Month: May 2026

ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে এক তীব্ৰবেগী বলেৰ’ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত…

মেছিৰ নেতৃত্বত বিশ্বকাপক লৈ ২৬ জনীয়া দল ঘোষণা আৰ্জেণ্টিনাৰ

আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ২৬ জনীয়া দল ঘোষণা কৰিছে। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষাৰ লক্ষ্য ৰাখিব। ব্ৰাজিলে শেষবাৰৰ বাবে ১৯৬২ চনত ফিফা বিশ্বকাপৰ খিতাপ…

ভাৰত কেন্দ্ৰিক বাণিজ্য কৌশল শক্তিশালী কৰাৰ বাবে শ্বপছিয়ে উন্মোচন কৰে এআই-চালিত এপ

ফ্লিপকাৰ্টৰ মালিকানাধীন শ্বপছি-এ নিজৰ শ্বপিং এপৰ এটা নতুন এআই-চালিত সংস্কৰণ মুকলি কৰিছে, যিয়ে এই হাইপাৰ ভেল্যু প্লেটফৰ্মখনক জেন জি গ্ৰাহক আৰু ভাৰতৰ পৰৱৰ্তী ১০০ মিলিয়ন অনলাইন ক্ৰেতাক লক্ষ্য কৰি এক…

থানাত সোঁশৰীৰে উপস্থিত ‘মৃত’ মহিলা! হত্যাৰ গোচৰত কাৰাবন্দী পিতৃ, ভাতৃক মুকলি কৰি দিয়াৰ দাবী

চৰকাৰী কাগজ-পত্ৰত ‘মৃত’ বুলি ঘোষণা কৰা এগৰাকী ২৬ বছৰীয়া যুৱতী হঠাতে আৰক্ষী থানাত উপস্থিত হোৱাৰ এক অভূতপূৰ্ব ঘটনাই জোকাৰি গৈছে দুখনকৈ ৰাজ্য। মহাৰাষ্ট্ৰ আৰক্ষীৰ এক চৰম দায়িত্বহীনতা আৰু ত্ৰুটিপূৰ্ণ তদন্তৰ…

পুনৰো বেতন ত্যাগ মুকেশ আম্বানীৰ; ষষ্ঠ বছৰৰ বাবে দৰমহা নল’লে ৰিলায়েন্স অধ্যক্ষই

দেশৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ সৰ্বোচ্চ আসনখনত বহিও বিগত পাঁচ বছৰৰ দৰে এইবেলিও নিজৰ বাবে কোনো পাৰিতোষিক গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীয়ে। তেল, দূৰসংযোগ আৰু খুচুৰা…

প্ৰাক্তন চি আই এ বিষয়াৰ বাসগৃহত বৃহৎ অভিযান, উদ্ধাৰ কোটি কোটি টকাৰ সম্পদ

নিজৰ চৰকাৰী বাসগৃহতে ৪০ মিলিয়ন ডলাৰ মূল্যৰ কেইবাশ সোণৰ বাৰ লুকুৱাই ৰখাৰ এক গুৰুতৰ অভিযোগত অৱশেষত আইনৰ জালত পৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন প্ৰধান বিষয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় তদন্তকাৰী…

বিত্তীয় খণ্ডত কোৱাণ্টাম প্ৰযুক্তিৰ পৰীক্ষা কৰিব আৰ.বি.আই.-য়ে

ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া (RBI)-য়ে সোমবাৰে বিত্তীয় খণ্ডত কোৱাণ্টাম প্ৰযুক্তিৰ সম্ভাৱ্য লাভালাভ, বিপদাশংকা আৰু প্ৰত্যাহ্বানসমূহ অন্বেষণ তথা মূল্যায়ন কৰাৰ বাবে এটি আঠজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে।কোৱাণ্টাম প্ৰযুক্তিয়ে…

ভাৰতলৈ অনা হ’ব চন্দ্ৰৰ মাটি আৰু শিলৰ নমুনা; ইছৰ’ৰ বিশাল প্ৰস্তুতি

চন্দ্ৰযান ২ আৰু ৩ৰ অপাৰ সফলতাৰ পিছত এইবাৰ চন্দ্ৰপৃষ্ঠৰ ৰহস্য উদ্ঘাটন কৰাৰ এক নতুন সংকল্পৰে ব্ৰতী হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকল। চন্দ্ৰৰ বুকুৰ পৰা মাটি আৰু শিলৰ প্ৰাকৃতিক নমুনা…

দেৰগাঁৱত পোহনীয়া হাতীৰ আক্ৰমণত মাউতৰ কৰুণ মৃত্যু

গাঁৱৰ মাজেৰে যোৱা এটা পথৰ ওপৰতে হঠাতে এটা পোহনীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন মাউতে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ মলাই কুমাৰ গাঁৱত বৃহস্পতিবাৰে এই শোকাৱহ ঘটনা সংঘটিত…

ধুবুৰীত ভুৱা শিক্ষানুষ্ঠানৰ কৱলত পৰি ছাত্ৰ গ্ৰেপ্তাৰ; প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

চৰকাৰী স্বীকৃতি অবিহনেই মুকলিকৈ চলি থকা এখন ভুৱা শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকৰ প্ৰমাণপত্ৰ লৈ এতিয়া কাৰাগাৰৰ ভাত খাবলগীয়া হ’ল এজন ছাত্ৰই। ধুবুৰী জিলাত অলপতে পোহৰলৈ অহা এক বৃহৎ শিক্ষা প্ৰৱঞ্চনাৰ ঘটনাই…