Category: Business

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক। চেন্নাই বিমান বন্দৰত উপস্থিত ভাৰতীয় মাছমৰীয়াসকল। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াকেইজনক। সামুদ্ৰিক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক। শ্ৰীলংকাৰ নৌ সেনাই…

বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে নেপালত

নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ…

বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

নেপালৰ বিধ্বংসী বানৰ ফলত মৃতকৰ সংখ্যা ৬০০ৰ ওচৰ পাৱাইছেগৈ। এতিয়ালৈকে ৫৮৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২,৫০০ জন লোক নিখোজ হৈ আছে। এই প্ৰাকৃতিক দুৰ্যোগত বৃহৎ সংখ্যক ভাৰতীয়ও আৱদ্ধ…

হেক্টৰ টমাহক ইভি আৰু পিএইছইভি মুকলিৰে মাল্টি-এনাৰ্জী পৰিবহন ক্ষেত্ৰত চমক এমজিৰ

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই বুধবাৰে নতুন এডাপ্ট প্লেটফৰ্মত নিৰ্মিত প্ৰথমখন এছইউভি—এমজি হেক্টৰ টমাহক উন্মোচন কৰে, যি বৈদ্যুতিক বাহন আৰু প্লাগ-ইন হাইব্ৰিড ইলেকট্ৰিক ভেহিকল (পিএইছইভি) দুয়োটা পাৱাৰট্ৰেইনতে উপলব্ধ হ’ব। হেক্টৰ টমাহক…

টিভিএছ জুপিটাৰ স্পেকট্ৰেল ৰঙৰ সৈতে উন্নীত প্ৰিমিয়াম ডুৱেল-ট’নত হ’ব উপলব্ধ

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ প্ৰতিযোগিতাপূৰ্ণ ১১০ চিচি স্কুটাৰ বজাৰত নিজৰ অৱস্থান অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ৮৯,৮২৫ টকা (এক্স-শ্ব’ৰুম, দিল্লী) মূল্যত টিভিএছ জুপিটাৰ ডুৱেল-ট’ন স্পেকট্ৰেল ৰেঞ্জ মুকলি কৰি জুপিটাৰ ব্ৰেণ্ডৰ পৰ্টফলিঅ’ৰ…

বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত চামিল হোৱাৰ চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ…

নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি?

নেপালৰ জলপ্ৰলয়ে ইতিমধ্যে তচনচ কৰিছে সকলোবোৰ। এক হাঁহাকাৰ পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছে নেপালবাসীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন (Ice-rock avalanche) বা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ (GLOF)…

বিহাৰলৈ অহা ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ অমিত শ্বাহৰ

নেপালৰ পৰিস্থিতিৰ ফলত বিহাৰৰ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।টেলিফোনিক বাৰ্তালাপত শ্বাহে বিহাৰ চৰকাৰক পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা যিকোনো সম্ভাব্য সংকটৰ…

নেপালক সহায়ৰ বাবে সাজু ভাৰত

তিব্বতৰ পৰা নামি অহা ভোটেকোশী নৈৰ বাঢ়নী পানীয়ে নেপাল-চীন সীমান্তৰ ৰাছুৱা জিলাৰ টাইমুৰে আৰু ছাইপ্ৰুবেছি অঞ্চলত ব্যাপক ধ্বংসলীলা চলায় । নেপালৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী,…

বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা

বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা।বিহাৰৰ ভাগলপুৰৰ ৰাঘোপুৰত সংঘটিত এই শোকাবহ ঘটনাত বৰ্তমানলৈ কেইবা ডজন লোক নিৰুদ্দেশ।ঘটনাস্থলিত NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।হঠাতে জলপৃষ্ঠ বৃদ্ধিৰ বাবেই সংঘটিত হৈছে…