Business বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন August 8, 2026 Dipshikha কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। বুঢ়াপাহাৰৰ ৫টা স্থানত পাহাৰৰ শিল-মাটি খহিছে বুলি জানিব পৰা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে পুৱাৰে পৰা ভূমিস্খলন হৈছে।ৰাষ্ট্ৰীয় ঘাইপথত শিল-মাটি খহি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ…
Business এক ভয়ংকৰ বাছ দুৰ্ঘটনা August 8, 2026 Dipshikha হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়।আনহাতে, এই দুৰ্ঘটনাত ১১জন…
Business আকৌ সাজু হৈছে CJP August 8, 2026 Dipshikha আকৌ সাজু হৈছে CJP। NEET প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি যন্তৰ-মন্তৰত আন্দোলন কৰা ক’কৰোচ জনতা পাৰ্টিয়ে এইবাৰ দেশজুৰি নতুন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে জনাইছে…
Business টেটলী গ্ৰীন টি শ্লিম কেয়াৰে পূৰণ কৰিছে কাৰ্যক্ষম সুস্থতা পানীয়ৰ ক্ৰমবৰ্ধমান চাহিদা August 7, 2026 Business Bureau স্বাস্থ্য-কেন্দ্ৰিক পানীয়ৰ প্ৰতি গ্ৰাহকৰ বৰ্ধিত অগ্ৰাধিকাৰে কাৰ্যকৰী চাহৰ চাহিদাক তীব্ৰতৰ কৰি তুলিছে। ব্ৰেণ্ডসমূহে এনে কিছুমান সামগ্ৰী বজাৰলৈ আনিছে যিবোৰে কোনো ক্ষিপ্ৰ স্বাস্থ্য সমাধানৰ পৰিৱৰ্তে দৈনন্দিন স্বাস্থ্য-কল্যাণৰ অভ্যাসৰ সৈতে সংগতি ৰাখে।…
Business মাল্টি এছেট ফাণ্ডৰ অভিযানত বিনিয়োগকাৰীসকলক ৰিটাৰ্নৰ উৰ্ধ্বলৈ গৈ চাবলৈ আহ্বান ডিএছপি মিউচুৱেল ফাণ্ডৰ August 7, 2026 Business Bureau ডিএছপি মিউচুৱেল ফাণ্ডে এক দেশজোৰা ডিজিটেল অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক কেৱল শেহতীয়া ৰিটাৰ্নৰ ওপৰত গুৰুত্ব আৰোপৰ পৰিৱৰ্তে পৰ্টফলিঅ’ৰ বৈচিত্ৰ্যকৰণত ইয়াৰ নিৰ্দিষ্ট ভূমিকাৰ ওপৰত ভিত্তি কৰি মাল্টি এছেট…
Business পৰিকল্পনাৰ অগ্ৰাধিকাৰসমূহ বিকশিত হোৱাৰ লগে লগে অৱসৰকালীন উপাৰ্জনে লাভ কৰিছে প্ৰধান গুৰুত্ব August 7, 2026 Business Bureau দেশত অৱসৰকালীন পৰিকল্পনা কেৱল এটা বৃহৎ অৱসৰকালীন পুঁজি গঠন কৰাৰ পৰম্পৰাগত গুৰুত্বৰ পৰা আঁতৰি আহিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে এক সুস্থিৰ তথা বহনক্ষম উপাৰ্জনৰ উৎস সৃষ্টিত অগ্ৰাধিকাৰ দিব লাগে, যিয়ে…
Business “যদি মই মোৰ মানুহখিনিৰ বাবে ভিক্ষাও খুজিবলগীয়া হয়, তেন্তে ভিক্ষাও খুজিম” August 6, 2026 Dipshikha লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত ! বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?বানৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে উজনি-নামনি-মধ্য অসমৰ পৰা সোঁত ববলৈ আৰম্ভ কৰিছে বানাক্ৰান্তৰ কাষলৈ…
Business বানৰ সংহাৰ অব্যাহত August 6, 2026 Dipshikha অসমত বানৰ সংহাৰ অব্যাহত আছে ৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে ।…
Business ১০ আগষ্টৰ পৰা বানাক্ৰান্ত জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব August 6, 2026 Dipshikha ১০ আগষ্টৰ পৰা শিৱসাগৰ- চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব।এই কথা জনালে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। জানিবলৈ দিয়া মতে, যদিও বহু শিক্ষানুষ্ঠানত পাঠদান নিয়মীয়াকৈ…
Business বৰ্তমান সময়ত ৰাজনীতি নহয় August 6, 2026 Dipshikha বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ…