Month: June 2026

২০১৬ৰ পৰা অসমে পালে ৫.৫ লাখ কোটি কেন্দ্ৰীয় সাহায্য, দৰিদ্ৰতাৰ পৰা মুক্ত ৮০ লাখ: মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন এক্সপ্ৰেছৱে

শিলিগুৰি-শিলচৰ কৰিডৰেৰে সীমান্তৰ পৰা শিলচৰলৈ সময় লাগিব মাত্ৰ ৬-৭ ঘণ্টা; শ্ৰীৰামপুৰৰ পৰা আৰম্ভ; এমএমআৰ ৮৪লৈ হ্ৰাস অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শিলিগুৰিৰ পৰা শিলচৰলৈ এটা নতুন এক্সপ্ৰেছৱে শীঘ্ৰে…

অসমৰ যুৱকৰ সাফল্য; ভাৰতীয় বায়ুসেনাত নিযুক্ত ফ্লাইং অফিচাৰ কে নীৰজ চন্দ্ৰ সিংহ

ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ’ল ৰাজ্যখনৰ যুৱক কে নীৰজ চন্দ্ৰ সিংহই। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাৰ বতৰ বিজ্ঞান শাখাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে গোৱালপাৰা সৈনিক…

১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰ বাবে নতুন আধাৰ কাৰ্ড প্রদান সম্পূৰ্ণৰূপে বন্ধ

ৰাজ্যত এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰ বাবে নতুন আধাৰ কাৰ্ড প্রদান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে আজিৰ কেবিনেট সিদ্ধান্ত গ্রহণ কৰে। কাৰণ ৰাজ্যখনত ইতিমধ্যে ১৮ বছৰৰ ঊৰ্ধৰ জনসংখ্যাৰ প্রায়…

আমেৰিকাই নিজেই কৈছিল ৰাছিয়াৰ পৰা তেল কিনিবলৈ: এছ. জয়শংকৰ

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক লৈ পশ্চিমীয়া দেশসমূহৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে। ফিনলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ২০২২ চনত ইউক্ৰেইন যুদ্ধৰ…

জালুকবাৰী সমষ্টিৰ ৰাণী চাপৰিত কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে

কামৰ যে সৰু বৰ নাই আৰু ইচ্ছা কৰিলে শিক্ষিত যুৱকসকলে কৃষি কৰ্ম কৰিব পাৰে তাৰ বিৰল নিদৰ্শন দেখুৱাইছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ তথা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত…

কেবিনেটৰ ডাঙৰ সিদ্ধান্ত: ১৮+ আধাৰ আবেদনত DCৰ ক্ষমতা কৰ্তন, ৰাজ্যৰ অনুমতি লাগিব

ৰাজ্যত আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থাক অধিক কঠোৰ কৰাৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ কোনো ব্যক্তিক ৰাজ্য চৰকাৰৰ বিশেষ অনুমতি…

কামাখ্যা দেৱালয়ত বিশেষ দৰ্শনৰ বাবে অনলাইন টিকট ব্যৱস্থা, মুকলি কৰিলে কৰ্তৃপক্ষই

ভক্তসকলৰ সুবিধাৰ্থে মা কামাখ্যা দেৱালয় কৰ্তৃপক্ষই বিশেষ দৰ্শনৰ বাবে অনলাইন টিকট ব্যৱস্থা আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দেৱালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি, বিশেষ দৰ্শনৰ সুবিধা লাভ কৰিবলৈ ইচ্ছুক ভক্তসকলে অনলাইনযোগে…

ভুৱা ব্ৰিগেডিয়াৰৰূপে চলাই আছিল প্ৰৱঞ্চনা; ফান্দ পাতি ২১ বছৰীয়া যুৱকক আটক সেনাৰ

উচ্চপদস্থ সেনা বিষয়া বুলি পৰিচয় দি কেইবাটাও সপ্তাহ ধৰি চলাই আহিছিল ভয়ংকৰ প্ৰৱঞ্চনা। অৱশেষত সেনা ছাউনীত অভিযান চলাই প্ৰৱঞ্চক যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সেনা। উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত নিজকে…

যোৰহাটত বায়ুসেনাৰ এএন-৩২ দুৰ্ঘটনাগ্ৰস্ত; পাইলটৰ মৃত্যুৰ আশংকা, আহত সহ-পাইলট

অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হ’ল ভাৰতীয় বায়ুসেনাৰ এখন এএন-৩২ পৰিবহণ বিমান। যোৰহাটৰ ৰৌৰিয়াস্থিত বিমানঘাটিত শনিবাৰে সংঘটিত এই ঘটনাত এজন পাইলটৰ মৃত্যুৰ আশংকা প্ৰকাশ পোৱাৰ লগতে সহ-পাইলটজন আঘাতপ্ৰাপ্ত হয়। প্ৰাথমিক তথ্য অনুসৰি,…

অৰুণাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা! বাহনসহ দ খাৱৈত বাগৰি মৃত্যু অসমৰ ৫ যুৱকৰ

অৰুণাচল প্ৰদেশত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই অকাল মৃত্যু নমাই আনে অসমৰ পাঁচ গৰাকী যুৱকলৈ। ৰাজ্যখনৰ চেপা মহকুমাৰ অন্তৰ্গত টাটাতাৰা গাঁওৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-১৩ত শনিবাৰে পুৱাই পথৰ পৰা বাগৰি দ খাৱৈত…