Month: June 2026

গড্ৰেজ এণ্টাৰপ্ৰাইজৰ চেন্নাইৰ কেন্দ্ৰই সম্পূৰ্ণ কৰিলে ২৫ বছৰ, গুদামৰ সামৰ্থ্যৰ সম্প্ৰসাৰণ

গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপে চেন্নাইৰ উৎপাদন কেন্দ্ৰৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতত স্বয়ংক্ৰিয়কৰণ, উদ্ভাৱন আৰু পৰৱৰ্তী প্ৰজন্মৰ গুদামৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চেন্নাই আৰু বেংগালুৰু প্লাণ্টত বিনিয়োগ অব্যাহত ৰখাৰ কথা ঘোষণা…

এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ বিশেষ সন্মান

ভাৰতীয় এনিমেছন ছবি জগতলৈ ইতিপূর্বে গৌৰৱ কঢ়িওৱা ৰাজ্যৰ এজন অগ্ৰণী সাংস্কৃতিক কৰ্মী, সাহিত্যিক , চলচ্চিত্ৰ পৰিচালক , অভিনেতা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত…

বিআইএছ-প্ৰমাণীকৃত সুৰক্ষা কেমেৰাৰে স্মাৰ্ট নিৰীক্ষণ পৰ্টফলিঅ’ সম্প্ৰসাৰণ গড্ৰেজৰ

গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপ(জিইজি)ৰ সুৰক্ষা সেৱা ব্যৱসায়ে ৱাই-ফাই আৰু ৪জি-যুক্ত নিৰীক্ষণ কেমেৰাৰ এক নতুন পৰ্টফলিঅ’ মুকলি কৰিছে। ইয়াৰ জৰিয়তে সংযোগ থকা, সুৰক্ষিত আৰু নিয়ম-সন্মত নিৰীক্ষণ সেৱাৰ বৰ্ধিত চাহিদাৰ মাজতে ভাৰতৰ সংগঠিত…

স্পেইনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে কেপ ভাৰ্ডে

২০২৬ ৰ ফিফা বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত স্পেইনে প্ৰথমখন মেচতে বেকফুটত দেখা যায় । প্ৰথম বিশ্বকাপ খেলি থকা আফ্ৰিকান ৰাষ্ট্ৰ কেপ ভাৰ্ডে স্পেইনৰ দৰে শক্তিশালী দল এটাক ড্ৰ’ খেলিবলৈ…

ভুৱা চিবিআই বিষয়াৰ পৰিচয় দি প্ৰৱঞ্চনাৰ জাল! পাঠশালাত যুৱকক আটক

চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰভাৱ বিস্তাৰৰ অভিযোগৰ মাজতে পাঠশালাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ ঘটনা। নিজকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ জ্যেষ্ঠ বিষয়া বুলি পৰিচয় দি অহা এজন যুৱকক আটক…

বিশ্বকাপত ইতিহাস; ভাৰতীয় মূলৰ প্ৰথম ফুটবলাৰ হিচাপে অভিষেক নিশান ভেলুপিল্লাইৰ

বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মঞ্চত এইবাৰ উজ্জ্বল হৈ উঠিল ভাৰতীয় মূলৰ এজন ফুটবলাৰৰ নাম। অষ্ট্ৰেলিয়াৰ হৈ ফিফা বিশ্বকাপত খেলি ইতিহাস ৰচনা কৰে নিশান ভেলুপিল্লায়ে। ভাৰতীয় বংশোদ্ভূত প্ৰথম ফুটবলাৰ হিচাপে বিশ্বকাপত অংশগ্ৰহণ…

কলেজীয়া দিনৰ সপোনে পালে পূৰ্ণতা; বায়ুসেনাত নিযুক্ত স্বামী, নৌসেনাৰ বিষয়া পত্নী

কলেজীয়া দিনতে এহাল যুৱক-যুৱতীয়ে একেলগে দেখা দেশসেৱাৰ সপোনে অৱশেষত লাভ কৰিলে বাস্তৱ ৰূপ। বহু বছৰৰ প্ৰস্তুতি আৰু অধ্যৱসায়ৰ অন্তত ভাৰতীয় সেনাবাহিনী আৰু নৌবাহিনীৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে ৰবিন সিং…

শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়তে আক্ৰমণৰ বলি অভিজিত দীপকে! অভিযুক্তই ক’লে- ‘মই ৰাষ্ট্ৰবাদী…’

নীট কেলেংকাৰি আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে দেশজুৰি চলাই থকা আন্দোলনক লৈ অব্যাহত আছে চৰ্চা। সামাজিক মাধ্যমত ব্যাপক সঁহাৰি লাভ কৰা এই আন্দোলনক কেন্দ্ৰ কৰি শেহতীয়াকৈ জয়পুৰতো…

দেশজুৰি সাময়িকভাৱে নিষিদ্ধ টেলিগ্ৰাম; নীট পুনৰীক্ষাৰ পূৰ্বে জাৰি কেন্দ্ৰৰ নিৰ্দেশনা

পৰীক্ষাক কেন্দ্ৰ কৰি ভুৱা প্ৰশ্নকাকত, বিভ্ৰান্তিকৰ তথ্য আৰু প্ৰশ্ন ফাদিলৰ গুজৱ প্ৰচাৰে উদ্বেগ বৃদ্ধি কৰাৰ মাজতে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীট-ইউজি ২০২৬ৰ পুনঃপৰীক্ষাৰ…

পিতৃৰ অপূৰণীয় সপোন পূৰণ কন্যাৰ; তিনিওটা সেনাবাহিনীৰ মেধাতালিকাত উজ্বলিল নিধি আগৰৱাল

বহু বছৰৰ আগতে সেনাবাহিনীৰ পোছাক পৰিধান কৰাৰ সপোন দেখিছিল এজন ছাত্ৰই। পৰিস্থিতিৰ বাবে সেই সপোন পূৰণ নহ’লেও শেষত কন্যাৰ সফলতাৰ মাজেৰে বাস্তৱ ৰূপ লাভ কৰিলে সেই আশাই। ভাৰতীয় বায়ুসেনাৰ ফ্লায়িং…