অসম বিধান সভা নিৰ্বাচন-২০২৬ৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা পাছতে আৰু নতুন চৰকাৰ গঠনৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ।বুধবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত নিজৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ দাখিল কৰে।৷আনহাতে ৰাজ্যপালে এই পদত্যাগ গ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাক নতুনকৈ চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত পূৰ্বৰ পদবী অনুসৰি দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়। Share this:FacebookX Related Post navigation অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ; ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ