Month: June 2026

বিধায়ক হাবে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা শাসকীয় মিত্ৰজোঁটৰ

অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিততে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণক শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত প্ৰকাশ…

হৃদয় বিদাৰক! ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে মৃত্যু চাৰি সহোদৰ ভাতৃৰ

পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ দায়িত্ব কান্ধত তুলি প্ৰতিদিনৰ দৰে কৰ্মস্থলীলৈ ওলাই গৈছিল চাৰি সহোদৰ ভাতৃ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি অপূৰণীয় হৈ ৰ’ল। ৰাজস্থানৰ বালোতৰা জিলাত সংঘটিত এক ভয়ংকৰ পথ…

খাৰুৱা তেলৰ মূল্য কমিলেও তৎক্ষণাৎ ইন্ধনৰ দাম হ্ৰাস সম্ভৱ নহয়ঃ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও তৎক্ষণাৎ দাম কমাব নোৱাৰি ইন্ধনৰ। কম মূল্যৰ তেল ভাৰতত উপনীত হ’বলৈ সময় লাগিব। – ইন্ধনৰ মূল্যবৃদ্ধিক লৈ চলি থকা আলোচনাৰ মাজতে এই মন্তব্য…

হেৰী কেনৰ দুটা গ’লৰ সহায়ত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয়

ফিফা বিশ্বকাপৰ গ্ৰুপ এল-ৰ প্ৰথমখন খেলত ইংলেণ্ডে ক্ৰ’ৱেচিয়াক ৪-২ গ’লত পৰাস্ত কৰে। ২০১৮ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ পুনৰাবৃত্তি আছিল আৰু এইবাৰ ইংলেণ্ড জয়ী হৈছে। ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে দুটা গ’ল…

বেদান্তা গ্ৰুপৰ ঐতিহাসিক পদক্ষেপ

বেদান্তা গ্ৰুপে সোমবাৰে বোম্বাই ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জত একেলগে চাৰিটা নতুনকৈ পৃথক হোৱা কোম্পানী তালিকাভুক্ত কৰি নতুন কৰ্পৰেট ইতিহাস ৰচনা কৰিলে, যি ভাৰতৰ কৰ্পৰেট খণ্ডৰ অন্যতম বৃহত্তম পুনৰ্গঠন…

“এটোপাল মানৱতা, তেজ দিয়ক, জীৱন ৰক্ষা কৰক”: নাগৰিকক নিয়মীয়াকৈ তেজদান কৰিবলৈ মিজোৰামৰ স্বাস্থ্য মন্ত্ৰীৰ অনুৰোধ

মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী লালৰিনপুইয়ে আজি জনসাধাৰণক নিয়মীয়া তেজদাতা হ’বলৈ আহ্বান জনাই কয় যে স্বেচ্ছামূলক তেজদান হৈছে মিজো জাতিৰ ‘ত্লাওমঙাইহনা’ (নিঃস্বাৰ্থ সেৱা) নীতিৰ অন্যতম শ্ৰেষ্ঠ প্ৰকাশ। আইজলত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ…

কঠোৰ নিৰাপত্তাৰ মাজত ইম্ফলৰ RIMS ৰ পৰা স্থানান্তৰ ৩ আহত কুকি যুৱকক

সোমবাৰে কাংপোকপি জিলাত প্ৰতিদ্বন্দ্বী গোটৰ সৈতে হোৱা গুলীয়াগুলীত আহত হোৱা তিনিজন কুকি যুৱকক নিশা প্ৰায় ১২ বজাত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (RIMS) ৰ পৰা স্থানান্তৰ…

ডিগ্ৰীতকৈ অধিক গুৰুত্বপূৰ্ণ সঠিক দিশা: জেআইএছ গ্ৰুপৰ ডেপুটি ডাইৰেক্টৰ বিদ্যুৎ মজুমদাৰ

জীৱনত স্বচ্ছলতা আৰু সন্মান অৰ্জন কৰিবলৈ প্রয়োজন সঠিক শিক্ষা, গৱেষণাৰ মানসিকতা আৰু কৰ্মজীৱনৰ বাবে উপযুক্ত প্রস্তুতি। আৰু সেই লক্ষ্য পূৰণৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু তীব্র প্রতিযোগিতাৰ মাজত নিজকে…

সীমান্তৰ পৰা অপহৃত কাছাৰৰ কৃষক; নিশাই বিএজিবিয়ে চমজাই দিলে ভাৰতক

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ অপহৃত হ’ল অসমৰ এজন কৃষক। কাছাৰ জিলাৰ ৰঞ্জিত দাস নামৰ কৃষকজনক মঙলবাৰে পুৱা সীমান্তসংলগ্ন এলেকাৰ পৰা বাংলাদেশী লোকৰ এটা দলে…

বকোত হাতীৰ দাঁতসহ দুজন আটক; অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ অসম-মেঘালয় সীমান্তত জব্দ হ’ল সন্দেহযুক্ত হাতীৰ দাঁত। এই ঘটনাৰ সৈতে জড়িত অভিযোগত দুজন লোককো আটক কৰে বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষা সংস্থাৰ…