Month: June 2026

বৃদ্ধি কৰা হল পাছপ’ৰ্টৰ মাছুল

পাছপ’ৰ্ট বিচাৰি কৰা আবেদন এতিয়াৰে পৰা অধিক ব্যয়বহুল হৈ পৰিব। অহা ১ জুলাই ২০২৬ৰ পৰা চৰকাৰে নতুন পাছপ’ৰ্ট আবেদন, তৎকাল সেৱা আৰু অন্যান্য পাছপ’ৰ্ট সম্পৰ্কীয় সেৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত…

ৰেচন কাৰ্ডৰ হিতাধীকাৰিৰ বাবে ডাঙৰ খবৰ

চৰকাৰে অন্ত্যোদয়াৰ অধীনত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ বাবে ৭ কেজি ৰেচন প্ৰদান কৰিব, যাৰ সৰ্বোচ্চ সীমা প্ৰতিটো পৰিয়ালত ৩৫ কেজি নিৰ্ধাৰণ কৰা হৈছে ।ইয়াৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা (Antyodaya Anna Yojana…

এটা যুগৰ অৱসান! নামৰূপ সাৰ কাৰখানাৰ Unit-1 ভাঙি নতুন যুগৰ আৰম্ভণি

এটা যুগৰ অৱসান! নামৰূপ সাৰ কাৰখানাৰ Unit-1 ভাঙি নতুন যুগৰ আৰম্ভণিনামৰূপ, অসম: অসমৰ উদ্যোগ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তি ঘটিল। বহু দশক ধৰি উৎপাদন চলোৱা নামৰূপ সাৰ কাৰখানাৰ Unit-1 আনুষ্ঠানিকভাৱে…

ধুবুৰীত আৰক্ষীৰ অভিযান; নিষিদ্ধ গো-মাংসসহ ৫ জনক গ্ৰেপ্তাৰ

গোপন সূত্ৰৰ ভিত্তিত চলোৱা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল অবৈধ গো-মাংস বিক্ৰীৰ সন্দেহজনক কাৰ্যকলাপ। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত চাৰালডাঙা গাঁৱত শুকুৰবাৰে চলোৱা এই অভিযানত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে…

আম্বুবাচীৰ নিবৃত্তি; ভক্তৰ বাবে পুনৰ মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ

চাৰি দিনীয়া ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অন্তত পুনৰ মুকলি হ’ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ। পুৱাই পৰা হাজাৰ হাজাৰ ভক্তই শাৰী পাতি মা কামাখ্যাৰ দৰ্শন আৰু পূজাৰ বাবে সমবেত হয় নীলাচল পাহাৰত। সোমবাৰে…

ফিফা বিশ্বকাপত ৩২ দলৰ নকআউট নিশ্চিত

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে আৰু ‘ৰাউণ্ড অৱ ৩২’-ৰ দলসমূহ লাহে লাহে স্পষ্ট হৈ পৰিছে। ২৭ জুনত গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হ’ব। ইতিমধ্যে…

ফিফা বিশ্বকাপ ২০২৬-ত আটাইতকেই বেছি গ’লৰ অভিলেখ

শুকুৰবাৰে ফিফা বিশ্বকাপ ২০২৬-ৰ নামত দুটা ঐতিহাসিক অভিলেখ লিপিবদ্ধ হৈছে। বিশ্বকাপৰ কোনো এটা সংস্কৰণত আটাইতকেই বেছি গ’ল হোৱাৰ অভিলেখ এইবাৰ ফিফা বিশ্বকাপ ২০২৬-ত গঢ়া হৈছে। এই ঐতিহাসিক অভিলেখটো গ্ৰুপ ‘ডি’ত…

ৰাজপথত বেহেলা বজাই জীৱন নিৰ্বাহ কৰা অশীতিপৰ ভগৱান মাল্লিকলৈ সহায়ৰ হাত আনন্দ মহিন্দ্ৰাৰ

বয়সে ভৰ কৰা শৰীৰ, চকুৰ দুৰ্বল দৃষ্টি আৰু পুৰণি বেহেলাখনেই এতিয়াও জীৱন যুঁজৰ একমাত্ৰ সম্বল ৮০ বছৰীয়া ভগৱান মাল্লিকৰ। কেইবাদশক ধৰি কলকাতাৰ ৰাজপথত বেহেলা বজাই প্ৰতিদিনে পেটৰ ভাতমুঠি যোগাৰ কৰি…

তাই সাৰি যাব নালাগে, তাইকো শাস্তি দিয়কঃ কেতন হত্যাকাণ্ড গোচৰৰ অভিযুক্ত ছিয়াৰ পিতৃৰ দাবী

যদি মোৰ কন্যা কেতন আগৰৱালাৰ হত্যাকাণ্ডত দোষী প্ৰমাণিত হয়, তেন্তে তাইকো কঠোৰতম শাস্তি দিয়া উচিত। যি দ খাৱৈৰ পৰা কেতনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, সেই একেই ঠাইৰ পৰাই তাইকো পেলাই…

অপাৰেচন সেন্দূৰত প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কেন্দ্ৰৰ

অপাৰেচন সেন্দুৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। ২০২৫ চনৰ মে’ মাহত সংঘটিত এই সামৰিক অভিযানত…