Month: June 2026

ছুটি বিচাৰি কান্দিও লাভ নহ’ল! অফিচৰ শৌচাগাৰতে মৃত্যুক সাৱটিলে মহিলা কৰ্মচাৰীয়ে

অসুস্থতাৰ বাবে ছুটি বিচাৰি বাৰে বাৰে অনুনয়-বিনয় কৰাৰ পাছতো অনুমতি নিদিলে কৰ্তৃপক্ষই। যাৰ পৰিণতিত অফিচৰ শৌচাগাৰতে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলা কৰ্মচাৰীয়ে। এই অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে…

সাহিত্য সভাৰ গীতৰত্ন নগেন বৰা স্মাৰক সন্মান ২০২৬ ঘোষণা; তিনিগৰাকী বিশিষ্ট গীতিকাৰ-সংগীতজ্ঞলৈ স্বীকৃতি

অসমীয়া গীতি সাহিত্য আৰু সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক সন্মানিত কৰিবলৈ সাজু হৈছে অসম সাহিত্য সভা। গীতৰত্ন নগেন বৰা স্মাৰক সন্মান ২০২৬ৰ বাবে নিৰ্বাচিত হৈছে বৰ্ষীয়ান…

খেলমাটিত গৰু-ম’হ সৰবৰাহৰ বিৰুদ্ধে অভিযান; ছয়টা পশুধন উদ্ধাৰ, দুজন আটক

ৰাজ্যত অব্যাহত আছে গৰু-ম’হৰ অবৈধ সৰবৰাহ। আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি চলি থকা এনে পশুধনৰ অবাধ সৰবৰাহৰ মাজতে এইবাৰ এক সফলতা লাভ কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষী। জিলাখনৰ খেলমাটি ট্ৰেফিক আৰক্ষী…

মালয়েছিয়াত কাউঞ্চেলিং অংশীদাৰিত্বৰে সংকটকালীন সঁহাৰি ব্যৱস্থা শক্তিশালী কৰিছে এয়াৰএছিয়াই

এয়াৰএছিয়া এক্স(এয়াৰএছিয়া গ্ৰুপ)-এ সমগ্ৰ আঞ্চলিক নেটৱৰ্কত পেছাদাৰী মানসিক-সামাজিক সহযোগিতাৰ জৰিয়তে নিজৰ জৰুৰীকালীন প্ৰস্তুতি আৰু সংকটকালীন সঁহাৰি ক্ষমতাক শক্তিশালী কৰিবলৈ বৰ্ড অৱ কাউঞ্চেলৰ্ছ মালয়েছিয়া (বিঅ’চি)ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।মালয়েছিয়াৰ…

কোশী নদীত নাও দুৰ্ঘটনা; তিনিগৰাকী মহিলা কৃষক নিখোজ

মুগ খেতি চপাবলৈ নদী পাৰ হওঁতেই কোশী নদীত নাও উলটি সন্ধানহীন হৈ পৰে তিনিগৰাকী মহিলা কৃষক। বিহাৰৰ দৰভংগা জিলাত বুধবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাৰ পাছত নিৰুদ্দিষ্ট মহিলা কেইগৰাকীৰ সন্ধানত উদ্ধাৰ…

শ্ৰীভূমি কাৰাগাৰত নিষিদ্ধ সামগ্ৰী যোগানৰ অভিযোগ; দুজন সহকাৰী কাৰাধ্যক্ষসহ চাৰি কৰ্মচাৰী গ্ৰেপ্তাৰ

কাৰাবন্দীসকলক মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী যোগান ধৰাৰ অভিযোগত শ্ৰীভূমি জিলা কাৰাগাৰৰ চাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত দুজন সহকাৰী কাৰাধ্যক্ষ আৰু দুজন ৱাৰ্ডাৰ আছে। আৰক্ষীৰ…

নগাঁৱত বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান; ছয়খন মটৰচাইকেল জব্দ, এজন গ্ৰেপ্তাৰ

যানবাহন চুৰিৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত সফলতা লাভ কৰিছে আৰক্ষীয়ে। নগাঁও জিলাৰ ডুমডুমিয়া অঞ্চলত চলোৱা অভিযানত ছয়খন সন্দেহজনক চোৰাং মটৰচাইকেল জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে…

তৃণমূলৰ সৈতে সম্পৰ্কৰ ইতি; দল ত্যাগৰ কথা নিশ্চিত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ

ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছত তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ কথা প্ৰকাশ্যে নিশ্চিত কৰিলে প্ৰাক্তন শিলচৰৰ সাংসদ সুস্মিতা দেৱে। তেওঁৰ এই ঘোষণাৰ পিছতে ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনা অধিক তীব্ৰতৰ…

নিয়ন্ত্ৰণৰেখাত পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি ভাৰতীয় সেনাৰ গুলীচালনা

সীমান্তৰ সিপাৰৰ পৰা অব্যাহত থকা অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী কু-অভিপ্ৰায়ৰ মাজতেই জম্মু-কাশ্মীৰৰ পুঞ্চত ধৰা পৰিল এটা সন্দেহজনক পাকিস্তানী ড্ৰোন। ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰি সেনাৰ অগ্ৰৱৰ্তী চকীৰ সমীপত কিছু সময় উৰি থকাৰ…

মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি

আকাশমাৰ্গত এজন যাত্ৰীৰ অস্বাভাৱিক আচৰণক কেন্দ্ৰ কৰি তীব্ৰ উদ্বেগৰ সৃষ্টি হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমানত। বিমানখনৰ খিৰিকীত বাৰে বাৰে মূৰেৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে উক্ত যাত্ৰীজনৰ বিৰুদ্ধে। অৱশ্যে শেষ…