Month: May 2026

জাতিভেদ আঁতৰিলেহে বন্ধ হ’ব জাতিভিত্তিক ৰাজনীতিঃ আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

দেশৰ উন্নয়নৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নীতি আৰু অভিন্ন দেৱানী বিধিৰ কাৰ্যকৰীকৰণত প্ৰয়োজন হ’ব জনসাধাৰণৰ সহযোগিতা। বৃহস্পতিবাৰে মহীশূৰত অনুষ্ঠিত এক বক্তৃতানুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে।…

জীৱন বীমা উদ্যোগে বিত্তীয় বৰ্ষ ২৬ত ১৫.৭% বৃদ্ধি

ভাৰতৰ জীৱন বীমা উদ্যোগে ২০২৬ বিত্তীয় বৰ্ষত শক্তিশালী ৰূপত সমাপ্তি ঘটাইছে, নতুন ব্যৱসায়িক প্ৰিমিয়াম (এনবিপি) বছৰি ১৫.৭% বৃদ্ধি পাই ৪,৫৯,৭১৩ কোটি টকা হৈছে, যি বিত্তীয় বৰ্ষত ৩,৯৭,৩৩৭ কোটি টকা আছিল,…

কেদাৰনাথ যাত্ৰাত অঘটন! উশাহ লোৱাত কষ্ট পাই মৃত্যু অসমৰ যুৱতীৰ, ডিচেম্বৰত ঠিক হৈছিল বিয়াৰ তাৰিখ

উত্তৰাখণ্ডৰ কেদাৰনাথলৈ তীৰ্থভ্ৰমণলৈ যোৱাৰ সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল মৰিগাঁও জিলাৰ এগৰাকী যুৱতীয়ে। মৰিগাঁওৰ দলংঘাট নিবাসী পাপৰি ডেকা নামৰ যুৱতীগৰাকীয়ে যোৱা ৪ মে’ত মন্দিৰৰ মাত্ৰ ৫০০ মিটাৰ দূৰত্বত মৃত্যুৰ কোলাত…

বিহাৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; নীতিশ কুমাৰৰ পুত্ৰ নিশান্তসহ ৩২ গৰাকীৰ মন্ত্ৰিত্বৰ শপত

বিহাৰত প্ৰথমবাৰৰ বাবে গঠিত হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট আজি আনুষ্ঠানিকভাৱে সম্প্ৰসাৰণ কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক ভব্য অনুষ্ঠানত জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ লগতে…

উত্তপ্ত বংগ

পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে নিৰ্বাচনোত্তৰ হিংসাত্মই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ…

হিমন্ত বিশ্ব শৰ্মা মিছলীয়া

“হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ৷ তেওঁ কৈছে তেওঁ হেনো মোৰ বিৰুদ্ধে মিটিং কৰা নাই ৷ তেওঁ মোৰ বিৰুদ্ধে দস্তুৰমত মিটিং কৰিছে ৷”—বিধানসভা নিৰ্বাচনত শিৱসাগৰত অখিল গগৈয়ে বিজয় সাব্যস্ত কৰাক লৈ…

নৰেন্দ্ৰ মোদীয়ে কৰিলে এই কাম

অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স একাউণ্টৰ ডিছপ্লে’ পিকচাৰ পৰিৱৰ্তন কৰিছে। নিজৰ ফটোৰ পৰিৱৰ্তে মোদীয়ে ডিছপ্লে’ পিকচাৰত লগাইছে ‘অপাৰেচন সিন্দূৰ’ লিখা থকা এখন ফটো, য’ত আছে…

আজি মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজি মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। পুৱা ৮ বজাৰ পিছত খোল খালে মন্দিৰৰ দুৱাৰ। ইয়াৰ পূৰ্বে সুন্দৰ ৰূপত সজাই তোলা হয় কেদাৰনাথ মন্দিৰ। অসমৰ জাঁপি আৰু প্ৰায় ৫১ কুইণ্টল ফুলৰ…

ভাৰতত সম্প্ৰচাৰ নহয় ফিফা বিশ্বকাপ

ভাৰতত ফুটবল অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। ২০২৬ চনৰ ফিফা বিশ্বকাপত ভাৰতত সম্প্ৰচাৰ সন্দৰ্ভত এতিয়াও কোনো দৃঢ় চুক্তি হোৱা নাই। কাৰণ ফিফা আৰু জিঅ’হটষ্টাৰৰ মাজত হোৱা চুক্তি চূড়ান্ত হোৱা…

অহা ১২ মে’ত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ; খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি

অহা ১২ মে’ত অনুষ্ঠিত হ’ব অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। বুধবাৰে নিশা এই কথা সদৰি কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন…