Month: May 2026

ব্যৱহাৰকাৰীক সহজে আৰু আত্মবিশ্বাসৰে বিনিয়োগ কৰাত সহায় কৰিবলৈ আধুনিক যুগৰ ব্ৰকিং প্লেটফৰ্ম ড্ৰিম ষ্ট্ৰীট মুকলি কৰিলে ড্ৰিম স্পৰ্টছে

ড্ৰিম স্প’ৰ্টছে বিনিয়োগ সৰলীকৰণ আৰু সমগ্ৰ ভাৰতত ডিমেট একাউণ্টৰ ব্যৱহাৰ-উপস্থিতিৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে নতুন যুগৰ ব্ৰকিং প্লেটফৰ্ম ড্ৰিমষ্ট্ৰীট মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই প্লেটফৰ্মে ব্যৱহাৰকাৰীসকলক সঠিক বিনিয়োগৰ সিদ্ধান্ত লোৱাত সহায়…

বিশ্ব পৰিৱেশ দিৱস ২০২৬ৰ পূৰ্বে ভামলা ফাউণ্ডেচনে শুভাৰম্ভ কৰিলে #NowForClimate অভিযান

ভামলা ফাউণ্ডেচনে বৃহনমুম্বাই পৌৰ নিগম, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী আৰু গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ সহযোগত #NowForClimate অভিযানৰ অধীনত ২০২৬ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসত বৃহৎ পৰিসৰৰ গছপুলি…

ভি-এ মাইক্ৰ’ড্ৰামা প্ৰৱেশৰ সৈতে ডিজিটেল কন্টেন্ট প্লে সম্প্ৰসাৰণ কৰে

টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ই নিজৰ সমল প্লেটফৰ্ম ভি মুভিজ এণ্ড টিভিৰ জৰিয়তে দ্ৰুতগতিত বৃদ্ধি পোৱা মাইক্ৰ’ড্ৰামা শিতানত প্ৰৱেশৰ কথা ঘোষণা কৰিছে, যিয়ে বুলেট মাইক্ৰ’ড্ৰামা এপৰ পৰা বিনামূলীয়াকৈ কণ্টেণ্ট আগবঢ়াইছে। এই…

এনএমআইপিএল-এ সম্পূৰ্ণ নতুন নিছান গ্ৰেভাইটৰ বাবে মুকলি কৰিছে চিএনজি টুইন-চিলিণ্ডাৰ ৰেট্ৰ’ফিটমেণ্ট কিট

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড-এ ‘সম্পূৰ্ণ নতুন নিছান গ্ৰেভাইট’ৰ বাবে চৰকাৰ অনুমোদিত চিএনজি ৰেট্ৰ’ফিটমেণ্ট কিট মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াত আছে এই ছেগমেণ্টত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হোৱা অভিনৱ ‘স্মাৰ্ট…

পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

অসম বিধান সভা নিৰ্বাচন-২০২৬ৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা পাছতে আৰু নতুন চৰকাৰ গঠনৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ।বুধবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত নিজৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ…

অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ; ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

অসমত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতিৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ…

শিৱসাগৰত আলফা (স্বা) সদস্য গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ পিষ্টল জব্দ

উজনি অসমৰ জিলাসমূহত নিষিদ্ধ ঘোষিত সংগঠনৰ সঘন তৎপৰতাই এতিয়াও সাধাৰণ ৰাইজৰ মাজত শংকাৰ সৃষ্টি কৰিছে। শিৱসাগৰ আৰক্ষীয়ে আজি ডিমৌৰ পালেঙিত অভিযান চলাই আলফা (স্বা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত…

অসম চুক্তি ৰূপায়ণত অগপৰ সমৰ্থন; ৰাজ্যৰ শান্তি আৰু উন্নয়নত এন ডি এৰ ভূমিকাৰ প্ৰশংসা অতুল বৰাৰ

অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ অসম গণ পৰিষদ এতিয়াও দায়বদ্ধ। দলৰ সভাপতি তথা বোকাখাতৰ নৱ-নিৰ্বাচিত বিধায়ক অতুল বৰাই আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে…

মণিপুৰত আৰক্ষীৰ বৃহৎ সাফল্য; নিষিদ্ধ ড্ৰাগছসহ ৪ ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰ আৰক্ষী। মঙলবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ চুৰচান্দপুৰত অভিযান চলাই চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।…

বাৰ্চেলোনাৰ জয়জয়নি: ৰিয়াল মাদ্ৰিদক ২-০ত পৰাস্ত কৰি ১০ পইণ্টৰ লেড ল’লে

বাৰ্চেলোনাৰ আধিপত্য ৰিয়াল মাদ্ৰিদক ২-০ ত পৰাস্ত কৰি ১০ পইণ্টৰ লেড ল’লে লীগ শিৰোপাম লোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি গৈছে বাবেৰনাৰ। বিশ্ববিখ্যাত লীগখনৰ এখন আগতীয়া মাচত বাৰ্চেলোনাই ৰিয়াল মাদ্ৰিদক পৰাস্ত…