Month: June 2026

সাংস্কৃতিক প্ৰসাৰৰ জৰিয়তে ভাৰতৰ গোলকীয় প্ৰভাৱ শক্তিশালী কৰিছে যোগ কূটনীতিয়ে

বিশ্ব দৰবাৰত যোগৰ প্ৰসাৰৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাসমূহ দেশখনৰ সাংস্কৃতিক কূটনীতিৰ এক অন্যতম সফল উদাহৰণ হিচাপে পৰিগণিত হৈছে। বিগত এটা দশকত এই প্ৰাচীন পদ্ধতিটোৱে বিশ্বজুৰি সুস্থতা আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগৰ এক…

‘মা, মোক ক্ষমা কৰি দিবা…’! ভিডিঅ’ত ক্ষমা খুজি চৰম সিদ্ধান্ত নীট পৰীক্ষাৰ্থীৰ

“মা, মোক ক্ষমা কৰি দিবা, পুনৰ যদি জনম লও, মই তোমাৰে গৰ্ভত জন্ম ল’ব বিচাৰিম!’’ – জীৱনৰ শেষটো ভিডিঅ’ত মাতৃৰ ওচৰত এইদৰেই ক্ষমা খুজি চিৰদিনৰ বাবে হেৰাই গ’ল এগৰাকী ১৮…

ডিজিটেল এৰেষ্ট কেলেংকাৰিৰ বিৰুদ্ধে দেশজুৰি চিবিআইৰ অভিযান; শিৱসাগৰ-চৰাইদেউতো তালাচী

অনলাইন জালিয়াতিৰ নতুন কৌশল ‘ডিজিটেল এৰেষ্ট’ৰ জৰিয়তে দেশজুৰি প্ৰতাৰণা চলোৱা চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। অপাৰেচন চক্ৰ-৬ৰ অধীনত দেশৰ ১৬খন ৰাজ্যত একেলগে অভিযান চলাই ৮০ৰো…

সাংস্কৃতিক প্ৰসাৰৰ জৰিয়তে ভাৰতৰ গোলকীয় প্ৰভাৱ শক্তিশালী কৰিছে যোগ কূটনীতিয়ে

বিশ্ব দৰবাৰত যোগৰ প্ৰসাৰৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাসমূহ দেশখনৰ সাংস্কৃতিক কূটনীতিৰ এক অন্যতম সফল উদাহৰণ হিচাপে পৰিগণিত হৈছে। বিগত এটা দশকত এই প্ৰাচীন পদ্ধতিটোৱে বিশ্বজুৰি সুস্থতা আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগৰ এক…

পুনৰ অৰণ্যত মুকলি বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা ৭টা সোণালী বান্দৰ

বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰৰ পাছত দীঘলীয়া চিকিৎসা, পুনৰ সংস্থাপন আৰু বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত নতুন জীৱন লাভ কৰিলে সাতটা বিপন্ন সোণালী বান্দৰে। ছিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছে উদ্ধাৰ…

পাছপ’ৰ্ট নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়ঃ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ

নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয় পাছপ’ৰ্টক। বিদেশ মন্ত্ৰালয়ৰ শেহতীয়া মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। এক চৰকাৰী বিবৃতিযোগে কেন্দ্ৰই সদৰী কৰে যে,…

ইমাৰ্জেন্সি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ঃ হিমন্ত বিশ্ব শৰ্মা

দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাক দমন কৰাৰ উদ্দেশ্যেৰে ১৯৭৫ চনত আৰোপ কৰা হৈছিল ইমাৰ্জেন্সি। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সেই সময়ছোৱা এক অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী…

বিয়াৰ মাত্ৰ সাত মাহৰ পাছতেই ডেংগুয়ে কাঢ়ি নিলে প্ৰাণ; ছমৰীয়াত ২৭ বছৰীয়া যুৱকৰ মৃত্যু

দাম্পত্য জীৱন আৰম্ভ কৰিছিল মাত্ৰ সাত মাহ পূৰ্বে। নতুন সপোন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ মাজতেই হঠাতে আক্ৰান্ত হৈছিল ডেংগুত। অৱশেষত মাৰাত্মক এই ৰোগৰ সৈতে যুঁজ দি প্ৰাণ হেৰুৱালে ২৭ বছৰীয়া এজন…

সন্ধিয়াৰে পৰা সন্ধানহীন! নলবাৰীত একেলগে উদ্ধাৰ প্ৰেমিক যুগলৰ মৃতদেহ, চাঞ্চল্য

ৰাতিৰ আন্ধাৰত ঘৰৰ পৰা ওলাই গৈছিল দুয়ো। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ কৰিও লাভ কৰা নাছিল কোনো সন্ধান। কিন্তু পুৱাৰ ভাগত পথাৰত গৰু এৰাল দিবলৈ অহা স্থানীয় লোকে প্ৰত্যক্ষ কৰে…

আকস্মিক বান-ভূমিস্খলনত বিপৰ্যস্ত অৰুণাচল; উদ্ধাৰ শিক্ষয়িত্ৰীৰ মৃতদেহ, এতিয়াও নিৰুদ্দেশ ৪ জন

অবিৰত বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনে একপ্ৰকাৰ স্তব্ধ কৰি পেলাইছে অৰুণাচল প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল। কেইবাখনো জিলা জুৰি যোগাযোগ ব্যৱস্থা ভাঙি পৰাৰ মাজতে কীয়ি পান্যোৰ জিলাত উদ্ধাৰ হৈছে এগৰাকী নিৰুদ্দেশ শিক্ষয়িত্ৰীৰ…