Month: June 2026

ভাৱীপত্নীৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই দ খাৱৈত পৰিল যুৱক, মৃত্যু

এখন ফটো উঠাৰ হেঁপাহেই কাল হৈ পৰিল এজন যুৱকৰ বাবে। বাগদত্তাৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই প্ৰায় ৪০০ ফুট দ খাৱৈত বাগৰি পৰি অকাল মৃত্যুক সাৱটি ল’লে ২৬ বছৰীয়া…

এলঅ’চি পাৰ হৈ অহা পাকিস্তানী নাগৰিকক দেশলৈ ঘূৰাই পঠালে ভাৰতীয় সেনাই

পুনৰ নিজ দেশলৈ ওভতাই পঠিওৱা হ’ল ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰা এজন পাকিস্তানী নাগৰিকক। ১২ জুনত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ ছিমাৰী গাঁৱত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা খাইবাৰ পাখতুনখোৱা (কেপিকে)-ৰ…

জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী পৰিয়ালৰ ৪ সদস্যক গ্ৰহণ বাংলাদেশৰ; এতিয়াও আৱদ্ধ ৫ বাংলাদেশী

ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী নাগৰিকসকলক লৈ চলি থকা অনিশ্চয়তাৰ মাজতে এটা পৰিয়ালে লাভ কৰিলে নিজ দেশত প্ৰৱেশৰ সুযোগ। দুটা শিশু, এগৰাকী মহিলা আৰু এজন পুৰুষসহ পৰিয়ালটোৰ ৪ সদস্যক নিশাৰ…

ভগৱান পৰশুৰামৰ ৰূপত ৰাহুল গান্ধী! বাৰাণসীত বিৰোধী দলপতিৰ জন্মদিন উদযাপন যুৱ কংগ্ৰেছৰ

ৰাজনৈতিক প্ৰতীকৰ জৰিয়তে জনসাধাৰণৰ মাজত বাৰ্তা দিয়াৰ পৰম্পৰাৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ছবি। ৰাহুল গান্ধীৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে বাৰাণসীৰ গংগা ঘাটত যুৱ কংগ্ৰেছ…

২১ লাখ টকাৰ ক্ষতিপূৰণ লৈ উধাও পত্নী! বায়ুসেনা বিষয়াৰ মৃত্যুৰ পিছত পৰিয়ালত নতুন বিতৰ্ক

দেশৰ বাবে কৰ্তব্য পালন কৰি প্ৰাণ বিসৰ্জন দিয়া এজন বায়ুসেনা বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি এইবাৰ পোহৰলৈ আহিছে নতুন বিতৰ্ক। অসমৰ যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰৰ পৰিয়ালে…

ৰঙিয়াত মালবাহী বাহন-বাইকৰ সংঘৰ্ষ; নিহত একেটা পৰিয়ালৰ ৩ জন

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ’ল একেটা পৰিয়ালৰ তিনিগৰাকীকৈ যুৱক আৰু কিশোৰে। ৰঙিয়াৰ খণ্ডিকৰ এলেকাৰ তাৰাবাৰীত বৃহস্পতিবাৰে সংঘটিত হোৱা এখন মালবাহী ডিআই বাহন আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত…

বেংগালুৰুৰ পৰা বিমানেৰে গুৱাহাটীলৈ প্ৰেমিকক লগ ধৰিবলৈ অহা অৱস্থাত বৰঝাৰ বিমানবন্দৰত ভুৱা আধাৰ কাৰ্ডসহ ধৰা পৰিল প্ৰেমিকাৰূপী ৰ বাংলাদেশৰ যুৱতী

অসমত ধৰা পৰা বাংলাদেশী নাগৰিকক সেই দেশলৈ খেদি পঠিয়াই দিয়াক কেন্দ্ৰ কৰি ভাৰতৰ সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ ) আৰু বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ ( বি জি বি )…

কাটাৰক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কানাডাৰ

ফিফা বিশ্বকাপত কানাডাই একপক্ষীয় খেলত কাটাৰক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভেংকুৱাৰৰ বি চি প্লেচ ষ্টেডিয়ামত কানাডাৰ দলটোৰ প্ৰদৰ্শন আকৰ্ষণীয় আছিল যদিও চূড়ান্ত হুইচেলৰ লগে লগে খেলপথাৰত দুয়োটা দলৰ মাজত…

গুৱাহাটীৰ চমকৰ নামত মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি! ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ আলোচনাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত দীৰ্ঘদিন ধৰি থকা “COMRADE NEVER DIE” শীৰ্ষক মিউৰেল মচি পেলোৱাৰ পাছতেই সামাজিক…

গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ বাবে প্ৰস্তুত হ’ব অৰ্থনৈতিক উন্নয়নৰ বিশেষ ৰোডমেপ

অসমৰ তিনিখন প্ৰধান নগৰীক সামৰি আৰম্ভ হৈছে নতুন অৰ্থনৈতিক উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ প্ৰক্ৰিয়া। এই পৰিকল্পনাৰ জৰিয়তে নগৰকেইখনৰ অৰ্থনৈতিক সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু ভৱিষ্যৎ উন্নয়নৰ দিশসমূহ চিহ্নিত কৰাৰ পদক্ষেপ লোৱা হৈছে।…