Month: May 2026

তামিলনাডুত নতুন ইতিহাস ৰচনা; প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী আঠমহীয়া অন্তঃসত্ত্বা পল্লৱী

তামিলনাডুৰ ৰাজনৈতিক যুঁজত আঠমহীয়া অন্তঃসত্ত্বা অৱস্থাতে বিজয় সাৱ্যস্ত কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এম আৰ পল্লৱী। অভিনেতা বিজয়ৰ নেতৃত্বাধীন টিভিকে দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থিৰু ভি কা নগৰ সমষ্টিত…

চৰকাৰ পৰিৱৰ্তনৰ পাছতেই পুনৰ মুক্তিৰ বাবে সাজু ‘দ্য বেংগল ফাইলছ’, শুকুৰবাৰে পশ্চিমবংগত মুক্তিলাভ

পশ্চিমবংগত বিজেপিৰ বিজয়ৰ পাছতেই অহা শুকুৰবাৰে মুক্তি লাভ কৰিব বিবেক অগ্নিহোত্ৰীৰ বহু চৰ্চিত বোলছবি ‘দ্য বেংগল ফাইলছ’। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিখন দেশজুৰি মুক্তি পাইছিল যদিও ৰাজ্যখনত ই তীব্ৰ ৰাজনৈতিক…

অসমক বিজেপিৰ ‘ৰাজনৈতিক পৰীক্ষাগাৰ’ হিচাপে ব্যৱহাৰৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছক শক্তিশালী কৰাৰ নতুন পৰিকল্পনা ঘোষণা

অসমত শেহতীয়া নিৰ্বাচনী বিপৰ্যয়ৰ পাছত এতিয়া দলীয় সংগঠনক পুনৰ সজীৱ কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে আজি ৰাজ্যত কংগ্ৰেছৰ এক ডাঙৰ সাংগঠনিক…

পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা! উত্তৰ ২৪ পৰগণা জিলাত গুলীয়াই হত্যা শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথক

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ আৰম্ভ হৈছে ভয়ংকৰ ৰাজনৈতিক হিংসা। উত্তৰ ২৪ পৰগণা জিলাত যোৱা নিশা বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ অতি ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথক অচিনাক্ত দুৰ্বৃত্তই…

এলেক্সিছ ছানচেজৰ গ’লে ছেভিলাক লা লিগাৰ ৰেলিগেশ্যন জ’নৰ পৰা বাহিৰলৈ উলিয়াই আনে, ৰিয়েল চ’চিয়েডাদ পৰাস্ত

এলেক্সিছ ছানচেজৰ দ্বিতীয় অৰ্ধৰ এটা গ’লে ৰিয়েল চ’চিয়েডাদক ১-০ গ’লত পৰাস্ত কৰি ছেভিলাক লা লিগাৰ ৰেলিগেশ্যন জ’নৰ (অৱনমন বলয়) পৰা বাহিৰলৈ উলিয়াই আনে। ৩৭ বছৰীয়া চিলিৰ খেলুৱৈগৰাকীয়ে হাফ-টাইমৰ পাছত বিকল্প…

লাখনৌ সুপাৰ জায়ান্টছক ৬ উইকেটত হৰুৱাই মুম্বাই ইণ্ডিয়ানছৰ জয়, ৰোহিত শৰ্মা আৰু ৰিকেলটনৰ বিস্ফোৰক বেটিং

আঘাতৰ পৰা ঘূৰি অহা ৰোহিত শৰ্মাৰ বিস্ফোৰক প্ৰদৰ্শনত লাকনৌ সুপাৰ জায়ান্টছক ৬ উইকেটত হৰুৱাই দিলে মুম্বাই ইণ্ডিয়ানছ। ৰোহিত শৰ্মা আৰু ৰায়ান ৰিকেলটনৰ বিস্ফোৰক বেটিংৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ জয় নিশ্চিত হয়।…

পুৰস্কাৰ ধনৰ বিবাদত গ্ৰেণ্ড স্লেম বৰ্জনৰ হুংকাৰ টেনিছ তাৰকাৰ

টপ প্লেয়াৰসকলে, বিশেষকৈ আৰিনা ছাবালেংকা আৰু কোকো গাউফে পুৰস্কাৰ ধনৰ বিবাদৰ বাবে গ্ৰেণ্ড স্লেম বৰ্জনৰ হুংকাৰ দিছে। তেওঁলোকে চাৰিওটা মেজৰৰ আয়ৰ অধিক অংশ, উন্নত সুবিধা আৰু শ্বিডিউলিংৰ ক্ষেত্ৰত অধিক নিয়ন্ত্ৰণ…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত পাণ্ডু – মালিগাওঁ আৰু আদাবাৰী অঞ্চলত নিশা বিজেপিৰ বিশাল বিজয় সমদল

জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিজয়ী হৈ বিৰল গৌৰব অৰ্জন কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজয়ত সমষ্টিটোৰ দলীয় কৰ্মী, কাৰ্যকৰ্তা – সমৰ্থকৰ মাজত ব্যাপক উৎসাহৰ ঢল বোৱা পৰিলক্ষিত…

অগপ বিধায়িনী দলৰ নেতা নিৰ্বাচিত অতুল বৰা; পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত নতুন চৰকাৰ গঠনৰ তৎপৰতাৰ মাজতে আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এইবাৰৰ নিৰ্বাচনত ১০ খন আসনত জয়লাভ কৰি দলটোৱে পুনৰ এন…

অসমত নতুন চৰকাৰ গঠনৰ কাউন্টডাউন আৰম্ভ; ১১ মে’ৰ পাছত শপত ল’ব ড৹ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুচকাৱাজৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ…