Category: Business

চেন্নাই উৎপাদন কেন্দ্ৰৰ মালিকীস্বত্ব সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে ৰেন’ই

ৰেন’ গ্ৰুপে স্পষ্ট কৰি দিছে যে চেন্নাইস্থিত উৎপাদন কেন্দ্ৰটো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই সম্পূৰ্ণৰূপে কোম্পানীটোৰ মালিকীস্বত্বৰ অধীনত আছে। ইয়াৰ সৈতে সংগতি ৰাখি অংশীদাৰ আৰু সংবাদ মাধ্যমক ভৱিষ্যতৰ সংবাদ বা…

ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে প্ৰথম অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰশ্বিপৰ জৰিয়তে অসমত অধিক শক্তিশালী কৰি তুলিছে নিজৰ ব্যৱসায়িক স্থিতি

তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ টাইটেল স্পনছৰ ৰূপে সহযোগিতাৰ কথা সদৰি কৰিছে। এই ঘোষণাৰ লগে লগে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে ইম্পেৰিয়েল ব্লু পেকেজড…

জুলাই মাহত অভিলেখসংখ্যক ৬.৩০ লাখ বাহন বিক্ৰী কৰে টিভিএছ মটৰে

টিভিএছ মটৰ কোম্পানীয়ে সোমবাৰে জুলাই মাহৰ বিক্ৰীৰ খতিয়ান দাঙি ধৰি সৰ্বাধিক মাহেকীয়া বিক্ৰী হোৱাৰ কথা সদৰি কৰিছে। ২০১৬ চনৰ জুলাই মাহত কোম্পানীটোৱে ৬,২৯,৬৭৫খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হয়, যি যোৱা…

ঘৰুৱা বিক্ৰীত ২১৮% উত্থানেৰে ভাৰতত বিকাশৰ গতি তীব্ৰতৰ কৰিছে নিচানে

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ সম্পূৰ্ণ নতুন নিচান টেক্টন এছইউভিৰ শুভাৰম্ভণি আৰু এক সম্প্ৰসাৰিত সামগ্ৰী পৰ্টফ’লিঅ’ৰ সহায়ত নিজৰ ঘৰুৱা ব্যৱসায়ত এক তীব্ৰ ৰূপান্তৰৰ কথা সদৰি কৰিছে। কোম্পানীটোৱে ২০২৬ চনৰ জুলাই…

৩৯টা পদকৰে কমনৱেলথ গেমছৰ অভিযান সমাপ্ত ভাৰতৰ

দেওবাৰে ১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে ৷ ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে ৩৯টা পদকৰে প্ৰতিয়োগিতাখনত চতুৰ্থ স্থান দখল কৰে ৷ বক্সিং চেম্পিয়ন জেচমিন লেম্ব’ৰিয়াক…

উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈ পৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ১৫ হাজাৰ ঘোষণা কৰিছিল ।…

বৰষুণৰ ফলত কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে । আই এম ডিয়ে সোমবাৰে ৰাজ্যখনত ‘ইয়ে’ল্ল এলাৰ্ট’ জাৰি কৰিছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰীকালীন সাৱধানতা অৱলম্বন কৰাৰ লগতে দ্ৰুতগতিত সাহায্য অভিযান…

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো পোহৰলৈ…

বানপীড়িতৰ কাষত দীপলিনা ডেকা

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ তৰফৰ পৰা এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । চলিত বানপানীৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা দুৰ্ভগীয়া পৰিয়ালৰ বাবে ফাউণ্ডেশ্বনে ১০০ টা…

ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা কৰে

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা কৰে ৷ অস্মিতাই শুকুৰবাৰে কানাডাৰ হাইডি কোৱাচক ৰোমাঞ্চকৰ ‘গোল্ডেন স্ক’ৰ’ মেচত পৰাস্ত কৰি মহিলাৰ-৪৮ কেজি…