Business সংসদৰ আলোচনাৰ মাজতে মাজনিশা কাৰ্যকৰী হ’ল মহিলা সংৰক্ষণ আইন ২০২৩ April 17, 2026 Sonakshi Sarkar দেশৰ সংসদত মহিলাৰ আসন সংৰক্ষণক লৈ চলি থকা তীব্ৰ বাদানুবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে হঠাতে কাৰ্যকৰী কৰিলে ২০২৩ চনৰ সেই পুৰণি আইনখন। লোকসভাত আসন বৃদ্ধি সংক্রান্তীয় নতুন সংবিধান সংশোধনী বিলৰ ওপৰত…
Business সাংসদ অমৃতপাল সিঙৰ কাৰাবাস; ডিব্ৰুগড়তে ৰখাৰ অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ত পঞ্জাৱ চৰকাৰ April 17, 2026 Sonakshi Sarkar ডিব্ৰুগড় কাৰাগাৰতে ৰখা হওক খালিস্তানী নেতা অমৃতপাল সিঙক। এই অনুৰোধেৰে শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে বৃহস্পতিবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন নতুন আবেদন দাখিল কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা সাংসদগৰাকীৰ…
Business মণিপুৰৰ ট্ৰংলোবি বিস্ফোৰণ কাণ্ডঃ এনআইএ-ৰ জালত ৫ উগ্ৰপন্থী April 17, 2026 Sonakshi Sarkar মণিপুৰৰ ট্ৰংলোবিত অলপতে সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্ত চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএ-য়ে আজি পাঁচজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ শেহতীয়া অশান্ত পৰিৱেশৰ মাজত কূটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত শক্তিসমূহক উৎখাত…
Business মমমতাৰ দুৰ্গত হিমন্তৰ হুংকাৰ; নিৰ্বাচনী মঞ্চত সীমান্ত আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি April 17, 2026 Sonakshi Sarkar পশ্চিমবংগত নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰাৰ মাজতে বিজেপিৰ হৈ প্ৰচাৰ চলাই মমতা বেনাৰ্জীক লক্ষ্য কৰি লোৱা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে কোচবিহাৰ দক্ষিণত আয়োজিত এক বিশাল জনসভাত অংশ লৈ…
Business বৃন্দাবনৰ নাও দুৰ্ঘটনাৰ এসপ্তাহ পাছত অন্তিমটো মৃতদেহ উদ্ধাৰ; নিহতৰ সংখ্যা ১৬ লৈ বৃদ্ধি April 17, 2026 Sonakshi Sarkar অৱশেষত অন্ত পৰিল যমুনাৰ বুকুত বিগত এটা সপ্তাহে চলি থকা উদ্ধাৰ অভিযানৰ। নাও দুৰ্ঘটনাত নিখোজ হৈ থকা অন্তিমজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অন্ত পেলোৱা হয় এই উদ্ধাৰ অভিযানৰ। উল্লেখ্য…
Business তীৰ্থযাত্ৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত: অন্ধ্ৰপ্ৰদেশত ৮ জনৰ মৃত্যুতে শোকৰ ছাঁ April 17, 2026 Sonakshi Sarkar অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় কৰ্ণাটকৰ আঠগৰাকী তীৰ্থযাত্ৰীয়ে। এখন যাত্ৰীবাহী পিক-আপ ভান আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনাটো…
Sports পেছাদাৰী বেডমিণ্টনৰ পৰা অৱসৰ ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ April 16, 2026 Sonakshi Sarkar ডেনিছ বেডমিণ্টনৰ কিংবদন্তি ভিক্টৰ এক্সেলছেনে ৩২ বছৰ বয়সত পেছাদাৰী বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। দুবাৰৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন এক্সেলছেনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য প্ৰদান কৰে। ২০১০…
Assam নয়ডা শ্ৰমিকে ২০,০০০ টকা দাবী কৰাটো তেওঁলোকৰ অধিকাৰ: ৰাহুল গান্ধী April 14, 2026 Sonakshi Sarkar উত্তৰ প্ৰদেশৰ নয়ডা ঔদ্যোগিক এলেকাত প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে নয়ডা শ্ৰমিকসকলে ২০,০০০ টকা দাবী কৰাটো লোভ নহয় বৰঞ্চ তেওঁলোকৰ অধিকাৰহে। ছ’চিয়েল মিডিয়া…
Assam সমাজত জ্যেষ্ঠসকলক সন্মান; অসম সাহিত্য সভাৰ আহ্বানত ৰাজ্যজুৰি ‘নিজৰ দিন’ পালন April 14, 2026 Sonakshi Sarkar অসমীয়া ভাষা-সাহিত্য আৰু সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱাৰ লক্ষ্যৰে ‘নিজৰ দিন’ পালন কৰিব অসম সাহিত্য সভাই। ব’হাগ বিহুৰ প্ৰথম দিনটোত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ…
Business পাছপ’ৰ্ট বিতৰ্ক তীব্ৰ; ৰাহুল গান্ধীৰ আক্রমণ, মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ কটাক্ষ April 14, 2026 Sonakshi Sarkar মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত পাছপ’ৰ্ট কেলেংকাৰীৰ অভিযোগে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দুত লাভ কৰিছে বিশেষ স্থান। যোৱা এসপ্তাহ ধৰি চলা এই বিতৰ্কত সোমবাৰে পোনপটীয়াকৈ জঁপিয়াই পৰে কংগ্ৰেছ নেতা…