News ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ১০ শতাংশ ঘৰুৱা আৱৰ্জনা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে June 22, 2026 Tarali ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই সোমবাৰে চৰকাৰী কাৰ্যালয় আৰু ৰাজ্যখনৰ সকলো ঘৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ এক গণ আন্দোলনৰ আহ্বান জনায় আৰু ১০ শতাংশ ঘৰুৱা আৱৰ্জনা সংগ্ৰহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।…
Assam ইৰানৰ শীৰ্ষ নিৰাপত্তা বিষয়াৰ সৈতে বৈঠক NSA অজিত ডোভালৰ; পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ আলোচনা June 22, 2026 Paromita পশ্চিম এছিয়াত ক্ৰমাৎ সলনি হোৱা নিৰাপত্তা পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰত আৰু ইৰান। নতুন দিল্লীত সোমবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ইৰানৰ উচ্চপদস্থ নিৰাপত্তা বিষয়া গাদিৰ নেজামিপুৰৰ…
Assam ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কেইৰ ষ্টাৰমাৰৰ; নতুন নেতৃত্ব বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ লেবাৰ পাৰ্টিৰ June 22, 2026 Paromita ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কেইৰ ষ্টাৰমাৰৰ। শেহতীয়া স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টিৰ হতাশাজনক ফলাফল, জনসমৰ্থন হ্ৰাস আৰু দলৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত অৱশেষত এই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী…
Assam অসম ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ ইউৰোপীয় ইউনিয়নৰ; পৰ্যটন-নিবেশ বৃদ্ধিৰ আশা ৰাজ্য চৰকাৰৰ June 22, 2026 Paromita আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ প্ৰতি আস্থা। অষ্ট্ৰেলিয়া আৰু জাপানৰ পিছত এইবাৰ অসম ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ কৰিছে ইউৰোপীয় ইউনিয়নেও। এই সিদ্ধান্তই ৰাজ্যখনৰ পৰ্যটন, বাণিজ্য আৰু…
News ঐতিহাসিক শ্বিলং চাৰ্কিট হাউচ সংৰক্ষণ কৰক, পি আই এল আবেদনকাৰী মালবিকা বিশাৰদৰ আহ্বান June 22, 2026 Tarali ভাঙি পেলোৱাৰ কোনো সিদ্ধান্তৰ পূৰ্বে নতুনকৈ পৰিদৰ্শনৰ দাবী; কয় যে ঐতিহ্য ভৱনটোত এতিয়াও ডাঃ বিধান চন্দ্ৰ ৰায়ৰ উত্তৰাধিকাৰ নিহিত আছে । মেঘালয় উচ্চ ন্যায়ালয়ত দাখিল কৰা পি আই এল নং…
Sports ছৌদি আৰৱক ৪-০ গ’লত পৰাস্ত কৰি শীৰ্ষত স্পেইন June 22, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপৰ গ্ৰুপ এইচ মেচত চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই ছৌদি আৰৱক ৪-০ গ’লত পৰাস্ত কৰি স্পেইনে।য়ামালে এটা গ’ল দি কেইবাটাও ভাল সুযোগ সৃষ্টি কৰাৰ বিপৰীতে অয়াৰজাবালে দুটা গ’ল সংযোজন কৰে। প্ৰথমখন…
Sports দ্বিতীয়বাৰলৈ ফিফা বিশ্বকাপত ড্ৰ’ মেচ খেলিলে ইৰানে June 22, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ত বেলজিয়াম আৰু ইৰানৰ মাজত গ্ৰুপ জি-ৰ খেলখন গ’লবিহীনভাৱে ড্ৰ’ত সমাপ্ত হয়। লছ এঞ্জেলছ ষ্টেডিয়ামত দুয়োটা দলে জয়ী হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও উৎকৃষ্ট গ’লৰক্ষক আৰু শক্তিশালী ডিফেন্সৰ…
Assam উত্তৰ-পূৰ্বাঞ্চলত এছআইভি আক্ৰান্তৰ শীৰ্ষত অসম; ৩৩ হাজাৰতকৈ অধিক লোক সংক্ৰমিত June 22, 2026 Paromita অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এছআইভি আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে ৰাজ্যখনৰ এইছআইভি সংক্ৰমণৰ চিন্তাজনক ছবি। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অসমত সৰ্বাধিক ৩৩,১৪৫ গৰাকী লোক…
Assam মাত্ৰ ১৫ দিন পূৰ্বে পাতনি মেলিছিল যুগ্ম জীৱনৰ! চাহ বাগিচাত ন-দম্পতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য June 22, 2026 Paromita অলেখ সপোন বুকুত বান্ধি মাত্ৰ ১৫ দিন পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল যুৱক-যুৱতীহালে। কিন্তু নতুন জীৱনৰ সপোনবোৰ সাকাৰ হোৱাৰ পূৰ্বেই দুয়োৰে মৃতদেহ একেলগে উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে…
Assam ঢাকাত হিন্দু মহাজোঁটৰ প্ৰতিবাদ; ৰংপুৰত বাধা দিলে ৬৪ জিলাতে ৰাম মন্দিৰ নিৰ্মাণৰ হুংকাৰ June 22, 2026 Paromita বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ আৰু উপাসনাস্থলক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে নতুনকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰংপুৰ বিভাগৰ এটা ঘটনাই। গাইবান্ধা জিলাৰ পলাশবাৰীত নিৰ্মীয়মাণ ৰাম মন্দিৰৰ কামত…