Assam কাবেৰী নদীত ফটো তুলিবলৈ নামি একেটা পৰিয়ালৰ চাৰিগৰাকী মহিলাসহ পাঁচজনৰ সলিল সমাধি June 27, 2026 Paromita দেৱীৰ ওচৰত পূজা আগবঢ়াই ঘৰলৈ উভতি যোৱাৰ কথা আছিল। সেই উদ্দেশ্যেই একেলগে মন্দিৰলৈ গৈছিল পৰিয়ালটোৰ সদস্যসকল। কিন্তু পূজাৰ পিছত কাবেৰী নদীৰ পাৰত কটোৱা কেইটামান মুহূৰ্তই সলনি কৰি দিলে সকলো। নদীৰ…
Assam পুনে হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য! চেতন-ছিয়াৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিও ধনৰ বাবেই উপেক্ষা কৰিছিল পৰিয়ালে June 27, 2026 Paromita প্ৰেমৰ সম্পৰ্ক এটা লুকুৱাই ৰাখি পৰিয়ালৰ সিদ্ধান্তমতে আন এজন যুৱকৰ সৈতে বিয়াৰ প্ৰস্তুতি চলিছিল ছিয়াৰ। সেই দ্বন্দ্বৰ মাজতেই সংঘটিত হৈছিল কেতন আগৰৱাল হত্যাকাণ্ড। এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ…
Assam ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান; গ্ৰেপ্তাৰ দুজন June 27, 2026 Paromita চিকিৎসাৰ নামত চলি থকা ভুৱা প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ হৈছে কাছাৰ আৰক্ষী। বিগত কিছুদিন ধৰি জিলাজুৰি অব্যাহত থকা বিশেষ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে পুনৰ দুজন কথিত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।…
Assam নিয়ন্ত্ৰণ হেৰুৱাই ট’ল প্লাজাত সোমাল এলপিজি টেংকাৰ; ভয়ংকৰ বিস্ফোৰণৰ পাছতে অগ্নিকাণ্ড, দগ্ধ ৭ June 27, 2026 Paromita পুৱাৰ ব্যস্ত সময়। ট’ল প্লাজাত চলি আছিল স্বাভাৱিক যান-বাহনৰ অহা-যোৱা। সেই সময়তেই নিয়ন্ত্ৰণ হেৰুৱায় এখন এলপিজি টেংকাৰে। মুহূৰ্ততে ট’ল প্লাজাত খুন্দা মৰাৰ পাছতে সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। ভয়ংকৰ অগ্নিকাণ্ডত দগ্ধ…
Business কৰ্কট ৰোগৰ চিকিৎসা সলনি কৰা নিখুঁত ঔষধৰ নতুন অগ্ৰগতিৰ ওপৰত আলোকপাত মেদান্তাৰ June 27, 2026 Business Bureau যোৱা এটা দশকত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰখনত আকস্মিক পৰিৱৰ্তন ঘটিছে, যাৰ ফলত ৰোগীসকলে অধিক ব্যক্তিগতকৃত আৰু কাৰ্যকৰী চিকিৎসাৰ বিকল্প লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৬ বৰ্ষত নিউজউইক আলোচনীৰ দ্বাৰা ভাৰতৰ সৰ্বশ্ৰেষ্ঠ…
Business ১,৪৭৩% বৃদ্ধিৰ উত্থানেৰে ভাৰতৰ পেট কেয়াৰ বুমত আগবাঢ়িছে গুৱাহাটী June 27, 2026 Business Bureau ভাৰতৰ পেট কেয়াৰ উদ্যোগৰ ভৱিষ্যৎ এতিয়া কেৱল মেট্ৰ’ চহৰৰ ভিতৰত সীমাবদ্ধ নহয়, আৰু এই পৰিৱর্তনৰ নেতৃত্ব দিছে গুৱাহাটীয়ে। বছৰি ۱,۴۷۳% পেট কেয়াৰ অৰ্ডাৰ বৃদ্ধিৰ সৈতে চহৰখন দেশৰ আটাইতকৈ দ্ৰুত বৃদ্ধি…
Assam News নাগালেণ্ডে ৩০ কোটি টকাৰো অধিক চি এছ আৰ প্ৰতিশ্ৰুতি লাভ কৰিলে June 26, 2026 Tarali শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত নাগালেণ্ড কানেক্ট ২০২৬ চি এছ আৰ সন্মিলনত নাগালেণ্ড ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে (IDAN) নাগালেণ্ডত কৰ্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটি (CSR) পদক্ষেপৰ বাবে ৩০ কোটি টকাৰো অধিক প্ৰতিশ্ৰুতি লাভ…
News মেঘালয়ত ব্লিংকিটক ট্ৰেডিং লাইচেন্স দিয়া নহ’ব: খাচী পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদ June 26, 2026 Tarali খাচী পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদে (KHADC) জনাইছে যে তেওঁলোকে দ্ৰুত-বাণিজ্যৰ বৃহৎ প্ৰতিষ্ঠান ব্লিংকিটক মেঘালয়ত ব্যৱসায় কৰিবলৈ ট্ৰেডিং লাইচেন্স প্ৰদান নকৰে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি KHADCৰ মুখ্য কাৰ্যবাহী সদস্য ৱিনষ্টন…
Assam শ্ৰীভূমিত ১০.৮ কোটি টকাৰ ড্ৰাগছ জব্দ; নিশাৰ অভিযানত এজন গ্ৰেপ্তাৰ June 26, 2026 Paromita ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শ্ৰীভূমি জিলাত নিশা চলোৱা এক বিশেষ অভিযানত প্ৰায় ১০.৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।…
Business বৃদ্ধি পাইছে মৃতকৰ সংখ্যা June 26, 2026 Dipshikha ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰে জৰ্জৰিত হৈ থকাৰ মাজতে মাত্ৰ ৩৯ ছেকেণ্ডৰ ব্যৱধানত অহা দুটাকৈ শক্তিশালী ভূমিকম্পই তচনচ কৰি পেলালে দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাক।বৃহস্পতিবাৰে সন্ধিয়া অহা ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ এই…