Category: Assam

পশ্চিমবংগত অন্ত পৰিব তৃণমূলৰ ‘চিণ্ডিকেট ৰাজ’; বিজেপি চৰকাৰ আহিলে মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে অন্ত পৰিব তৃণমূল কংগ্ৰেছৰ ‘চিণ্ডিকেট ৰাজ’। ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে শনিবাৰে এই দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বাঁকুৰা জিলাৰ ছাটনাত এখন বিশাল নিৰ্বাচনী সভাত অংশ…

সংসদ ভৱনত মোদী-ৰাহুলৰ সৌজন্যমূলক সাক্ষাৎ; জ্যোতিবা ফুলেৰ জন্মজয়ন্তীত দুয়ো নেতাৰ আকস্মিক বাৰ্তালাপ

ৰাজনৈতিক মতাদৰ্শৰ তীব্ৰ সংঘাতৰ মাজতেই সংসদ ভৱনৰ প্ৰাংগণত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধী এক অভূতপূৰ্ব সৌজন্যমূলক সাক্ষাতত মিলিত হয়। মহাত্মা জ্যোতিবা ফুলেৰ ২০০তম জন্মজয়ন্তী উপলক্ষে আয়োজিত…

এন ডি এত স্থান লাভেৰে অসমলৈ গৌৰব কঢ়িয়ালে ৰঙিয়াৰ গৌৰৱে

কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিয়ে পৰিচালনা কৰা আৰু ৮ এপ্ৰিলৰ দিনা নিশা ঘোষিত নেশনেল ডিফেন্স একাডেমী ( এন ডি এ ) ৰ পৰীক্ষাত সুখ্যাতিৰে ৬৪ সংখ্যক স্থান…

বৃদ্ধি পাইছে ধনী আৰু দুখীয়া ৰাষ্ট্ৰৰ ব্যৱধান; ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত উন্মোচন বিশ্ব অৰ্থনীতিৰ উদ্বেগজনক ছবি

বিশ্বৰ চহকী আৰু দৰিদ্ৰ দেশসমূহৰ মাজত থকা অৰ্থনৈতিক ব্যৱধান পূৰ্বতকৈ অধিক বৃদ্ধি পোৱা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে আন্তঃৰাষ্ট্ৰীয় মহলক। ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, বৈশ্বিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ…

মথুৰাৰ যমুনাত নাও ডুবি ১০ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু; উদ্ধাৰ অভিযানত নিয়োজিত এনডিআৰএফ আৰু সেনা

উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ যমুনাত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। প্ৰায় ৩০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন ষ্টিমাৰ যমুনাত ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱায় অতিকমেও ১০ গৰাকী তীৰ্থযাত্ৰীয়ে।…

অসম নিৰ্বাচনত ৰক্তক্ষয়ী সংঘৰ্ষ; ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩০ জন আহত, ৭ জনক আটক

অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ কেইবাখনো জিলাত কালি সৃষ্টি হয় তীব্ৰ নিৰ্বাচনী হিংসাত্মক পৰিস্থিতিৰ। ভোটগ্ৰহণৰ দিনা হোৱা এই বিক্ষিপ্ত ঘটনাসমূহত প্ৰায় ৩০ জন লোক আহত হোৱাৰ লগতে আৰক্ষীয়ে বৰ্তমানলৈকে…

নগদ ধন উদ্ধাৰ বিতৰ্ক: মহাভিযোগৰ মাজতে পদত্যাগ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ

বাসগৃহত জ্বলি যোৱা নগদ ধন উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে আজি পদত্যাগ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাই। মহাভিযোগৰ দৰে গুৰুতৰ আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হোৱা…

সামান্য সকাহ! পৱন খেড়াক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন তেলেংগানা উচ্চ ন্যায়ালয়ৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰত আজি তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক সকাহ লাভ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। ন্যায়ালয়ে খেড়াক…

বিজেপি সাপতকৈও অবিশ্বাসী: অসম নিৰ্বাচনত বহিৰাগতৰ প্ৰৱেশৰ অভিযোগ মমতা বেনাৰ্জীৰ

অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ উত্তৰ প্ৰদেশৰ পৰা বহিৰাগত লোকৰ আমদানি কৰিছে বিজেপিয়ে। আজি পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ এক নিৰ্বাচনী সভাত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। থলুৱা…

পৱন খেড়াৰ গ্ৰেপ্তাৰীৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন সুৰক্ষাৰ আবেদন; তেলেংগানা উচ্চ ন্যায়ালয়ত সম্পন্ন হ’ল শুনানিৰ প্ৰক্ৰিয়া

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰক কেন্দ্ৰ কৰি আজি তেলেংগানা উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই আৰক্ষীৰ…