Category: Business

ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভোডাফোন আইডিয়া-ই স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে কেইটামান নিৰ্বাচিত প্ৰিপেইড ৰিচাৰ্জ প্লেনৰ সৈতে স্পটিফাই প্ৰিমিয়ামক এক সন্মিলিত সুবিধা ৰূপে অন্তৰ্ভুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ মনোৰঞ্জনৰ পৰিসৰ শক্তিশালী কৰা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান…

১১৫ ইঞ্চিৰ ব্ৰাভিয়া ৯II মুকলি কৰি প্ৰিমিয়াম টিভি বজাৰত গুৰুত্ব আৰোপ কৰিছে ছনীয়ে

ছনী ইণ্ডিয়াই প্ৰিমিয়াম বৃহৎ স্ক্ৰীনৰ ঘৰুৱা মনোৰঞ্জন খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে কোম্পানীটোৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ব্ৰাভিয়া টেলিভিচন— ১১৫ ইঞ্চি (২৯২ চেণ্টিমিটাৰ)ৰ ব্ৰাভিয়া ৯II মুকলি কৰি নিজৰ প্ৰিমিয়াম টেলিভিচনৰ…

অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

বাজাজ লাইফ ইঞ্চুৰেন্সে উজনি অসমৰ বানপানীৰ দ্বাৰা প্ৰভাৱিত পলিচীহল্ডাৰসকলৰ বাবে এক বিশেষ ক্লেইম সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত এক সৰলীকৃত ক্লেইম নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাতে বানপানীৰ দ্বাৰা…

অসমৰ ষ্টাৰ্ট-আপ পৰিৱেশক গতি প্ৰদানৰ বাবে আদানী গ্ৰুপৰ ‘বন্দে ভাৰতম’ৰ প্ৰস্তাৱ

আদানী গ্ৰুপৰ প্ৰতিনিধিবৰ্গই সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে দেশজুৰি আৰম্ভ কৰা উদ্যমিতা আৰু উদ্ভাৱনমূলক আঁচনি বন্দে ভাৰতমৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে।…

গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

‘গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে…

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায়…

পুনৰ ভাইৰাছৰ সংক্ৰমণ

চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ’ব পৰা ভাইৰাছ। ই শিশুসকলৰ…

২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে…

হিমালয়ত বিশাল কনভয়েৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰে নতুন মাইলৰ খুঁটি নিচান টেক্টনৰ

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৬০খন সম্পূৰ্ণ নতুন নিচান টেক্টন প্ৰিমিয়াম এছইউভিৰ এটা কনভয়ে লেহ চহৰত উপস্থিত হৈ এই সফলতা…