Category: Assam

খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন; আজি নিশা গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

অসমত নতুনকৈ গঠন হ’বলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে এতিয়া উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। কাইলৈ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া…

দিল্লীৰ নেহৰু প্লেচত উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতীক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ; গোচৰ ৰুজু

দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ বৰ্ণবৈষম্যমূলক আচৰণ আৰু আক্ৰমণৰ বলি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতী। দেওবাৰে পুৱা দক্ষিণ দিল্লীৰ নেহৰু প্লেচ অঞ্চলত দুই যুৱতীক অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ…

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছতেই পাণ্ডুত বিজেপি কৰ্মী – সমৰ্থকৰ আনন্দ উল্লাহ; ৰাইজৰ মাজত মিঠাই বিতৰণ

অসম প্ৰদেশ বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এনডিএ মিত্ৰজোটৰ বিধায়কৰ বৈঠকত কেন্দ্রীয় পর্যবেক্ষকদ্বয় ক্রমে-কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়েব সিং চাইনীয়ে অসমৰ পৰৱৰ্তী…

শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা

১২ মে’ তাৰিখে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা । সেইদিনা গধুৰ বাহন আৰু ধীৰ চলিত বাবে পুৱা ৯ বজাৰ পৰা ২ বজালৈকে বন্ধ থাকিব কইনাধাৰা…

শপত গ্ৰহণ অনুষ্ঠানত উপস্হিত থাকিব ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী

নতুন চৰকাৰৰ শপতগ্রহণক লৈ ব্যাপক তৎপৰতা । প্রায় এক লাখ লোকৰ উপস্থিতিত অহা ১২ মে’ত দিনৰ ১১ বজাত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া…

দুৰ্নীতিগ্ৰস্ত লোকক ক্ষমতাৰ বাঘজৰী গতাই দিয়াটো বিজেপিৰ পুৰণি পৰম্পৰাঃ শিৱসেনা নেতা সঞ্জয় ৰাউত

বংগত ইতিহাস ৰচনা কৰি আজি প্ৰথমবাৰৰ বাবে গঠন হ’ল বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ২১ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। বংগৰ এই…

শুভেন্দু অধিকাৰী জনসাধাৰণৰ আবেগ বুজি পোৱা এজন জনপ্ৰিয় নেতাঃ অভিনন্দন বাৰ্তাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰী হ’ল জনসাধাৰণৰ সৈতে গভীৰভাৱে জড়িত আৰু তেওঁলোকৰ আশা-আকাংক্ষা বুজি পোৱা এজন প্ৰকৃত নেতা। শনিবাৰে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ঐতিহাসিক…

বংগত বিজেপিৰ জয় ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলিঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

পশ্চিমবংগত বিজেপিৰ এই ঐতিহাসিক বিজয় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি। বংগৰ নিৰ্বাচনত বিজেপিৰ এই অভূতপূৰ্ব জয়ক লৈ শনিবাৰে নাগপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য…

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত ল’ব ৰাজ্যৰ নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব । প্ৰায় এক লাখ লোকৰ উপস্থিতিত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব…

গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ

চুলি আৰু ছালৰ আধুনিক চিকিৎসাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি গুৱাহাটীত নিজৰ নতুন শাখা মুকলি কৰিলে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকে। এই নতুন কেন্দ্ৰ মুকলিৰ জৰিয়তে ভাৰত তথা…