এভিনিউ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টচ লিমিটেড(জিচিপিএল)-এ ‘পাৰ্ক এভিনিউ ফৰ হাৰ’ য়াও ডি পাৰফিউম শৃংখলা মুকলি কৰি নিজৰ পাৰ্ক এভিনিউ সুগন্ধি পৰ্টফ’লিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতত মহিলাৰ মাজত প্ৰিমিয়াম বা উচ্চ…

বৃত্তাকাৰ অৰ্থনীতি আৰু হাৰিত ষ্টাৰ্টআপক প্ৰতিপালন কৰিব প্ৰকৃতি লঞ্চপেডে

IIM Calcutta Innovation Park (IIMCIP)-এ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰকৃতি ইনকিউবেচন লঞ্চপেড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই ১২ মাহীয়া কাৰ্যসূচীৰ লক্ষ্য হৈছে বহনক্ষমতা-কেন্দ্ৰিক ব্যৱসায়ক সহায় কৰা। উত্তৰ-পূৰ্বাঞ্চলত বহনক্ষম আৰু বৃত্তাকাৰ…

২০২৩ৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰত ২০.৫৩ কোটি টকাৰ ড্ৰাগছ জব্দঃ বিধানসভাত চৰকাৰৰ তথ্য

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ চক্ৰ। এনে সময়তে সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰক লৈ সোমবাৰে বিধানসভাত এক গুৰুত্বপূৰ্ণ…

ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ

ৰাম মন্দিৰত ভক্তৰ দান আত্মসাতৰ অভিযোগক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ৱাকফ সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী মুছলমান ধৰ্মগুৰুৱে। উত্তৰ প্ৰদেশৰ দুয়োখন ৱাকফ ব’ৰ্ডত বৃহৎ কেলেংকাৰী…

২৭ জনক বিদেশী ঘোষণা কৰা হাই ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ; নতুনকৈ শুনানিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি…

অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান

অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ…