Category: Assam

পেহেলগামৰ বৈছাৰণত তেজৰ চেকুৰাৰ এবছৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত দিশহাৰা কাশ্মীৰৰ পৰ্যটন খণ্ড

প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ পেহেলগামৰ বুকুৰে বৈ যোৱা তেজৰ ধাৰাই আজিও স্তব্ধ কৰি ৰাখিছে উপত্যকাটোৰ পৰ্যটন উদ্যোগ। যোৱা বছৰৰ ২২ এপ্ৰিলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৈছাৰণ উপত্যকাত চলোৱা নাৰকীয় হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ…

অসম গৰিয়া পৰিষদৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া মুছলমানৰ ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কীয় আলোচনা চক্ৰ সম্পন্ন

অসম গৰিয়া পৰিষদৰ উদ্যোগত আগন্তুক ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ গৰিয়া তথা খিলঞ্জীয়া মুছলমানসকলৰ ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কীয় এখন আলোচনা চক্ৰ ১৯ এপ্ৰিলত দিনযোৰাকৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ…

অসমত ম’হ যুঁজ বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ; নিয়ম উলংঘা কৰিলে কঠোৰ আইনী ব্যৱস্থাৰ সকীয়ানি

অসমত পৰম্পৰাগতভাৱে চলি অহা ম’হ যুঁজৰ আয়োজনৰ ওপৰত গৌহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে জাৰি কৰে এক অন্তৱৰ্তীকালীন নিষেধাজ্ঞা। ৰাজ্যত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো ধৰণৰ ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব বুলি…

বংগত বিজেপি কৰ্মী আক্ৰমণ হ’লে ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিমবংগত বিজেপি কৰ্মীৰ ওপৰত চলি থকা ৰাজনৈতিক আক্ৰমণ বন্ধ নহ’লে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বিস্ফোৰক দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৪…

ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী! গুৱাহাটীত ভংগ হ’ল ২২ বছৰীয়া বৃষ্টিপাতৰ অভিলেখ

দেশৰ আন প্ৰান্তত উৎকট গৰমে জনসাধাৰণক জ্বলা-ক’লা খুৱাই থকাৰ বিপৰীতে অসমত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিছে এক ভিন্ন পৰিস্থিতি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সমগ্ৰ ৰাজ্যতে আগন্তুক দুদিনৰ বাবে জাৰি…

সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা

অসমৰ সংগীত জগতৰ মহীৰূপ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাঞ্চল্যৰ হত্যাকাণ্ডৰ গোচৰত এতিয়া সৃষ্টি হৈছে এক নতুন পৰিস্থিতিৰ। এই সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সোমবাৰে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতত…

চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ

নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ ৭০০ গৰাকী বিশিষ্ট নাগৰিক। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ নামত বিৰোধী পক্ষক ৰাজনৈতিক আক্ৰমণ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ…

মহানগৰীৰ বতাহঘুলিত ভূমিস্খলন

মহানগৰী পাঞ্জাবাৰীৰ বতাহঘুলিত ভূমিস্খলনৰ ঘটনা।ভূমি স্খলনৰ ফলত খহিল এঘৰ লোকৰ গাৰ্ড ৱাল ।দেওবাৰৰ নিশাৰ বৰষুণ পাছত মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ লগতে খহনীয়াৰ সৃষ্টি হৈছে ।পাঞ্জাবাৰীৰ বতাহঘুলিৰ ৰঙা টিলা অঞ্চলৰ…

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা

অৱশেষত প্ৰদান কৰা হ’ল ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চূ়ড়ান্ত ৰায়দান। কাৰ্বি আংলঙৰ ডকমকাত ছয় বছৰ পূৰ্বে সংঘটিত হোৱা সেই নৃশংস গণপ্ৰহাৰৰ ঘটনাই আজিও জোকাৰি যায় প্ৰতিজন অসমীয়াৰ বিবেক। সোমবাৰে নগাঁও…

ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিতৰ্কই এতিয়া এক বিশেষ নাট্যৰূপ ধাৰণ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে সোমবাৰে এই স্পৰ্শকাতৰ গোচৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ…