Category: Assam

পাকিস্তানক চৌদি আৰৱে প্ৰদান কৰিলে ১ বিলিয়ন মাৰ্কিন ডলাৰ

পাকিস্তানৰ কেন্দ্ৰীয় বেংকে লাভ কৰিছে চৌদি আৰৱৰ বিত্ত মন্ত্ৰালয়ৰ পৰা ১ বিলিয়ন মাৰ্কিন ডলাৰ। ষ্টেট বেংক অৱ পাকিস্তানে এই ঘোষণা কৰিছে। ষ্টেট বেংক অৱ পাকিস্তানে কয় যে চৌদি আৰৱৰ বিত্ত…

সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীৰ পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাগৰিক সভা সম্পন্ন

সংবাদ মাধ্যমৰ ওপৰত শাসকগোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বান মৰ্মে ১৯ এপ্ৰিলত গুৱাহাটীৰ সাহিত্যচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত এখন নাগৰিক সভা অনুষ্ঠিত হয়। প্ৰাক্তন সাংসদ…

কামাখ্যা মন্দিৰত বিশ্ব ঐতিহ্য দিৱস উদযাপন:

North East Zone Cultural Centre-ৰ উদ্যোগত আৰু Nirbaak-ৰ সহযোগিতাত বিশ্ব ঐতিহ্য দিৱস উপলক্ষে আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ প্ৰাঙ্গনত এক সমন্বিত স্বচ্ছতা অভিযান আৰু মূকাভিনয় প্ৰদৰ্শিত হয়।কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল স্বচ্ছতা…

আই আই টি গুৱাহাটীত সংঘটিত শক্তি চে জন আপডা সুৰক্ষা শীৰ্ষক মকড্ৰিল

ভাৰতীয় সেনা আৰু SDRF, NDRFৰ উদ্যোগত শণিবাৰে আই আই টি গুৱাহাটীত “সংঘটিত শক্তি চে জন আপডা সুৰক্ষা” শীৰ্ষক এক মকড্ৰিলৰ আয়োজন কৰা হয়। পানীৰ মাজত আবদ্ধ লোকক কি দৰে উদ্ধাৰ…

স্কৰ্পিয়নছ বেণ্ডৰ ভাৰত ভ্ৰমণ বাতিল; শ্বিলঙৰ সংগীতানুষ্ঠানক লৈ নিৰাশ সংগীত অনুৰাগী

বিশ্ববিখ্যাত জাৰ্মান ৰক বেণ্ড স্কৰ্পিয়নছৰ বহু প্ৰত্যাশিত ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যাপক উছাহ এতিয়া নিৰাশাত পৰিণত হ’ল। বেণ্ডটোৰ সদস্যসকলৰ হঠাৎ হোৱা শাৰীৰিক অসুস্থতাৰ বাবে মেঘালয়ৰ শ্বিলংসহ দেশৰ চাৰিখনকৈ…

মণিপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ; ৰাষ্ট্ৰীয় ঘাইপথত গুলীয়াই হত্যা অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ দুই ব্যক্তিক

মণিপুৰত অব্যাহত থকা কূটাঘাতমূলক কাৰ্যকলাপৰ মাজতে শনিবাৰে ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড। উক্ৰুল অভিমুখে গৈ থকা যাত্ৰীবাহী বাহনক লক্ষ্য কৰি অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই চলোৱা অতৰ্কিত…

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ; ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনমূলক মন্তব্যৰ অভিযোগ

পশ্চিম বংগৰ নিৰ্বাচনী যুঁজত ধৰ্মীয় মেৰুকৰণৰ মছলা ব্যৱহাৰ কৰাৰ অভিযোগত এতিয়া বিমোৰত পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব…

ইৰানে পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী

ইৰানী সেনাই হৰমুজ জল প্ৰণালী পুনৰ বন্ধ কৰাৰ ঘোষণা কৰিছে। দেশখনৰ কেইবাটাও সংবাদ মাধ্যমে আই আৰ জি চিৰ এক বিবৃতিৰ উদ্ধৃতি দি কয় যে হৰমুজ প্ৰণালী পুনৰ পূৰ্বৰ মৰ্যাদালৈ ঘূৰি…

মুখ্যমন্ত্ৰীৰ পত্নীৰ মানহানি গোচৰ; উচ্চতম ন্যায়ালয়ত খাৰিজ পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন

উচ্চতম ন্যায়ালয়ৰ মজিয়াত পুনৰবাৰ মুখ থেকেচা খালে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা মানহানিৰ গোচৰত খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ…

ত্ৰিপুৰাত বিজেপিৰ শোচনীয় পৰাজয়; পাহাৰীয়া পৰিষদত তিপ্ৰা মোথাৰ একছত্ৰী আধিপত্য

ত্ৰিপুৰাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰিল পৰাক্ৰমী ভাৰতীয় জনতা পাৰ্টি। শেহতীয়াকৈ ৰাজ্যখনৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ (TTAADC) নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰি এক বিশাল বিজয় সাব্যস্ত কৰে তিপ্ৰা মোথা পাৰ্টিয়ে। নিৰ্বাচন আয়োগৰ…