চৰকাৰে অন্ত্যোদয়াৰ অধীনত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ বাবে ৭ কেজি ৰেচন প্ৰদান কৰিব, যাৰ সৰ্বোচ্চ সীমা প্ৰতিটো পৰিয়ালত ৩৫ কেজি নিৰ্ধাৰণ কৰা হৈছে ।ইয়াৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা (Antyodaya Anna Yojana চমুকৈ AAY)ৰ হিতাধিকাৰীসকলে লাভ কৰা শস্যৰ পৰিমাণ এতিয়া পৰিয়ালৰ সদস্যৰ সংখ্যাৰ সৈতে সংযুক্ত কৰা হ’ব । খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিধেয়ক, ২০২৬”ৰ খচৰা প্ৰস্তুত কৰি ২০২৬ চনৰ ১৩ জুলাইৰ ভিতৰত ইয়াৰ ওপৰত জনসাধাৰণৰ পৰামৰ্শ আৰু মন্তব্য বিচাৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *