Category: Latest

২০৩৫ ৰ ভিতৰত ভাৰতে মহাকাশত স্থাপন কৰিব নিজা মহাকাশ কেন্দ্ৰ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু মহাকাশ ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে বুধবাৰে ঘোষণা কৰে যে ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিব। ইয়াক ‘ইণ্ডিয়া স্পেচ ষ্টেচন’ নাম দিয়া…

আৰবিআইৰ ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ সঞ্জয় মালহোত্ৰাৰ

সঞ্জয় মালহোত্ৰাই বুধবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনি বছৰৰ বাবে গভৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ…

মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে উদ্যোগ গ্ৰহণ আৰণ্যকৰ

মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে অব্যাহত ৰখা বিভিন্ন পদক্ষেপৰ অংশহিচাপে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্তোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি,…

গৌৰী নন্দন শইকীয়াৰ উপন্যাস ‘পুনে ডায়েৰী’ উন্মোচন

অগ্ৰণী প্ৰকাশন গোষ্ঠী বনফুল প্ৰকাশনৰ উদ্যোগত দেওবাৰে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই লেখক গৌৰী নন্দন শইকীয়াৰ ‘পুনে…

নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয়-২৮ খন নবোদয় বিদ্যালয় স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিব কেন্দ্ৰীয় চৰকাৰৰে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটত দেশত ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নবোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয়…

কৃষকে লাভ কৰিব গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষকসকলক বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বৰ্তমান, ইয়াৰ সীমা হৈছে ১.৬ লাখ টকা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ…

বহি:ৰাজ্যত আলু বিক্ৰীৰ নিষেধাজ্ঞা উঠাই নললে ধৰ্মঘটত বহিব পশ্চিম বংগৰ আলু ব্যৱসায়ী

পশ্চিম বংগৰ আলু ব্যৱসায়ীসকলে ভাবুকি দিছে যে যদিহে ৰাজ্য চৰকাৰে আন ৰাজ্যক আলু বিক্ৰী কৰাৰ নিষেধাজ্ঞা উঠাই নলয় তেন্তে তেওঁলোকে মঙলবাৰে ধৰ্মঘট আৰম্ভ কৰিব। পশ্চিম বংগে শেহতীয়াকৈ স্থানীয় বজাৰত মূল্য…

নৱেম্বৰত ১.৮২ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ

ঘৰুৱা লেনদেনৰ পৰা অধিক ৰাজহ লাভ কৰাৰ ফলত নৱেম্বৰত মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি হৈ ১.৮২ লাখ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। দেওবাৰে প্ৰকাশিত চৰকাৰী…

গ্ৰাহকৰ বন্ধ একাউণ্ট সক্ৰিয় কৰিবলৈ এছবিআইৰ দেশজুৰি অভিযান আৰম্ভ

ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই (এছবিআই) বন্ধ হৈ থকা একাউণ্ট সক্ৰিয় কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ দেশজুৰি অভিযান আৰম্ভ কৰিছে। বেংকটোৱে কয় যে যেতিয়া গ্ৰাহকে দুবছৰতকৈ অধিক…

ভাৰতৰ ২১.২ কোটি প্ৰাপ্তবয়স্ক লোক ডায়েবেটিচত আক্ৰান্ত

যোৱা কেইটামান দশকত অৰ্থনৈতিক বিকাশৰ সৈতে, ভাৰতীয় জীৱনশৈলীও দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ কিছুমান ইতিবাচক আৰু কিছু নেতিবাচক প্ৰভাৱ পেলাইছে। জীৱনশৈলী আৰু খাদ্যৰ এই পৰিৱৰ্তনে দ্ৰুতগতিত ভাৰতীয়সকলক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত,…