Month: May 2026

প্ৰবল ধুমুহাৰ মাজতে সংঘটিত শোকাবহ দুৰ্ঘটনা, দলং ধ্বংসত মৃত্যু ৬ জনৰ

নিশাৰ অন্ধকাৰৰ মাজতে অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত তচনচ হৈ পৰিল এটা বৃহৎ নিৰ্মাণকাৰ্য। উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বেটৱা নদীৰ ওপৰত…

উত্তৰ গুৱাহাটীত শোকাবহ পথ দুৰ্ঘটনা! তীব্ৰবেগী বিলাসী বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৩

বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকৰ সৈতে হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল তিনিগৰাকীকৈ লোকে। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই শোকাবহ…

তিনিটাকৈ হিংস্ৰ ভালুকৰ সৈতে যুঁজ! নিজৰ জীৱন তুচ্ছ কৰি মাতৃৰ প্ৰাণ ৰক্ষা ১৯ বৰ্ষীয় ইশাৰ

হাবিৰ মাজত হঠাতে জঁপিয়াই পৰা তিনিটাকৈ হিংস্ৰ ভালুকৰ মুখৰ পৰা নিজৰ জন্মদাত্ৰী মাকক উদ্ধাৰ কৰিবলৈ ঢাল স্বৰূপ হৈ থিয় দিলে এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে। নিজৰ দেহ ক্ষত-বিক্ষত হোৱাৰ পিছতো কেৱল…

হৃদয়বিদাৰক! লোভনীয় চাকৰি ত্যাগ কৰি খেতিত ধৰিছিল ৰোশন বালাকৃষ্ণ! কিন্তু বজ্ৰপাতে কাঢ়িলে প্ৰাণ

প্ৰতিষ্ঠিত কোম্পানীৰ লোভনীয় চাকৰি ত্যাগ কৰি কৃষি কাৰ্যত লাগিছিল ৰোশন। কিন্তু পথাৰৰ মাজত কাম কৰি থাকোতেই ভয়ংকৰ বজ্ৰপাতত হেৰুৱাবলগীয়া হ’ল প্ৰাণ। কৰ্ণাটকৰ মহীশূৰ জিলাত সংঘটিত বজ্ৰপাতত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোচকলু ৰোশন…

‘মিঞা মুছলমান’ বিতৰ্ক! মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ দিল্লী আদালতৰ জাননী

‘মিঞা মুছলমান’সকলক লৈ কৰা এক বিতৰ্কিত আৰু উত্তেজক মন্তব্যৰ বাবে অৱশেষত আইনী মেৰপেচত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ এই জ্যেষ্ঠ নেতাজনক আদালতৰ মজিয়ালৈ টানি আনি এখন…

যুৱক-যুৱতীৰ বাবে প্ৰস্তুত কৰা এক সুস্থতা প্ৰথম আঁচনি ‘এক্টিভ যুৱা’ মুকলি আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সৰ

আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(এবিএইছআইচিএল)এ যুৱ ভাৰতীয়সকলৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ উদ্দেশ্যে এক সুস্থতা-প্ৰথম স্বাস্থ্য বীমা প্লেন এক্টিভ যুৱা মুকলি…

কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ গৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু

নিশা বিদ্যালয় আৱাসত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল ১৬ গৰাকীকৈ কিশোৰীয়ে। কেনিয়াৰ ৰিফ্ট ভেলী অঞ্চলৰ এখন চৰকাৰী বালিকা বিদ্যালয়ৰ আৱাসিক গৃহত অৰ্ধৰাত্ৰি সংঘটিত হয় এই বুকু কঁপি…

মৰ্মান্তিক! গাৰ ওপৰত গছৰ ডাল পৰি মৃত্যু যুৱকৰ

কাম কৰি থকা অৱস্থাতে হঠাতে গছৰ ডাল ভাঙি মূৰত পৰাৰ ফলত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন চফল যুৱকে। থিতাতে প্ৰাণ হেৰুওৱা এই দুৰ্ভগীয়া যুৱকজন বকো সমষ্টিৰ চন্দ্ৰা গাঁৱৰ ৩২…

অহা পাঁচ বছৰত পুনৰ চৰকাৰী নিযুক্তি লাভ কৰিব ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে

নিৰ্বাচনৰ সময়ত প্ৰদান কৰা বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে আৰু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ হাতত লৈছে এক অভিলাষী আঁচনি। ৰাজ্যত তৃতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট…

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ, শিৱকুমাৰ হ’ব নতুন মুখ্যমন্ত্ৰী

দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ শাসনভাৰক লৈ দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ মাজতে অৱশেষত সলনি হ’ল ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট। নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে…