Category: Assam

পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আধৰুৱা ৰঙালী; ৰাজ্যবাসীৰ বুকুত কেৱল বিষাদৰ স্মৃতি

এইবাৰৰ ৰঙালীয়েও ধাৰণ কৰিছে কঙালীৰ বেশ! অসমীয়া সংগীতৰ ভোটাতৰা জুবিন গাৰ্গবিহীন প্ৰথমটো ব’হাগত যেন শূন্যতাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। ৰঙালী বুলি ক’লেই গাত উছাহৰ ধল অনুভৱ কৰা প্ৰতিজন অসমীয়াৰ মনত…

মণিপুৰৰ পাঁচ জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা পুনৰ বৃদ্ধি

মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাঁচখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা পুনৰ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত ১৪…

নয়ডা শ্ৰমিকে ২০,০০০ টকা দাবী কৰাটো তেওঁলোকৰ অধিকাৰ: ৰাহুল গান্ধী

উত্তৰ প্ৰদেশৰ নয়ডা ঔদ্যোগিক এলেকাত প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে নয়ডা শ্ৰমিকসকলে ২০,০০০ টকা দাবী কৰাটো লোভ নহয় বৰঞ্চ তেওঁলোকৰ অধিকাৰহে। ছ’চিয়েল মিডিয়া…

মণিপুৰৰ ট্ৰংলোবি হত্যাকাণ্ডৰ এন আই এ তদন্তৰ দাবী; গৃহমন্ত্ৰীলৈ বিধায়কৰ পত্ৰ

মণিপুৰৰ ট্ৰংলোবিত সংঘটিত হত্যাকাণ্ডৰ উচ্চস্তৰীয় তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক আৰ কে ইম’ সিঙে। বিষ্ণুপুৰ জিলাৰ এই ঘটনাক অত্যন্ত মৰ্মান্তিক আখ্যা দি ১১-চাগলবন্দ সমষ্টিৰ বিধায়কগৰাকীয়ে…

বিহাৰৰ ইটাভাটাত আৱদ্ধ ধুবুৰীৰ ৪৭ শ্ৰমিকক উদ্ধাৰ; মালিকক গ্ৰেপ্তাৰ

সংস্থাপনৰ সন্ধানত বিহাৰলৈ গৈ ইটাভাটাত আৱদ্ধ হৈ পৰা অসমৰ দুকুৰিৰো অধিক শ্ৰমিক অৱশেষত উভতিল ঘৰলৈ। বিহাৰ আৰক্ষীৰ সহযোগত ধুবুৰীৰ ৪৭ গৰাকী বঁধুৱা শ্ৰমিকক উদ্ধাৰ কৰি সোমবাৰে নিৰাপদে নিজ জিলালৈ ওভতাই…

সমাজত জ্যেষ্ঠসকলক সন্মান; অসম সাহিত্য সভাৰ আহ্বানত ৰাজ্যজুৰি ‘নিজৰ দিন’ পালন

অসমীয়া ভাষা-সাহিত্য আৰু সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱাৰ লক্ষ্যৰে ‘নিজৰ দিন’ পালন কৰিব অসম সাহিত্য সভাই। ব’হাগ বিহুৰ প্ৰথম দিনটোত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ…

আজি হেঁপাহৰ গৰু বিহু; ৰাজ্যজুৰি উদযাপন চহা জীৱনৰ সাতমপুৰুষীয়া পৰম্পৰা

চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি মঙলবাৰে উদযাপন কৰিছে বিহুৰ এই প্ৰথমটো দিন।…

জামিন বিতৰ্ক উচ্চতম ন্যায়ালয়ত; পৱন খেৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ আপত্তি

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যক লৈ এতিয়া দিল্লীৰ পৰা গুৱাহাটীলৈ তীব্ৰতৰ হৈছে আইনী যুঁজ। তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট অগ্ৰিম জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান…

প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি; পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে কাৰ্যকৰী হ’ব অভিন্ন দেৱানী বিধি

পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে ৰাজ্যখনত অভিন্ন দেৱানী বিধি (ইউচিচি) কাৰ্যকৰী হ’ব। শনিবাৰে মুৰ্ছিদাবাদ জিলাৰ জঙ্গীপুৰত এক বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে…