Assam আজি অসমৰ বাবে এটা মহৎ দিনঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ May 12, 2026 Paromita অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই দিনটোক ‘অসমৰ বাবে এক মহৎ দিন’ বুলি…
Assam একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ May 12, 2026 Sonakshi Sarkar অসমৰ ৰাজনীতিত আজি সংযোজন হৈছে এক ঐতিহাসিক অধ্যায়। বিজেপিৰ জ্যেষ্ঠ তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে…
Assam ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন May 12, 2026 Sonakshi Sarkar বিগত বছৰৰ দৰে এইবেলিও ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত ৯ মে’ৰ দিনা গুৱাহাটীৰ চানমাৰিৰ পেন্সনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয়। পুৱা পতাকা…
Assam আচল চিনেমা এতিয়াহে আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰীৰ শপত লৈয়েই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ May 12, 2026 Paromita অসমৰ শাসনত বিজেপিৰ একছত্ৰী আধিপত্য পুনৰ সাব্যস্ত কৰি মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল ড° হিমন্ত বিশ্ব শৰ্মা। উত্তৰ-পূৰ্বাঞ্চলত গেৰুৱা দলৰ অভ্যুদ্বয়ৰ মূল কাণ্ডাৰী হিচাপে পৰিচিত শৰ্মাই এন ডি…
Assam দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ May 12, 2026 Paromita অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি মঙলবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক ভব্য…
Assam Sports ফিট ইণ্ডিয়া অভিযানৰ প্ৰসাৰৰ বাবে সেনা আৰু SAI-ৰ যৌথ চাইকেল সমদল May 11, 2026 Tarali শাৰীৰিক সুস্থতাৰ সজাগতা আৰু অসামৰিক-সামৰিক সহযোগিতাৰ এক উৎসাহজনক নিদৰ্শন দাঙি ধৰি ভাৰতীয় সেনাই স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (SAI) ৰ সৈতে মিলি দেওবাৰে তিনিচুকীয়াত আয়োজিত ‘দেওবাৰে চাইকেলত’ (Sunday on Cycle) সমদলত…
Assam কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ সফলতাঃ অভিযানত আটক তিনি অভিযুক্ত May 11, 2026 Paromita বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানকালত বিভাগৰ সজাগ বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰাৰ লগতে…
Assam বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ May 11, 2026 Paromita পশ্চিমবংগত নতুন চৰকাৰ গঠন কৰিয়েই এতিয়া সম্পূৰ্ণ একশ্যন মুডত দেখা গৈছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকতে সীমান্তৰ ভূমি হস্তান্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ…
Assam ১২ বছৰীয়া ব্যৰ্থতাৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছে প্ৰধানমন্ত্ৰীয়েঃ ৰাহুল গান্ধী May 11, 2026 Paromita ১২ বছৰীয়া ব্যৰ্থতাৰ বোজা দেশৰ জনসাধাৰণৰ ওপৰত জাপি দিয়াটো বিজেপি চৰকাৰৰ এক চৰিত্ৰ হৈ পৰিছে। পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশত দেখা দিয়া অৰ্থনৈতিক সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মিতব্যয়ী…
Assam অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ May 11, 2026 Paromita অসম চুক্তিক আখৰে আখৰে পালন কৰাটোৱেই এতিয়া নতুন চৰকাৰখনৰ অন্যতম নৈতিক দায়িত্ব হোৱা উচিত। সোমবাৰে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা তথা বিধানসভাৰ…