Assam অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ May 11, 2026 Paromita অসম চুক্তিক আখৰে আখৰে পালন কৰাটোৱেই এতিয়া নতুন চৰকাৰখনৰ অন্যতম নৈতিক দায়িত্ব হোৱা উচিত। সোমবাৰে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা তথা বিধানসভাৰ…
Assam খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন; আজি নিশা গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী May 11, 2026 Paromita অসমত নতুনকৈ গঠন হ’বলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে এতিয়া উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। কাইলৈ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া…
Assam দিল্লীৰ নেহৰু প্লেচত উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতীক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ; গোচৰ ৰুজু May 11, 2026 Paromita দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ বৰ্ণবৈষম্যমূলক আচৰণ আৰু আক্ৰমণৰ বলি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতী। দেওবাৰে পুৱা দক্ষিণ দিল্লীৰ নেহৰু প্লেচ অঞ্চলত দুই যুৱতীক অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ…
Business তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ May 11, 2026 Dipshikha তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব ল’বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন…
Business এক আচৰিত খবৰ May 11, 2026 Dipshikha সদ্যসমাপ্ত হ’ল ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ২০২৬ ৷ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে এক তথ্য সদৰী কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগ চমুকৈ ইচিআইৰ তথ্যত এক ভয়ংকৰ কথা…
Business ২০,০০০ কোটি টকাৰ ৰাজহৰ মাইলৰ খুঁটি অতিক্ৰম টাটা কনজিউমাৰৰ, ২০২৬ বিত্তীয় বৰ্ষত শক্তিশালী অগ্ৰগতি অব্যাহত May 11, 2026 Business Bureau টাটা কনজিউমাৰ প্ৰডাক্টছে ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ত্ৰৈমাসিক আৰু বিত্তীয় বৰ্ষত সুদৃঢ় বিত্তীয় ফলাফল ঘোষণা কৰিছে। পানীয়, খাদ্য আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ব্যাপক পৰিমাণ-চালিত বৃদ্ধিৰ ফলত কোম্পানীটোৰ বাৰ্ষিক ৰাজহ…
Business সাৱধান দেশবাসী May 11, 2026 Dipshikha ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কমকৈ কৰক ৷’’ পশ্চিমৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে এই আহ্বান জনোৱাৰ পিছতে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ লোকসভাৰ বিৰোধী…
Business আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা May 11, 2026 Dipshikha আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা। ‘লাডেন আৰু আছাদুদ্দিন ওৱেছিৰ মাজত নাই কোনো পার্থক্য’। ‘লাডেনে আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওৱেছিয়ে’ । AIMIMৰ জড়িয়তে ওৱেছিয়ে জেহাদ চলোৱাৰ…
Business ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? May 11, 2026 Dipshikha ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন। দুগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে। অসম আৰু ডিমাপুৰৰ যুৱতীক অশ্লীল ইংগিত। ২ যুৱতীক প্ৰহাৰৰো…
Education Technology ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে USTM-এ ৰোবটিক্স স্কিল ৱৰ্কশ্বপৰ আয়োজন কৰে May 11, 2026 Tarali ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত মেগালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (USTM)-ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগে ৰোবটিক্স ক্লব, USTM-ৰ সহযোগত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে “ৰোবটিক্স স্কিল ৱৰ্কশ্বপ”ৰ আয়োজন…