Assam মেগীত পোক-পতংগ লাভৰ অভিযোগ; নেছলে ইণ্ডিয়ালৈ জাননী FSSAIৰ June 13, 2026 Paromita দেশৰ অন্যতম জনপ্ৰিয় ইনষ্টেণ্ট নুডলছ ব্ৰেণ্ড মেগীক কেন্দ্ৰ কৰি পুনৰ উত্থাপিত হৈছে খাদ্য সুৰক্ষাজনিত বিতৰ্ক। মেগীৰ এটা পেকেটত পোক-পতংগ বা লাৰ্ভা পোৱাৰ অভিযোগৰ ভিত্তিত এইবাৰ নেছলে ইণ্ডিয়ালৈ জাননী জাৰি কৰিছে…
Assam ভাৰতীয় সামৰিক একাডেমীত ইতিহাস; প্ৰথমবাৰৰ বাবে কমিছন লাভ মহিলা কেডেটৰ June 13, 2026 Paromita ভাৰতীয় সেনাত মহিলাৰ অংশগ্ৰহণ আৰু নেতৃত্বৰ ক্ষেত্ৰত সূচনা হ’ল এক নতুন অধ্যায়ৰ। ডেৰাডুনস্থিত ভাৰতীয় সামৰিক একাডেমীৰ পৰা প্ৰথমবাৰৰ বাবে মহিলা কেডেটৰ এটা দলে কমিছন লাভ কৰাৰ ঘটনাই দেশৰ সামৰিক ইতিহাসত…
Assam ড্ৰাগছ সৰবৰাহত নামিল সুন্দৰী মডেল! বিমানবন্দৰত ১২ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সুন্দৰী হৰ্ষা June 13, 2026 Paromita বিদেশৰ পৰা ভাৰতত উপস্থিত হোৱা এগৰাকী মডেলৰ সন্দেহজনক গতিবিধিৰ বাবে তালাচী চলোৱাৰ সময়তে জব্দ হ’ল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কেৰালাৰ এগৰাকী…
Business ওজন নিয়ন্ত্ৰণত এল-কাৰ্নিটিন আৰু গ্ৰীন টিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ টেটলীৰ June 13, 2026 Business Bureau টেটলীয়ে নিজৰ গ্ৰীন টি শ্লিম কেয়াৰ পৰিসৰক স্বাস্থ্য-সচেতন গ্ৰাহকসকলৰ বাবে এক ব্যৱহাৰিক বিকল্প হিচাপে তুলি ধৰিছে। দৈনন্দিন সুস্থতাৰ অংশ হিচাপে শৰীৰৰ চৰ্বি সঠিক ব্যৱহাৰ আৰু ওজন নিয়ন্ত্ৰণত এল-কাৰ্নিটিন আৰু গ্ৰীন…
Assam অসমত দুটা মাতৃহাৰা এছিয়ান ক’লা ভালুকৰ পোৱালি সফলতাৰে বনাঞ্চললৈ মুক্ত June 12, 2026 Tarali এটা হৃদয়স্পৰ্শী সংৰক্ষণ সাফল্যৰ কাহিনীত, বৈজ্ঞানিক পুনৰ্বাসনৰ কেইবামাহো পিছত দুটা মাতৃহাৰা এছিয়ান ক’লা ভালুকৰ পোৱালি সফলতাৰে বনাঞ্চললৈ মুক্ত কৰা হৈছে। অসমৰ বাবে এইটো প্ৰথমবাৰৰ বাবে হোৱা এটা বিশেষ বন্যপ্ৰাণী সাফল্য।…
Assam Business বিশ্ববজাৰত চাহিদা বৃদ্ধি: ডুবাইৰ পিছত এতিয়া ছিংগাপুৰলৈ জি.আই. টেগযুক্ত তেজপুৰৰ লিচু June 12, 2026 Tarali অসমৰ চহকী উদ্যানশস্যৰ উৎপাদনক আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক প্ৰসাৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেজপুৰৰ ভৌগোলিক সূচক (জি.আই.) টেগযুক্ত…
Assam ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ বাবে আঘাত; মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ June 12, 2026 Paromita মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ বাবে এক আইনী বিপত্তিৰ সৃষ্টি হয় শুকুৰবাৰে। দলটোৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়নপত্ৰ বাতিলক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ৰাজ্যসভা নিৰ্বাচনী…
Assam শোকস্তব্ধ ভাৰতীয় ক্ৰীড়াজগত! হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ শ্বুটিং কিংবদন্তি যশপাল ৰাণাৰ June 12, 2026 Paromita ভাৰতীয় শ্বুটিঙৰ ইতিহাসত এক স্বৰ্ণিল অধ্যায় ৰচনা কৰি মাত্ৰ ৪৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিলে শ্বুটিং কিংবদন্তি যশপাল ৰাণাই। বিশ্বমঞ্চত ভাৰতৰ হৈ একাধিক গৌৰৱ কঢ়িয়াই অনাৰ লগতে নতুন প্ৰজন্মৰ…
Assam আজিৰে পৰা সীমান্তত প্ৰতিবাদ; ভাৰতৰ পৰা বাংলাদেশীৰ ‘পুশ্ব-ইন’ৰ বিৰুদ্ধে সৰৱ জামায়াত নেতৃত্বাধীন মিত্ৰজোঁট June 12, 2026 Paromita ভাৰতৰ পৰা বাংলাদেশীৰ ‘পুশ্ব-ইন’ আৰু সীমান্তত বাংলাদেশী নাগৰিক নিহত হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব বাংলাদেশৰ জামায়াত-ই-ইছলামী নেতৃত্বাধীন ১১ দলীয় মিত্ৰজোঁটে। সীমান্তৱৰ্তী জিলাসমূহত সমাৱেশ অনুষ্ঠিত কৰাৰ…
Assam সামৰিক আইন বিতৰ্কৰ পিছত পুনৰ দোষী সাব্যস্ত; ড্ৰোন অভিযান গোচৰত ৩০ বছৰৰ কাৰাদণ্ড দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক June 12, 2026 Paromita সামৰিক আইন জাৰিক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আইনী জটিলতাত সোমাই পৰিছে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুন ছুক য়োল। উত্তৰ কোৰিয়াক কেন্দ্ৰ কৰি চলোৱা এক বিতৰ্কিত ড্ৰোন…