ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!

PMAYৰ অধীনত অসমত নতুনকৈ ৩.৮ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ।

বানপীড়িত অঞ্চলৰ বাবেও অতিৰিক্ত PMAY গৃহৰ অনুমোদন।

উজনিৰ বানত ক্ষতিগ্ৰস্তৰ ঘৰ নিৰ্মাণ কৰিব কেন্দ্ৰই।

PMAYৰ অধীনত অসমত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব কেন্দ্ৰই।

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *