Sports গ’লবিহীন ড্ৰ’ত সমাপ্ত ইংলেণ্ড-ঘানাৰ মেচ June 24, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এল-ত ইংলেণ্ড আৰু ঘানাৰ মাজত হোৱা খেলখন গ’লবিহীন ড্ৰ’ত সমাপ্ত হয়। ঘানাৰ ডিফেন্সে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক গ’ল দিয়াৰ সুযোগৰ পৰা বঞ্চিত কৰে। ১৩ মিনিটত ডেক্লান…
Sports লিয়নেল মেছিৰ অভিলেখ ভংগ কৰিলে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে June 24, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপত মঙলবাৰৰ নিশাটো পৰ্তুগীজ ফুটবল কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বাবে এক স্মৰণীয় নিশা আছিল।প্ৰথমখন মেচত ফ্লপৰ পিছত ৰোনাল্ডোৱে একেবাৰে পিছৰ মেচখনত প্ৰমাণ কৰিলে যে তেওঁ এনেই গ’ট অৰ্থাৎ গট দা…
Business ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা: এক্সিম বেংকৰ অধ্যয়ন June 24, 2026 Business Bureau এক্সপৰ্ট-ইম্পৰ্ট বেংক অৱ ইণ্ডিয়া (ইণ্ডিয়া এক্সিম বেংক)-এ পূৰ্বানুমান কৰিছে যে ২০২৯-৩০ বৰ্ষৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল(এনইআৰ)ৰ পৰা হোৱা ৰপ্তানি ৯২৯.২ মিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১.৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’বগৈ পাৰে। অৱশ্যে…
Assam কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন! ব্যৱসায়ী গৌতম বৰুৱাক আটক June 23, 2026 Paromita কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন কৰি আটক হ’বলগীয়া হ’ল গুৱাহাটীৰ ব্যৱসায়ী গৌতম বৰুৱা। দলঙৰ ওপৰত জন্মদিন উদযাপন কৰি যান-বাহনৰ চলাচলত ব্যাঘাত জন্মোৱাৰ অভিযোগত ব্যৱসায়ীজনক আটক কৰে মহানগৰ আৰক্ষীয়ে।…
Assam গুৱাহাটীৰ সলনি দিল্লীত হ’ব পাৰে ভাৰত-জাপান শীৰ্ষ সন্মিলন; নাহিব পাৰে জাপানৰ প্ৰধানমন্ত্ৰী June 23, 2026 Paromita গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ চলি থকা প্ৰস্তুতিৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। সূত্ৰৰ খবৰ অনুসৰি, লজিষ্টিক সমস্যাৰ বাবে গুৱাহাটীৰ পৰিৱৰ্তে…
Assam চলন্ত স্কুটাৰত গছ বাগৰি পিতৃ-পুত্ৰৰ মৃত্যু; গুৱাহাটীৰ উপকণ্ঠত শোকাৱহ ঘটনা June 23, 2026 Paromita পথৰ কাষৰ এজোপা শুকান গছ হঠাতে বাগৰি পৰাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। গুৱাহাটীৰ উপকণ্ঠৰ চানডুবি ৰাজাপাৰা অঞ্চলত সোমবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৪০ বছৰীয়া কাৰ্তিক ৰাভা আৰু তেওঁৰ ৮ বছৰীয়া…
Assam জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী June 23, 2026 Paromita অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ-পূব ভাৰত উৎসৱৰ আয়োজক তথা মুখ্য সংগঠক মহন্তই…
Assam পানী সুৰক্ষা ভাবুকিত পৰিলে যুদ্ধ কৰিমঃ ভাৰতক হুংকাৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ June 23, 2026 Paromita পানী সুৰক্ষাক লৈ ভাবুকিৰ সৃষ্টি হ’লে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পথ বাছি ল’ব পাকিস্তানে। সিন্ধু নদীৰ পানী ব্যৱহাৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাৰ মাজতে এই হুংকাৰ প্ৰদান কৰে…
Assam কাতাৰৰ গেছ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; ভাৰতীয়সহ ১৩ জনৰ মৃত্যু June 23, 2026 Paromita কাতাৰৰ শক্তি খণ্ডৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত সংঘটিত ভয়ংকৰ বিস্ফোৰণত মৃত্যুক সাৱটে ভাৰতীয়সহ কমেও ১৩ জন লোকে। দেওবাৰে ৰাছ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটীৰ বাৰ্জান স্থানীয় গেছ যোগান কেন্দ্ৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত…
Assam নীটত ভুৱা পৰীক্ষাৰ্থী চক্ৰৰ অভিযোগ! বিহাৰত গ্ৰেপ্তাৰ ৩০ জন, জড়িত চিকিৎসা শিক্ষাৰ্থীও June 23, 2026 Paromita নীট পৰীক্ষাক কেন্দ্ৰ কৰি বিতৰ্ক যেন থমকিবই খোজা নাই। প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ বিহাৰত পোহৰলৈ আহিছে ভুৱা পৰীক্ষাৰ্থী বহুৱাই পৰীক্ষা দিয়াৰ এক কথিত জালিয়াতি…