Category: Business

আদানি এনাৰ্জি ছলিউচনে ৪,৭০০ কোটি টকাৰ মহাৰাষ্ট্ৰ ট্ৰেন্সমিছন প্ৰকল্প লাভ কৰিলে

আদানি এনাৰ্জি ছলিউচন লিমিটেডে (AESL) মহাৰাষ্ট্ৰত প্ৰায় ৪,৭০০ কোটি টকাৰ এক বৃহৎ ট্ৰেন্সমিছন প্ৰকল্প লাভ কৰিছে, যাৰ জৰিয়তে ৪,৫০০ মেগাৱাটলৈকে নবীকৰণযোগ্য আৰু পাম্পড্ ষ্ট’ৰেজ শক্তি কঢ়িয়াই নিয়া হ’ব। “ছাটাৰাৰ ওচৰত…

১ মিলিয়ন গ্ৰাহকৰ পৰিয়াললৈ পৰিণত টিভিএছ আইকিউব, মুকলি হ’ল মিলিয়নআৰ বিশেষ সংস্কৰণ

টিভিএছ মটৰ কোম্পানীয়ে মঙলবাৰে ভাৰতত বৈদ্যুতিক স্কুটাৰে ১ মিলিয়ন গ্ৰাহকৰ সংখ্যা অতিক্ৰম কৰা উপলক্ষে টিভিএছ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচন মুকলি কৰিছে। আইকিউব ৩.৫ কিলোৱাট ঘণ্টা ভেৰিয়েণ্টৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত…

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চহৰখনৰ ‘পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ’ (PIMS) হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Gynecology) বিভাগত বুধবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।…

”ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে”

ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে।অনুপ্ৰৱেশকাৰীসকলে ভাৰতৰ নিৰাপত্তা, অৰ্থনীতি আৰু জনসংখ্যাতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে…

ব্ৰমফৰ্ডৰ গুৰুত্বপূৰ্ণ অধিগ্ৰহণৰ পিছত ডিফেন্স আৰু এৰ’স্পেচ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান চিগমা এডভান্সড চিষ্টেমছৰ দ্বাৰা ৰ’লছ-ৰয়েচ এৰ’স্পেচ ইউকেৰ সৈতে ১২৫ মিলিয়ন পাউণ্ডৰ অতিৰিক্ত দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ

চিগমা এডভান্সড চিষ্টেমছে শেহতীয়াকৈ অধিগ্ৰহণ কৰা ব্ৰিটেইনৰ লেষ্টাৰত অৱস্থিত সহযোগী প্ৰতিষ্ঠান ব্ৰমফৰ্ড প্ৰেচিজন ছল্যুচনছৰ জৰিয়তে ৰ’লছ-ৰয়েচৰ সৈতে নতুনকৈ এক দীৰ্ঘম্যাদী চুক্তি সম্পাদন কৰিছে। এই চুক্তিয়ে অধিগ্ৰহণৰ তাৎক্ষণিক কৌশলগত মূল্য প্ৰদৰ্শন…

হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য

মিঠাতেল, চাউল আৰু পিঁয়াজৰ পাছত শেহতীয়াকৈ ৰাজ্যত চেনিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৷ বৰ্তমান প্ৰতি কিলোগ্ৰাম চেনিৰ পাইকাৰী মূল্য ৬১ টকা ৷ৰাজ্যত অত্যাৱশকীয়া সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷উল্লেখ্য…

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ! PMAYৰ অধীনত অসমত নতুনকৈ ৩.৮ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। বানপীড়িত অঞ্চলৰ বাবেও অতিৰিক্ত PMAY গৃহৰ অনুমোদন। উজনিৰ বানত ক্ষতিগ্ৰস্তৰ ঘৰ নিৰ্মাণ কৰিব…

বৰপেটা ব্ৰেভছে দখল কৰিলে প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগৰ খিতাপ

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত ২৩ আগষ্টত প্ৰথম ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সামৰণি পৰে। প্ৰথম সংস্কৰণৰ সফল সমাপ্তিৰে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ ক্ৰিকেট জগতত এক নতুন ফ্ৰেঞ্চাইজিভিত্তিক…

মাছৰ খাদ্য ব্যৱসায়ত বৃহৎ পৰিমাণৰ বৃদ্ধিৰ লক্ষ্য গড্ৰেজ এগ্ৰ’ভেটৰ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মাছৰ খাদ্য ব্যৱসায়ৰ প্ৰতি থকা দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছে আৰু ভাৰতৰ অন্যতম আগশাৰীৰ মাছৰ খাদ্য উৎপাদক হোৱাৰ উদ্দেশ্যে এক প্ৰগতিশালী বৃদ্ধিৰ ৰণনীতিৰ ৰূপৰেখা দাঙি ধৰিছে। এই ৰণনীতিৰ…

ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ

শুকুৰবাৰে গভীৰ নিশা তেলেংগানাৰ য়াদাদ্ৰী ভংগীৰ জিলাৰ পোচমপল্লী মণ্ডলৰ দোথিগুডেমৰ সমীপত হাজেলো লেব প্ৰাইভেট লিমিটেড নামৰ এটা ঔষধ প্ৰস্তুতকৰণ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়…