Sports স্কটলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ নকআউটত ব্ৰাজিল June 25, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিমখন গ্ৰুপ চি মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে।ফ্ল’ৰিডাৰ মিয়ামি ষ্টেডিয়ামত দুটা গ’ল দি ব্ৰাজিলৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও মেথিউছ কুনহাইও এটা…
Sports বিশ্বকাপৰ নকআউটত সহ-আয়োজক মেক্সিকো June 25, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ৰ ৩২ ৰাউণ্ডত স্থান নিশ্চিত কৰিছে সহ-আয়োজক মেক্সিকোৱে৷ গ্ৰুপ এ-ৰ মেচখনত মেক্সিকোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চেক গণৰাজ্যক ৩-০ গ’লত পৰাস্ত কৰে। মেক্সিকোৱে গ্ৰুপ এ-ৰ শীৰ্ষস্থান দখল কৰি নকআউট…
Assam অৱতৰণৰ সময়তে পাকিস্তানৰ আকাশসীমাত সোমাল এয়াৰ ইণ্ডিয়াৰ বিমান; ক্ৰুৰ বিৰুদ্ধে ব্যৱস্থা June 25, 2026 Paromita অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ প্ৰস্তুতি চলি থকাৰ সময়তে হঠাতে পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে সংশ্লিষ্ট বিমান ক্ৰু আৰু এজন বায়ু পৰিবহণ নিয়ন্ত্ৰকৰ বিৰুদ্ধে…
Assam ৰাণীৰ বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱ June 25, 2026 Sonakshi Sarkar পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰে গঞা। উল্লেখ্য যে কালি নিশা প্ৰায় দুই বজাত চাৰিটাকৈ বনৰীয়া হাতীয়ে গাঁওখনৰ দিপালী কলিতা নামৰ…
Business ৰেন’ই সম্প্ৰসাৰণ কৰিলে কাইগাৰৰ মডেল; টাৰ্ব’ এছইউভিখন গ্ৰাহকৰ বাবে কৰি তুলিছে অধিক সুলভ June 25, 2026 Business Bureau ৰেন’ ইণ্ডিয়াই নিজৰ জনপ্ৰিয় কম্পেক্ট এছইউভি কাইগাৰৰ মডেলৰ পৰিসৰ বৃদ্ধি কৰিছে। তীব্ৰ প্ৰতিযোগিতাপূৰ্ণ বি-এছইউভি শিতানত গ্ৰাহকসকলৰ বাবে প্ৰিমিয়াম বৈশিষ্ট্য আৰু টাৰ্ব’ প্ৰদৰ্শন অধিক সুলভ কৰি তোলাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৱে নেচাৰেলী এস্পিৰেটেড…
Business চিডিএছএল আইপিএফ-এ মহিলাৰ মাজত বিত্তীয় সজাগতা বৃদ্ধিৰ বাবে মুকলি কৰিছে ‘বনো মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ শীৰ্ষক গীত June 25, 2026 Business Bureau চেন্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেড (চিডিএছএল) ইনভেষ্টৰ প্ৰটেকচন ফাণ্ড (আইপিএফ)-এ নিজৰ চলিত ‘আত্মনিৰ্ভৰ’ পদক্ষেপৰ অংশ হিচাপে ‘বনো মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ নামৰ এটা নতুন বিনিয়োগকাৰী সজাগতামূলক গীত মুকলি কৰিছে। ইয়াৰ উদ্দেশ্য…
Business টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স ফাণ্ড June 25, 2026 Business Bureau বজাৰৰ তাৰতম্য বা উত্থান-পতনৰ বাবে বিনিয়োগকাৰীসকলে নিজৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত স্থিৰ হৈ থকাটো কঠিন হৈ পৰে। এই সমস্যা দূৰ কৰিবলৈ টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স…
Business সম্পূৰ্ণ নতুন ডাষ্টাৰ বাহনৰ গোলকীয় ৰপ্তানি আৰম্ভ কৰিলে ৰেন’ ইণ্ডিয়াই June 25, 2026 Business Bureau ফৰাচী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰেন’ গ্ৰুপ-ৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক প্ৰতিষ্ঠান ৰেন’ ইণ্ডিয়াই সম্পূৰ্ণ নতুন ডাষ্টাৰ বাহনৰ ৰপ্তানি আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত চেন্নাইৰ পৰা দক্ষিণ আফ্ৰিকালৈ ৭৫০খন বাহন প্ৰেৰণ কৰা হৈছে।…
Business দেশজুৰি সুৰক্ষিত বাইক ৰাইডিং কাৰ্যসূচীৰে টিভিএছ মটৰ্ছৰ বিশ্ব মটৰচাইকেল দিৱস উদযাপন June 25, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ ১৭ খন চহৰৰ ১,০০০তকৈও অধিক বাইক চালকক একত্ৰিত কৰি এক দেশজোৰা ৰেলীৰ জৰিয়তে বিশ্ব মটৰচাইকেল দিৱস উদযাপন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল সুৰক্ষিত আৰু দায়িত্বশীল মটৰচাইকেল…
News অৰুণাচলত প্ৰচণ্ড বৰষুণ, আকস্মিক বান; অসমত সতৰ্কবাণী জাৰি June 24, 2026 Tarali অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা প্ৰচণ্ড বৰষুণ আৰু আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত অসম চৰকাৰে ঘনিষ্ঠভাৱে নিৰীক্ষণ কৰি আছে। এই ঘটনাৰ প্ৰভাৱ অসমৰ কেইবাখনো জিলাত পৰাৰ আশংকা…