Author: Paromita

‘কেৰালাম’ হ’লে বাসিন্দাসকলক কি বুলি মাতিব? থাৰুৰৰ শব্দ-বিভ্ৰান্তিৰ প্ৰত্যুত্তৰত জন ব্ৰিটানৰ তীব্ৰ কটাক্ষ

কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পাছতে এতিয়া দেশজুৰি আৰম্ভ হৈছে ভাষিক আৰু পৰিচয় কেন্দ্ৰিক এক আমোদজনক চৰ্চা। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকত এই…

দেশৰ ভিতৰতে এইচআইভি সংক্ৰমণত শীৰ্ষত মেঘালয়; পৰিস্থিতি চম্ভালিবলৈ ২৫ কোটিটকীয়া বিশেষ অভিযান

প্ৰতিবেশী ৰাজ্য মেঘালয়ত এতিয়া এইচআইভি মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বুধবাৰে বিধানসভাত এই উদ্বেগজনক তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী ডব্লিউ শ্বাইলাই জনায় যে বৰ্তমান ৰাজ্যখনত ১০ হাজাৰৰো অধিক লোক…

পাকিস্তানে ছেমি ফাইনেল, ফাইনেলত প্ৰৱেশ কৰিলে কলকাতা-আহমেদাবাদৰ টিকট ক্ৰেতাই উভতাই পাব ধন

পাকিস্তানৰ কোৱালিফাইৰ বাবে কলকাতা আৰু আহমেদাবাদৰ পৰা মেচ স্থানান্তৰিত হয়, তেন্তে অনুৰাগীক ধন উভতাই দিয়াৰ প্ৰতিশ্ৰুতিৰে মঙলবাৰৰ পৰা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেলৰ টিকট বিক্ৰী আৰম্ভ হয়। কলকাতাত অনুষ্ঠিত…

পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমিত ইংলেণ্ড

আইচিচি টি-২০ বিশ্বকাপৰ ৰোমাঞ্চকৰ ছুপাৰ এইট মেচত ইংলেণ্ডে পাকিস্তানক দুটা উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান দখল কৰে। খেলখনত ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে শতক অৰ্জন কৰে। উৎকৃষ্ট ফৰ্মত থকা চাহিবজাদা…

চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা

পাৰমাণৱিক অস্ত্ৰক লৈ আমেৰিকা আৰু চীনৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আমেৰিকাই অভিযোগ কৰিছে যে চীনে ছবছৰ পূৰ্বে ২০২০ চনত গোপন পাৰমাণৱিক পৰীক্ষা কৰিছিল। সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ সহকাৰী সচিব…

২৬ বছৰীয়া নিৰৱচ্ছিন্ন সমাজসেৱাৰ স্বীকৃতি; তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ হাতেৰে সন্মানিত মাকুমৰ দৰ্জী দীপক দাস

পেছাত তেওঁ এজন সামান্য দৰ্জী, দিনটোত কষ্ট কৰি উপাৰ্জন কৰে মাত্ৰ ২০০ৰ পৰা ৫০০ টকা। কিন্তু যোৱা ২৬ বছৰ ধৰি মাকুমৰ ডিব্ৰুগড় ৰোডৰ আৰক্ষী পইণ্টত যাত্ৰীৰ সুবিধাৰ বাবে যি কাম…

গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ উদ্যোগত চাফাই অভিযান

গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ সদস্যাসকলে স্বচ্ছ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে গাড়ীগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰীশ্যামৰায় গোসাঁইঘৰৰ এক চাফাই অভিযান চলায় । মহিলা সমিতিৰ উপদেষ্টা ডঃ দীপামণি বৰুৱা…

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত; ৰোগী আৰু চিকিৎসকসহ ৭ গৰাকী লোকৰ কৰুণ মৃত্যু

পুনৰ মৃত্যুৰ বিভীষিকা নমাই আনিলে আকাশী যাত্ৰাই! সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰা জিলাৰ এখন বনাঞ্চলত ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এটি শিশুসহ সাতগৰাকী লোকৰ কৰুণ মৃত্যু ঘটে।…

ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটত ৰহস্যময় পদচিহ্ন; ঐশ্বৰিক মহত্বৰ বিশ্বাসত সমাগম ভক্তৰ

ব্ৰহ্মপুত্ৰৰ বুকুত থকা এটা বিশালাকায় শিলত পুনৰ এক ৰহস্যময় পদচিহ্ন দৃশ্যমান হোৱাৰ পাছতে ঐতিহাসিক নেতাই ধুবুনী ঘাটত এতিয়া ভক্তৰ লানি নিছিগা সোঁত বৈছে। যোৱা দেওবাৰৰ পৰা জিলাখনৰ জনবিশ্বাসৰ সৈতে জড়িত…

ভাৰত-ফিলিপাইন সংসদীয় বন্ধুত্ব গোটৰ সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সংসদীয় কূটনীতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১৮ সংখ্যক লোকসভাৰ কাৰ্যকালৰ বাবে ভাৰত-ফিলিপাইন সংসদীয় বন্ধুত্ব গোট গঠন কৰে। অধ্যক্ষগৰাকীয়ে যোৰহাটৰ সাংসদ তথা অসমৰ কংগ্ৰেছ…